The relationship between India and Kuwait is one of civilizations, seas and commerce: PM Modi
December 21st, 06:34 pm
PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait
December 21st, 06:30 pm
PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future
December 16th, 03:26 pm
Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ
November 21st, 02:15 am
মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।PM Modi attends Second India CARICOM Summit
November 21st, 02:00 am
PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ভাৰতীয় সমূদায়ক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 10:00 pm
নমস্কে ইউ. এছ! এতিয়া আনকি আমাৰ “নমস্তে”ও বহুজাতিক হৈ পৰিছে, স্থানীয়ৰ পৰা বিশ্বজুৰি পৰিৱৰ্তন হৈছে আৰু এই সকলোবোৰ আপোনালোকৰ বাবেই হৈছে। ভাৰতক হৃদয়ত ধৰি ৰখা প্ৰতিজন ভাৰতীয়ই এই কাম সম্ভৱ কৰি তুলিছে।নিউয়ৰ্কত ভাৰতীয় সম্প্ৰদায়ক প্ৰধানমন্ত্ৰীৰ সম্বোধন
September 22nd, 09:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কৰ লং আইলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে। ১৫,০০০ৰো অধিক লোক অনুষ্ঠানটোত উপস্থিত থাকে।ৰোজগাৰ মেলাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 26th, 11:04 am
আজিৰ ৰোজগাৰ মেলাত চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক মোৰ আন্তৰিক অভিনন্দন। অপৰিসীম কঠোৰ পৰিশ্ৰমৰ অন্তত আপোনালোক সকলোৱে এই সফলতা অৰ্জন কৰিছে। আপোনাসৱক লাখ লাখ প্ৰাৰ্থীৰ মাজৰ পৰা বাছনি কৰা হৈছে; সেয়েহে, এই সফলতাই আপোনাসৱৰ জীৱনত যথেষ্ট গুৰুত্ব বহন কৰে।‘ৰোজগাৰ মেলা’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 26th, 10:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ‘ৰোজগাৰ মেলা’ত ভাষণ প্ৰদান কৰাৰ লগতে নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপক সকলক প্ৰায় ৫১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপকসকলে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। এইসমূহৰ ভিতৰত আছে ডাক বিভাগ, ভাৰতীয় অডিট আৰু একাউণ্ট বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আদি। এই ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৬টা স্থানত অনুষ্ঠিত হৈছে।'Sabka Saath-Sabka Vikaas, Sabka Vishwaas-Sabka Prayaas' is the vision for our domestic as well as global governance: PM
May 23rd, 08:54 pm
PM Modi attended mega community programme in Sydney, Australia. Australian PM Albenese also joined in for the event. He said, The basis of historic ties between India and Australia is mutual trust and mutual respect.অষ্ট্ৰেলিয়াৰ ছিডনীত ভাৰতীয় সমাজৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
May 23rd, 01:30 pm
প্ৰধানমন্ত্ৰীৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্টনি আলবেনিজে ২০২৩ৰ ২৩ মে’ত ছিডনীৰ কুড’ছ বেংক এৰিনাত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
May 11th, 11:00 am
কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী ৰাজনাথ সিংজী, ড০ জীতেন্দ্ৰ সিংজী, বিজ্ঞান আৰু প্ৰযুক্তি সম্প্ৰদায়ৰ সকলো সন্মানীয় সদস্য আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ যুৱ সহকৰ্মীসকল!প্ৰধানমন্ত্ৰীয়ে ১১ মে’ত নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ৰ কাৰ্যসূচী উদ্বোধন কৰে
May 11th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ১১ তাৰিখৰ পৰা ১৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ২৫ তম বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰা হয়। এই গৌৰৱপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৫৮০০ কোটি টকাৰ অধিক মূল্যৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতি সম্পৰ্কীয় একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। ই দেশৰ বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ।প্ৰধানমন্ত্ৰীয়ে ডিজিলকাৰৰ সৈতে খেলো ইণ্ডিয়া চাৰ্টিফিকেটৰ সমন্বয়ক স্বীকাৰ কৰে
April 08th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিলকাৰৰ সৈতে খেলো ইণ্ডিয়া চাৰ্টিফিকেটৰ সমন্বয়ক স্বীকাৰ কৰিছে।'প্ৰযুক্তি ব্যৱহাৰ কৰি জীৱন যাপনৰ সহজতা' শীৰ্ষক পোষ্ট বাজেট ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া ৰূপান্তৰ
February 28th, 10:05 am
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আজিৰ বাজেট ৱেবিনাৰৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ। একবিংশ শতিকাৰ পৰিৱৰ্তনশীল ভাৰতে ইয়াৰ নাগৰিকসকলক প্ৰযুক্তিৰ শক্তিৰে নিৰন্তৰ শক্তিশালী কৰি আহিছে। বিগত বছৰবোৰত আমাৰ চৰকাৰৰ প্ৰতিটো বাজেটত প্ৰযুক্তিৰ সহায়ত দেশবাসীৰ জীৱনধাৰণৰ সহজতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেটতো, প্ৰযুক্তিবিদ্যা কিন্তু একে সময়তে, মানৱ স্পৰ্শও আমাৰ প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে।'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 28th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে দিহা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন বাজেট-পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ ভিতৰত এইখন পঞ্চম।৪ জুলাইত ভীমাৱৰাম আৰু গান্ধীনগৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 01st, 12:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ জুলাই, ২০২২ত অন্ধ্ৰপ্ৰদেশৰ ভীমাৱৰাম আৰু গুজৰাটৰ গান্ধীনগৰ ভ্ৰমণ কৰিব। প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ভীমাৱৰামত কিংবদন্তি স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজুৰ বৰ্ষজোৰা ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিব। ইয়াৰ পিছত প্ৰায় ৪:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া উইক, ২০২২ উদ্বোধন কৰিব।মধ্য প্ৰদেশত স্বামীত্ব আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰণ
October 06th, 12:31 pm
স্বামীচ্ব আঁচনিৰ পৰা গাওঁখনলৈ অহা আত্মবিশ্বাস হিতাধিকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপতো স্পষ্টভাৱে প্ৰতিফলিত হৈছে আৰু মই আজি ইয়াতো দেখিছো যে আপুনি মোক আপোনাৰ বাঁহৰ চকীবোৰ দেখুৱাইছিল কিন্তু মোৰ চকু মানুহৰ উৎসাহ আৰু উৎসাহ, তেওঁলোকৰ উৎসাহৰ ওপৰত স্থিৰ হৈ আছিল। মই সম্পূৰ্ণৰূপে কল্পনা কৰিব পাৰো যে জনসাধাৰণৰ পৰা ইমান প্ৰেম, ইমান আশীৰ্বাদ লাভ কৰিলে তেওঁলোকৰ কিমান কল্যাণ হ'ব। মই এইমাত্ৰ কথা পাতিবলৈ সুযোগ পোৱা সহকৰ্মীসকলে এই আঁচনিখনৰ জৰিয়তে কিমান শক্তিৰ উদ্ভৱ হৈছে সেয়া বুজাই দিছে। স্বামীত্ব আঁচনিৰ পিছত, লোকসকলৰ বাবে বেংকৰ পৰা ঋণ প্ৰাপ্ত কৰা সহজ হৈ পৰিছে।PM interacts with beneficiaries of SVAMITVA scheme in MP
October 06th, 12:30 pm
PM Modi interacted with the beneficiaries of the SVAMITVA scheme in Madhya Pradesh. The PM said availing loans from the banks have become easier with the launch of the PM SVAMITVA scheme. He lauded Madhya Pradesh for the speed with which it has implemented the scheme.ই-ৰূপী ডিজিটেল লেনদেন সমাধানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 04:52 pm
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ দেশৰ সকলো ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, ৰাজ্যসমূহৰ মুখ্য সচিব, বিভিন্ন উদ্যোগ সংস্থাৰ সহযোগী সদস্য, ষ্টাৰ্ট আপ, ফিনটেক জগতৰ মোৰ যুৱ সহকৰ্মী, বেংকৰ জ্যেষ্ঠ বিষয়া আৰু মোৰ মৰমৰ ভাই-ভনীসকল,