PM Modi meets with Prime Minister of Grenada

November 21st, 10:44 pm

PM Modi met with Prime Minister Dickon Mitchell of Grenada on the sidelines of the 2nd India-CARICOM Summit in Georgetown, Guyana. He congratulated PM Mitchell on assuming the Chairmanship of CARICOM and for leading the summit discussions. The two leaders discussed development cooperation in ICT, healthcare, capacity building, and climate change resiliency.

প্ৰধানমন্ত্ৰীক ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

November 21st, 05:39 am

ডমিনিকাৰ কমনৱেলথৰ সভাপতি মহামান্য চিলভানি বাৰ্টনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নেতৃত্ব, কোভিড ১৯ মহামাৰীৰ সময়ত ডমিনিকাক সমৰ্থন আৰু ভাৰত আৰু ডমিনিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ বাবে সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা - সন্মানীয় ডমিনিকা বঁটা প্ৰদান কৰে। ডমিনিকাৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰুজভেল্ট স্কেৰিটো এই অনুষ্ঠানত উপস্থিত আছিল। গায়েনাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী, গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলী, ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰী ফিলিপ জে পিয়েৰ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী গেষ্টন ব্ৰাউনো বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে।

দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ সামৰণি মন্তব্য

November 21st, 02:21 am

আপোনালোকৰ মূল্যৱান পৰামৰ্শ আৰু ইতিবাচক চিন্তাক মই স্বাগতম জনাইছো। ভাৰতৰ প্ৰস্তাৱসমূহৰ প্ৰতি সন্মান জনাই, আমাৰ দলে সবিশেষ আপোনালোকৰ সৈতে ভাগ বাটোৱাৰা কৰিব, আৰু আমি সকলো বিষয়ত সময় নিৰ্ধাৰিত ভিত্তিত অগ্ৰসৰ হম।

দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ

November 21st, 02:15 am

মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।

PM Modi attends Second India CARICOM Summit

November 21st, 02:00 am

PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.