গুজৰাটৰ মহেচাণাত একাধিক উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 30th, 09:11 pm
পোন প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মই আপোনালোকৰ মাজলৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। আপোনালোক সকলোৰে ওচৰলৈ আহি, আপোনালোক সকলোকে লগ পাই পুলকিত হৈছোঁ। আজি ৩০ অক্টোবৰ আৰু কাইলৈ ৩১ অক্টোবৰ, এই দুয়োটা দিন আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলক নেতৃত্ব প্ৰদানেৰে বৃটিছক বিৰক্ত কৰি তোলা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। আৰু কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী। আমাৰ প্ৰজন্মই সঁচা অৰ্থত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি স্থাপনেৰে চৰ্দাৰ চাহেবৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা প্ৰকাশ কৰিছে আৰু আগন্তুক প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি দেখা মাত্ৰেকে ৰোমাঞ্চিত হৈ উঠিব। গুৰু গোবিন্দজীয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ স্বাধীনতাৰ সংগ্ৰামত আৰু জনজাতীয় সমাজৰ সেৱাত অতিবাহিত কৰিছিল, তেওঁৰ সেৱা আৰু দেশপ্ৰেমৰ মনোভাৱ ইমানেই গভীৰ আছিল যে ই ত্যাগৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল। আৰু তেওঁ নিজেই ত্যাগৰ প্ৰতীক হৈ পৰিল।গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
October 30th, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰেল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ দৰে একাধিক খণ্ডৰ অন্তৰ্গত।ইউএনডব্লিউটিঅ’ৰ দ্বাৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে সন্মানীত গুজৰাটৰ ধোৰদোক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
October 20th, 03:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা (ইউএনডব্লিউটিঅ’)ৰ দ্বাৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে সন্মানীত গুজৰাটৰ ধোৰদোক প্ৰশংসা কৰিছে৷One has to keep up with the changing times and embrace global best practices: PM
December 15th, 02:40 pm
PM Modi unveiled various developmental projects in Gujarat. Speaking about the farm laws, PM Modi said, Farmers are being misled about the agriculture reforms. He pointed out that the agriculture reforms that have taken place is exactly what farmer bodies and even opposition parties have been asking over the years.PM unveils key projects in Gujarat
December 15th, 02:30 pm
Prime Minister Shri Narendra Modi today unveiled various developmental projects in Gujarat.These projects include a desalination plant, a hybrid renewable energy park, and a fully mated milk processing and packing plant. The Chief Minister of Gujarat was present on the occasion.প্ৰধানমন্ত্ৰীয়ে ১৫ ডিচেম্বৰত কচ্ছ ভ্ৰমণ কৰিব আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰি
December 13th, 06:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ডিচেম্বৰত কচ্ছৰ ধোৰদো ভ্ৰমণ কৰিব আৰু ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰিব। এই প্ৰকল্পৰ মাজত আছেঃ পানীক নিমখমুক্ত কৰাৰ প্ৰকল্প, মিশ্ৰ পুনৰ নবীকৰণ যোগ্য শক্তি পাৰ্ক, সম্পূৰ্ণ স্বয়ংক্ৰিয় দুগ্ধ প্ৰক্ৰিয়াকৰণ আৰু পেকেজিং প্লাণ্ট। গুজৰাটৰ মুখ্যমন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। তেওঁ হোৱাইট ৰণ পৰিদৰ্শন কৰিব আৰু এক সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'ব।টেকানপুৰত অনুষ্ঠিত ডিজিপি/আইজিপি সন্মিলনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী
January 08th, 05:22 pm
টেকানপুৰস্থিত বিএছএফ একাডেমীত অনুষ্ঠিত ডিজিপি আৰু আইজিপিৰ সন্মিলনৰ সামৰণি অনুষ্ঠানত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷টেকানপুৰত উপস্থিত প্ৰধানমন্ত্ৰী; উপস্থিত থাকিব ডিজিপি আৰু আইজিপিৰ সন্মিলনত
January 07th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিপি আৰু আইজিপিৰ এক সন্মিলনৰ বাবে মধ্য প্ৰদেশৰ টেকানপুৰস্থিত বিএছএফ একাডেমীত উপস্থিত হয়৷টেকানপুৰৰ বিএছএফ একাডেমীত বাৰ্ষিক ডিজিপি সন্মিলনত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে
January 06th, 01:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ টেকানপুৰস্থিত বিএছএফ একাডেমী ৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ডিজিপি আৰু আইজিপিসকলৰ বাৰ্ষিক সন্মিলনত ভাগ ল’ব।PM addresses Conference of Directors General of Police
December 20th, 03:22 pm
PM arrives in Dhordo, attends inaugural session of Conference of DGPs
December 18th, 08:49 pm
PM to visit Kutch, attend Conference of Directors General of Police
December 17th, 07:48 pm