প্ৰধানমন্ত্ৰীয়ে পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে

প্ৰধানমন্ত্ৰীয়ে পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে

February 18th, 10:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে।

প্রধানমন্ত্রীয়ে ২৩ জুনত বাণিজ্য ভৱনৰ উদ্বোধন আৰু ‘নির্যাত’ পর্টেলৰ সূচনা কৰিব

প্রধানমন্ত্রীয়ে ২৩ জুনত বাণিজ্য ভৱনৰ উদ্বোধন আৰু ‘নির্যাত’ পর্টেলৰ সূচনা কৰিব

June 22nd, 03:55 pm

ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ জুনত পুৱা ১০: ৩০ বজাত শিল্প আৰু বাণিজ্য মন্ত্রালয়ৰ নতুন ভৱন – ‘বাণিজ্য ভৱন’ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে জাতীয় আমদানী-ৰপ্তানী সংক্রান্তীয় তথ্যৰ বাবে ব্যৱসায়-বাণিজ্যৰ বার্ষিক মূল্যায়ন সংক্রান্তীয় নতুন পর্টেল ‘নির্যাত’ (National Import-Export Record for Yearly Analysis of Trade)ৰ সূচনা কৰিব। পর্টেলটোৰ পৰা ভাৰতৰ বৈদেশিক ব্যৱসায়-বাণিজ্যৰ সৈতে যুক্ত ব্যক্তিসকলে এই সংক্রান্তীয় সকলো তথ্য সংগ্রহ কৰিব পাৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোককো সম্বোধন কৰিব।

ডিপিআইআইটিৰ সচিব ড০ গুৰুপ্ৰসাদ মহাপাত্ৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

ডিপিআইআইটিৰ সচিব ড০ গুৰুপ্ৰসাদ মহাপাত্ৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

June 19th, 10:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিপিআইআইটিৰ সচিব ড০ গুৰুপ্ৰসাদ মহাপাত্ৰৰ বিয়োগত শোক প্ৰকাশ কৰে৷