বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়াভাৱে উন্নয়নমূলক প্ৰকল্পৰ ভাৰ্চুৱেল উদ্বোধন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 01st, 11:00 am

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী ড০ জয়শংকৰ, শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী আৰ কে সিং, শ্ৰী জি কিষাণ ৰেড্ডী আৰু এই অনুষ্ঠানৰ সৈতে জড়িত সকলো সহকৰ্মী,

১৩ জানুৱাৰীত বাৰাণসীত বিশ্বৰ দীঘতম ৰিভাৰ ক্ৰুজ-এমভি গংগা বিলাসৰ ফ্লেগ অফ আৰু টেণ্ট চিটি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 11th, 03:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিশ্বৰ দীঘতম ৰিভাৰ ক্ৰুজ-এমভি গংগা বিলাসক ফ্লেগ অফ কৰাৰ লগতে টেণ্ট চিটি উদ্বোধন কৰিব। তদুপৰি অনুষ্ঠানৰ সময়ত তেওঁ ১,০০০ কোটি টকাৰো অধিক মূল্যৰ আন কেইবাটাও আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

বাংলাদেশৰ ওড়াকান্দী ঠাকুৰবাৰীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

March 27th, 12:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ওৰাকান্দিস্থিত হৰি মন্দিৰ দৰ্শন কৰে আৰু সমূহীয়া আদৰণি অনুষ্ঠানত উপস্থিত থাকে

March 27th, 12:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা ওৰাকান্দিস্থিত হৰি মন্দিৰত আশীৰ্বাদ বিচাৰে আৰু ঠাকুৰ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিনিময় কৰে।

প্ৰধানমন্ত্ৰী, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ যুটীয়াভাৱে দুটা প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানৰ ই-ফলক মুকলি

September 18th, 04:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি যুটীয়াভাৱে ভিডিঅ’ কনফাৰেন্সযোগে দুটা প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানৰ ই–ফলক মুকলি কৰে৷ এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত আছিল৷

Joint dedication of the Petrapole Integrated Check Post (ICP)

July 21st, 08:52 pm



In India’s development journey, our neighbours play a vital role: PM Modi

July 21st, 04:53 pm



Call on PM by Mr. Gen Nakatani, Defence Minister of Japan

July 14th, 06:02 pm



PM expresses grief over loss of lives due to attack in Dhaka

July 02nd, 05:15 pm



We are near and we are together: PM speaks at Dhaka University

June 07th, 07:35 pm