ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে শ্ৰী হৰিবংশ নাৰায়ণ সিং নিৰ্বাচিত হোৱাক লৈ প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবা

September 14th, 05:49 pm

শ্ৰীমান হৰিবংশ জী দ্বিতীয় বাৰৰ বাবে এই সদনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে সমগ্ৰ সদন আৰু সকলো দেশবাসীৰ হৈ মই বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো৷

ৰাজ্যসভাত উপ সভাপতি হিচাপে শ্ৰী হৰিবংশ নিৰ্বাচিত হোৱাৰ মুহূৰ্তত সংসদত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যৰ অসমীয়া অনুবাদ

August 09th, 11:59 am

সৰ্বপ্ৰথমে মই সদনৰ তৰফৰ পৰা তথা মোৰ তৰফৰ পৰা নৱনিৰ্বাচিত উপ সভাপতি শ্ৰীমান হৰিবংশ ডাঙৰীয়াক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছোঁ৷ আমাৰ বাবে সন্তোষৰ কথা যে ৰোগৰ পৰা আৰোগ্য লাভ কৰি অৰুণ ডাঙৰীয়াও আজি আমাৰ মাজত উপস্থিত আছে৷

PM congratulates Harivansh Narayan Singh on being elected as Deputy Chairperson of Rajya Sabha

August 09th, 11:58 am

The Prime Minister, Shri Narendra Modi, today congratulated Shri Harivansh, on his election as Deputy Chairman of the Rajya Sabha. Speaking in the Upper House, shortly after the election, the Prime Minister also expressed happiness that the Leader of the House, Shri Arun Jaitley, is back in the House, after recovering from illness.