Cabinet approves the Department of Science and Technology scheme namely ‘Vigyan Dhara’
August 24th, 09:07 pm
The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi, today approved continuation of the three umbrella schemes, merged into a unified central sector scheme namely ‘Vigyan Dhara’ of Department of Science and Technology (DST).প্ৰধানমন্ত্ৰীয়ে ৪ জুনত চিএছআইআৰ ছ’চাইটীৰ বৈঠকৰ অধ্যক্ষতা কৰিব
June 03rd, 09:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪ জুনত পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা(চিএছআইআৰ)ছ’চাইটীৰ বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৪ জুনত পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা(চিএছআইআৰ)ছ’চাইটীৰ বৈঠকৰ অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকিব। এই ছ’চাইটীখন বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনষ্ঠ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ এক অংশ। সমগ্ৰ দেশত ৩৭টা পৰীক্ষাগাৰ আৰু ৩৯টা কেন্দ্ৰৰ মাধ্যমেৰে ইয়াৰ কাৰ্যকলাপ চলি আছে। প্ৰখ্যাত বিজ্ঞানী, উদ্যোগপতি আৰু বৈজ্ঞানিক মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়ববীয়াসকল এই ছ’চাইটীৰ সদস্য আৰু তেওঁলোকে বছৰি এবাৰকৈ মিলিত হয়।India & the UK can work together to define knowledge economy of 21st century: PM Modi
November 07th, 10:30 am
Addressing India-UK Tech Summit, PM Modi today said that both countries, the two countries linked by history, could work together to define knowledge economy of 21st century. Prime Minister said that the world is at an inflection point where technology advancement is transformational. PM Modi added that Science, Technology and Innovation are immense growth forces and will play a very significant role in India-UK relationship.