The BJP-NDA government will fight the mafia-driven corruption in recruitment: PM Modi in Godda, Jharkhand
November 13th, 01:47 pm
Attending and addressing rally in Godda, Jharkhand, PM Modi expressed gratitude to the women of the state for their support. He criticized the local government for hijacking benefits meant for women, like housing and water supply. PM Modi assured that under the BJP-NDA government, every family in Jharkhand will get permanent homes, water, gas connections, and free electricity. He also promised solar panels for households, ensuring free power and compensation for any surplus electricity generated.We ensured that government benefits directly reach beneficiaries without intermediaries: PM Modi in Sarath, Jharkhand
November 13th, 01:46 pm
PM Modi addressed a large gathering in Jharkhand's Sarath. He said, Today, the first phase of voting is happening in Jharkhand. The resolve to protect livelihood, daughters, and land is visible at every booth. There is strong support for the guarantees that the BJP has given for the future of women and youth. It is certain that the JMM-Congress will be wiped out in the Santhali region this time.PM Modi engages lively audiences in Jharkhand’s Sarath & Godda
November 13th, 01:45 pm
PM Modi addressed a large gathering in Jharkhand's Sarath. He said, Today, the first phase of voting is happening in Jharkhand. The resolve to protect livelihood, daughters, and land is visible at every booth. There is strong support for the guarantees that the BJP has given for the future of women and youth. It is certain that the JMM-Congress will be wiped out in the Santhali region this time.মহিলাসকল হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ মূল অংশীদাৰ
November 30th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। তেখেতে প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰও উদ্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইমছ, দেওঘৰত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰটো উৎসৰ্গা কৰে। ইয়াৰোপৰি শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰপৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্ম-সহায়ক গোটসমূহক (SHG) ড্ৰোন প্ৰদানৰ লগতে জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰপৰা ২৫,০০০লৈ বৃদ্ধি, এই দুই পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কাৰ্য্যসূচীৰ জৰিয়তে উক্ত ঘোষণাৰাজিৰ পৰিপূৰণ নিশ্চিত কৰা হয়।২০৪৭ চনৰ ভিতৰত অৰুণাচলৰ গাঁৱত বিকশিত ভাৰতৰ বাৰ্তা প্ৰতিধ্বনিত
November 30th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী আৰম্ভ কৰে। মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা –এই দুয়োটা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি পূৰণ কৰাটো চিহ্নিত কৰে।জম্মুৰ সীমান্ত অঞ্চলৰ গাঁওপ্ৰধানক তেওঁৰ কৰ্তব্যনিষ্ঠাৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
November 30th, 01:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ দ্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰা-এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাটো চিহ্নিত কৰে।প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰী কৃষকক জয় জগন্নাথৰে শুভেচ্ছা জনায়
November 30th, 01:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’ও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ‘১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ’টো আনুষ্ঠানিক ভাবে মুকলি কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰে, মহিলা ‘এছএইচজি’সমূহক ‘ড্ৰোন’ প্ৰদান কৰে। প্ৰণিধানযোগ্য যে এই বছৰৰ আৰম্ভণিতে ‘স্বাধীনতা দিৱস’ৰ ভাষণত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। আজিৰ কাৰ্যসূচীটোৱে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাটোকে চিহ্নিত কৰে।PM Interacts with Jan Aushadi Kendra operator and beneficiary at Deoghar
November 30th, 01:23 pm
The Prime Minister, Shri Narendra Modi interacted with beneficiaries of the Viksit Bharat Sankalp Yatra via video conferencing today. He also launched Pradhan Mantri Mahila Kisan Drone Kendra. During the program, the Prime Minister dedicated the landmark 10,000th Jan Aushadi Kendra at AIIMS, Deoghar. Further, Shri Modi also launched the program to increase the number of Jan Aushadhi Kendras in the country from 10,000 to 25,000.বাবাবৈদ্যনাথ ধামত পূজা প্ৰধানমন্ত্ৰীৰ
July 12th, 08:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ ধামত পূজা কৰে।Those who do politics of short-cut never build new airports, highways, medical colleges: PM
July 12th, 03:56 pm
Prime Minister Narendra Modi today addressed a public meeting in Deoghar, Jharkhand. PM Modi started his address by recognising the enthusiasm of people. PM Modi said, “The way you have welcomed the festival of development with thousands of diyas, it is wonderful. I am experiencing the same enthusiasm here as well.”PM Modi addresses public meeting in Deoghar, Jharkhand
July 12th, 03:54 pm
Prime Minister Narendra Modi today addressed a public meeting in Deoghar, Jharkhand. PM Modi started his address by recognising the enthusiasm of people. PM Modi said, “The way you have welcomed the festival of development with thousands of diyas, it is wonderful. I am experiencing the same enthusiasm here as well.”দেওঘৰ বিমান বন্দৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ
July 12th, 12:46 pm
বাবা ধামলৈ অহাৰ পিছত সকলোৰে মন প্ৰসন্ন হৈ পৰে। আজি আমি সকলোৱে দেওঘৰৰ পৰা ঝাৰখণ্ডৰ উন্নয়নত গতি প্ৰদান কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। বাবা বৈদ্যনাথৰ আশীৰ্বাদত আজি ১৬,০০০ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে নাইবা আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পবোৰে ঝাৰখণ্ডৰ আধুনিক সংযোগ, শক্তি, স্বাস্থ্য, বিশ্বাস আৰু পৰ্যটনক যথেষ্ট গতি প্ৰদান কৰিব। আমি দীৰ্ঘদিন ধৰি দেওঘৰ বিমান বন্দৰ আৰু দেওঘৰ এইমছৰ সপোন দেখিছিলোঁ। এই সপোনো এতিয়া বাস্তৱায়িত হৈছে।PM inaugurates and lays foundation stone of various development projects worth more than Rs 16,800 crores in Deoghar
July 12th, 12:45 pm
PM Modi addressed closing ceremony of the Centenary celebrations of the Bihar Legislative Assembly in Patna. Recalling the glorious history of the Bihar Assembly, the Prime Minister said big and bold decisions have been taken in the Vidhan Sabha building here one after the other.১২ জুলাইত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 09th, 09:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০২২ত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব।প্ৰায় ১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে দেওঘৰত ১৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ পিছত প্ৰায় ২:৪০ বজাত তেওঁ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বাবা বৈদ্যনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰিব। সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে পাটনাত বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব।দেওঘৰৰ উদ্ধাৰ অভিযানৰে জড়িতসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ পাঠ
April 13th, 08:01 pm
আমাৰ সৈতে জড়িত হোৱা গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ জী, সাংসদ শ্ৰী নিশিকান্ত ডুবে জী, গৃহ সচিব, স্থলসেনা প্ৰধান, বায়ুসেনা প্ৰধান, ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান, এনডিআৰএফৰ সঞ্চালক প্ৰধান, আইটিবিপিৰ সঞ্চালক প্ৰধান, স্থানীয় প্ৰশাসনৰ বন্ধুসকল, আমাৰ সৈতে জড়িত হোৱা সকলো সাহসী জোৱানসকল, কামাণ্ডো, আৰক্ষী আৰু অন্যান্য বন্ধুসকল,প্ৰধানমন্ত্ৰী মোদীয়ে দেওঘৰ উদ্ধাৰ অভিযানত জড়িত সকলৰ সৈতে বাৰ্তালাপ কৰে
April 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইএএফ, ভাৰতীয় সেনা, এনডিআৰএফ, আইটিবিপি, স্থানীয় প্ৰশাসন আৰু নাগৰিক সমাজৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰে যিসকলে দেওঘৰত কেবল কাৰ দুৰ্ঘটনাত উদ্ধাৰ অভিযানৰ সৈতে জড়িত আছিল। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, সংসদ শ্ৰী নিশিকান্ত দুবে, এমএইচএৰ সচিব, সেনা প্ৰধান, বিমান কৰ্মচাৰীপ্ৰধান, এনডিআৰএফৰ ডিজি এনডিআৰএফৰ ডিজি আইটিবিপি উপস্থিত আছিল।দেওঘৰস্থিত সৎসংগ আশ্ৰমৰ আচাৰ্যদেৱ অশোক ৰঞ্জন চক্ৰৱৰ্তীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
December 16th, 06:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওঘৰস্থিত সৎসংগ আশ্ৰমৰ আচাৰ্যদেৱ অশোক ৰঞ্জন চক্ৰৱৰ্তীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷