উত্তৰ প্ৰদেশত ৯খন চিকিত্সা মহাবিদ্যালয় উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 25th, 10:31 am
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, মহাত্মা বুদ্ধৰ পবিত্ৰ ভূমি সিদ্ধাৰ্থনগৰত মই আপোনালোক সকলোলৈকে প্ৰণাম জনাইছো। মহাত্মা বুদ্ধই য’ত জীৱনৰ আৰম্ভণী কালছোৱা অতিবাহিত কৰিছিল সেইডোখৰ ভূমিতে আজি প্ৰদেশখনৰ ৯খন মহাবিদ্যালয়ৰ উদ্বোধন কৰা হৈছে। সুস্থ আৰু নিৰোগী ভাৰতৰ সপোন পূৰ্ণ কৰাৰ ক্ষেত্ৰত ই এক বৃহত্ পদক্ষেপ। আপোনালোক আটাইকে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত সিদ্ধাৰ্থ নগৰৰ মাধৱ প্ৰসাদ ত্ৰিপাঠী মেডিকেল কলেজসহ প্ৰদেশৰ নখন মেডিকেল কলেজৰ উদ্ঘাটন কৰে
October 25th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত সিদ্ধাৰ্থ নগৰৰ মাধৱ প্ৰসাদ ত্ৰিপাঠী মেডিকেল কলেজসহ প্ৰদেশৰ নখন মেডিকেল কলেজৰ উদ্ঘাটন কৰে। এই নখন মেডিকেল কলেজ সিদ্ধাৰ্থ নগৰ, এটা, হৰদোই, প্ৰতাপগঢ়, ফটেহপুৰ, দেৱৰীয়া, গাজীপুৰ, মিৰ্জাপুৰ আৰু জৌনপুৰ জিলাত আছে। এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী উপস্থিত আছিল।Elections in Uttar Pradesh has turned into an 'Utsav' of freeing the state from misrule of SP, BSP, Congress: PM
March 01st, 09:01 pm
Campaigning in Deoria, Uttar Pradesh, Prime Minister Narendra Modi said, ““Elections in Uttar Pradesh has turned into an 'Utsav' of freeing the state from misrule of SP, BSP, Congress.” PM Modi attacked the Samajwadi Government and said that they started various projects but could not finish them.PM Modi addresses public rally in Maharajaganj and Deoria Uttar Pradesh
March 01st, 09:00 pm
PM Narendra Modi addressed huge public meetings in Maharajganj and Deoria in Uttar Pradesh. PM Modi stated that BJP wanted to fulfil aspirations of the poor and uplift them without discriminating anyone on the grounds of caste or religion. PM mentioned that according to the recent data India was the fastest growing economy in the world and hard work of the 125 billion people had muted the claims of Harvard economists.Social Media Corner 1 March 2017
March 01st, 08:04 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!