প্রধানমন্ত্রীয়ে তেওঁৰ বাসভৱনত ভাৰতীয় পেৰালিম্পিক প্রতিনিধিদলক সংবর্ধনা জনায়
September 09th, 02:41 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি তেওঁৰ বাসভৱনত টকিঅ' ২০২০ পেৰালিম্পিক প্রতিযোগিতাত অংশ গ্ৰহণ কৰা ভাৰতীয় প্রতিনিধিদলক সংবর্ধনা জনাইছে। এই প্রতিনিধিদলত পেৰা এথলিটসকলৰ উপৰিও প্রশিক্ষকসকল উপস্থিত আছিল।বিশেষ আলোকচিত্ৰঃ পেৰাঅলিম্পিক চেম্পিয়নৰ সৈতে স্মৰণীয় কথোপকথন !
September 09th, 10:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ টকিঅ’ পেৰাঅলিম্পিকত অংশগ্ৰহণ কৰা আৰু বিশ্ব দৰবাৰত দেশক সন্মানিত কৰা ভাৰতীয় পেৰাঅলিম্পিকৰ চেম্পিয়নসকলক সাক্ষাৎ কৰেPM congratulates Devendra Jhajharia for winning Silver medal in Javelin at Paralympics Games
August 30th, 11:02 am
Superb performance by Devendra Jhajharia! One of our most experienced athletes wins a Silver medal. Devendra has been making India continuously proud. Congratulations to him. Best of luck for his future endeavours. –PM Narendra Modiফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা ফিট ইণ্ডিয়া ডায়লগত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূ
September 24th, 12:01 pm
আজি সমগ্ৰ দেশক অনুপ্ৰাণিত কৰা এনে সাতগৰাকী মহানুভৱৰ প্ৰতি বিশেষ কৃতজ্ঞতা ব্যক্ত কৰিছো, কিয়নো আপোনালোকে আপোনালোকৰ ব্যস্ত সময়সূচীৰ পৰা সময় উলিয়াইছে আৰু আপোনালোকৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে। আপোনালোকে ফিটনেছৰ ভিন ভিন দিশৰ ওপৰত আপোনালোকৰ নিজৰ যিবোৰ অভিজ্ঞতা আেমাৰ সকলোৰে সমূখত বৰ্ণনা কৰিছে, সি নিশ্চিতভাৱে দেশৰ প্ৰতিটো প্ৰজন্মকে লাভৱান্বিত কৰিব, সেয়া মই অনুভৱ কৰিছো। আজিৰ এই আলোচনা যিকোনো বয়সৰ লোকৰ বাবে আৰু ভিন ভিন ৰুচি অভিৰুচিৰ লোকৰ বাবেই যথেষ্ট লাভদায়ক বিবেচিত হ’ব। ফিট ইণ্ডিয়া অভিযানৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে মই প্ৰতিগৰাকী দেশবাসীৰে সুস্বাস্থ্য কামনা কৰিছো।প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বয়সোপযোগী ফিটনেছ প্ৰট’ক
September 24th, 12:00 pm
এই উপলক্ষে শ্ৰী মোদীয়ে বিভিন্ন ক্ৰীড়াবিদ, ফিটনেছ বিশেষজ্ঞ আৰু অন্যান্য ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে৷ এই ভাৰ্চুৱেল অনুষ্ঠানত অনানুষ্ঠনিক পদ্ধতিৰে অংশগ্ৰহণকাৰীসকলে নিজৰ জীৱনৰ অভিজ্ঞতা তথা ফিটনেছ মন্ত্ৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰে৷Attackers of Uri incident would not go unpunished: PM During Mann Ki Baat
September 25th, 11:00 am
We have full faith in our soldiers. They will always give befitting reply to those spreading terrorPM Shri Narendra Modi today addressed the nation through radio program Mann Ki Baat. PM paid tributes to the 18 martyrs of Uri attack and said that we have full faith in our army. Shri Modi applauded the achievements of our Paralympic athletes in Rio 2016 Paralympics. PM also talked about the successful 2 years of Swacch Bharat Mission and encouraged citizens to participate in it in every way they can.Social Media Corner 14th September
September 14th, 06:45 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM congratulates Devendra Jhajharia on winning gold at Paralympics 2016
September 14th, 01:05 pm
PM Narendra Modi congratulated Devendra Jhajharia on winning gold medal at the Rio 2016 Paralympics. The PM congratulated him for the historic win and said that it was well deserved and made everyone proud.