এআইআইএত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 29th, 01:28 pm

এই অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, শ্ৰী জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া, মনসুখ মাণ্ডবিয়া ডাঙৰীয়া, প্ৰতাপৰাও যাদৱ ডাঙৰীয়া, শ্ৰীমতী অনুপ্ৰিয়া পেটেল ডাঙৰীয়াণী আৰু শোভা কাৰাণ্ডলাজে ডাঙৰীয়াণী, এই অঞ্চলৰ মোৰ সতীৰ্থ সাংসদ, শ্ৰী ৰামবীৰ সিং বিধুৰি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰপৰা ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰা সন্মানীয় ৰাজ্যপালসকল, সন্মানীয় মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় প্ৰতিনিধি, চিকিৎসক, আয়ুৰ্বেদ আৰু আয়ুষৰ চিকিৎসক তথা দেশৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত স্বাস্থ্য কৰ্মীসকল... স্বাস্থ্য ব্যৱস্থাৰ সৈতে জড়িত ভাই-ভনীসকল, সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সকলো চিকিৎসক আৰু কৰ্মচাৰী, ভদ্ৰলোক আৰু মহিলাসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ১২,৮৫০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

October 29th, 01:00 pm

ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (AIIA)ত প্ৰায় ১২,৮৫০ কোটি টকাৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ধনতেৰাছ উপলক্ষে নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে

October 29th, 09:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰাছ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 28th, 04:00 pm

মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।

PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat

October 28th, 03:30 pm

PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.

উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

October 20th, 04:54 pm

মঞ্চত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানত অংশ লোৱা আন ৰাজ্যৰ সন্মানীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰীযুত নাইডু জী, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সাংসদ, আৰু বিধায়ক, তথা বেনাৰসৰ মোৰ প্ৰিয় ভাই-ভনীসকল!

উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিভিন্ন পদক্ষেপৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 20th, 04:15 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে অঞ্চলটোৰ অতিৰিক্ত উন্নয়নমূলক প্ৰচেষ্টাৰ সমান্তৰালভাৱে মুঠ ৬,১০০ কোটি টকাৰ বিভিন্ন বিমানবন্দৰ প্ৰকল্প।

ধনতেৰেছত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

November 10th, 08:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধিৰ প্ৰতীক পৱিত্ৰ ধনতেৰেছ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত বিভিন্ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীযা অনুবাদ

October 02nd, 09:07 pm

এই ভূমি সাহস, আত্মা, সামৰিক গৌৰৱ, সংগীত, ৰুচি আৰু আত্মাৰ প্ৰতীক। গোৱালিয়ৰে দেশক বহু বিপ্লৱী বীৰ দিছে। গোৱালিয়ৰ– চম্বলে দেশ ৰক্ষাৰ বাবে আমাৰ সেনাবাহিনীক বহু বীৰ পুত্ৰ দিছে। গোৱালিয়ৰে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু নেতৃত্বৰো নতুন ৰূপ দিছিল।

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে

October 02nd, 03:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে দিল্লী-বদোদৰা এক্সপ্ৰেছৱে, পিএমএৱাইৰ অধীনত নিৰ্মাণ কৰা ২.২ লাখতকৈও অধিক ঘৰৰ গৃহ প্ৰৱেশ আৰু পিএমএৱাই-নগৰৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহৰ উৎসৰ্গা, জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন, আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত ৯ টা স্বাস্থ্য কেন্দ্ৰ, আইআইটি ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গা আৰু চৌহদত হোষ্টেল আৰু অন্যান্য ভৱনৰ আধাৰশিলা স্থাপন আৰু ইন্দোৰত এখন মাল্টি-মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা।

ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ প্ৰায় ৭১,০০০ নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ

November 22nd, 10:31 am

আপোনালোক সকলোকে বহুত অভিনন্দন। আজি দেশৰ ৪৫ খন চহৰত ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজি হাজাৰ হাজাৰ ঘৰত সুখ-সমৃদ্ধিৰ এক নতুন যুগ আৰম্ভ হৈছে। যোৱা মাহত, ধনতেৰাছৰ আজিৰ দিনটোতে, কেন্দ্ৰীয় চৰকাৰে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। চৰকাৰে চৰকাৰী চাকৰি প্ৰদানৰ বাবে কেনেদৰে মিছন মোডত কাম কৰি আছে সেয়া আজিৰ 'ৰোজগাৰ মেলা'ই প্ৰমাণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে

November 22nd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলৰ সশক্তিকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত, ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্ত সকলক ৭৫,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।

মহাৰাষ্ট্ৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

November 03rd, 11:37 am

চৰকাৰী বিভাগত সামূহিকভাৱে দেশৰ যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ দিয়াৰ অভিযানত আজি মহাৰাষ্ট্ৰৰ নামো সংযোজন কৰা হৈছে। ধনতেৰাছৰ দিনা কেন্দ্রীয় চৰকাৰে ১০ লাখ চাকৰি প্রদানৰ অভিযান আৰম্ভ কৰিছিল৷ তেতিয়াই মই কৈছিলো যে আগন্তুক দিনত বিভিন্ন ৰাজ্য চৰকাৰেও একেধৰণৰ চাকৰি মেলাৰ আয়োজন কৰিব। এই শৃংখলাত আজি মহাৰাষ্ট্ৰৰ শতাধিক যুৱকক একেলগে নিযুক্তি পত্ৰ দিয়া হৈছে। আজি নিযুক্তি পত্ৰ পোৱা যুৱক-যুৱতীসকলক আন্তৰিক অভিনন্দন জনাইছো।

মহাৰাষ্ট্ৰৰ চাকৰি মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ

November 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাযোগে মহাৰাষ্ট্ৰ চৰকাৰৰ চাকৰি মেলাত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ধনতেৰাছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি মেলাৰ ধাৰণা আৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ১০ লাখ চাকৰি প্ৰদান কৰাৰ এইটো অভিযানৰ আৰম্ভণি আছিল। তেতিয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুজৰাট আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ চাকৰি মেলাত ভাষণ দি আহিছে। ইমান কম সময়ৰ ভিতৰতে চাকৰি মেলাৰ সংগঠনৰ পৰা এইটো স্পষ্ট যে মহাৰাষ্ট্ৰ চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদানৰ দিশত দৃঢ়তাৰে আগবাঢ়ি ছে। মই সুখী যে মহাৰাষ্ট্ৰত অনাগত সময়ত এনে ধৰণৰ চাকৰি মেলা আৰু সম্প্ৰসাৰিত হ'ব। মহাৰাষ্ট্ৰৰ গৃহ বিভাগ আৰু ৰাজ্যখনৰ গ্ৰামোন্নয়ন বিভাগত হাজাৰ হাজাৰ নিযুক্তি থাকিব।

PM greets citizens on Dhanteras

October 22nd, 08:40 pm

The Prime Minister, Shri Narendra Modi has greeted the citizens on the auspicious occasion of Dhanteras. Highlighting the close association of Dhanteras with health and wellness, the Prime Minister recognised the global attention drawn towards India’s traditional medicines & Yoga and lauded the efforts of those working in these fields. He also shared his recent speech at the Global Ayush Summit.

PM-Awas Yojna has become a tool for social and economic empowerment: PM Modi

October 22nd, 08:28 pm

On the occasion of Dhanteras, the Prime Minister, Shri Narendra Modi participated in ‘Griha Pravesham’ of about 4.51 Lakh beneficiaries of Pradhan Mantri Awaas Yojana - Gramin in Satna, Madhya Pradesh via video conferencing today.

PM participates in ‘Griha Pravesham’ of more than 4.5 Lakh beneficiaries of PMAY-G in Madhya Pradesh

October 22nd, 04:14 pm

On the occasion of Dhanteras, the Prime Minister Modi participated in ‘Griha Pravesham’ of about 4.51 Lakh beneficiaries of Pradhan Mantri Awaas Yojana - Gramin in Satna, Madhya Pradesh via video conferencing. “It is a new beginning for 4.5 lakh brothers and sisters of Madhya Pradesh who are performing Grih Pravesh in their new pucca homes”, he said.

ধনতেৰাছ উপলক্ষে জনতাক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

November 02nd, 12:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰাছ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।

Corona period has pushed use and research in Ayurveda products: PM Modi

November 13th, 10:37 am

On Ayurveda Day, PM Modi inaugurated two institutes - Institute of Teaching and Research in Ayurveda (ITRA), Jamnagar and the National Institute of Ayurveda (NIA), Jaipur via video conferencing. PM Modi said India's tradition of Ayurveda is receiving global acceptance and benefitting whole humanity. He said, When there was no effective way to fight against Corona, many immunity booster measures like turmeric, kaadha, etc. worked as immunity boosters.

PM dedicates two future-ready Ayurveda institutions to the nation on Ayurveda Day

November 13th, 10:36 am

On Ayurveda Day, PM Modi inaugurated two institutes - Institute of Teaching and Research in Ayurveda (ITRA), Jamnagar and the National Institute of Ayurveda (NIA), Jaipur via video conferencing. PM Modi said India's tradition of Ayurveda is receiving global acceptance and benefitting whole humanity. He said, When there was no effective way to fight against Corona, many immunity booster measures like turmeric, kaadha, etc. worked as immunity boosters.