দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
December 15th, 10:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পূৰ্বে দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ২০২৪ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।Prime Minister Narendra Modi to chair fourth National Conference of Chief Secretaries in Delhi
December 13th, 12:53 pm
PM Modi will chair the 4th National Conference of Chief Secretaries in Delhi, focusing on entrepreneurship, employment, and skilling to leverage India's demographic pidend. Key themes include manufacturing, renewable energy, and circular economy, with special sessions on economic growth, investment, and capacity building.ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 09th, 11:00 am
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 09th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।আমেৰিকাৰ প্ৰবাসী ভাৰতীয় সম্প্ৰদায়ৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
June 24th, 07:30 am
ভাষণত প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত নিজ নিজ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে আৰু অমৃত কালৰ সময়ত ভাৰতৰ বিকাশত অৰিহণা যোগাবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ ক্ষেত্ৰসমূহত আলোকপাত কৰে।‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ‘ভিডিঅ’ বাৰ্তা’ৰ ইংৰাজী তৰ্জমাৰ অসমীয়া ৰূপান্তৰ
January 11th, 05:00 pm
‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্ট্ৰছ ছামিট’লৈ সকলো বিনিয়োগকাৰী আৰু উদ্যোগীক উষ্ম আদৰণি জনাইছো! উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত মধ্য প্ৰদেশৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। ভক্তি আৰু আধ্যাত্মিকতাৰ পৰা পৰ্যটনলৈ; কৃষিৰ পৰা শিক্ষা আৰু দক্ষতা বিকাশলৈকে, মধ্য প্ৰদেশে এক স্বকীয়তা, মহিমা আৰু সজাগতাৰ স্থান দখল কৰি আহিছে।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত মধ্য প্ৰদেশ বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩-ত ভাষণ প্ৰদান কৰে
January 11th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত ভাষণ দিয়ে। এই সন্মিলনখনে মধ্য প্ৰদেশত বিবিধ বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিব।Our youth should be skilled, confident and practical, NEP is preparing the ground for this: PM Modi
July 07th, 02:46 pm
PM Modi inaugurated Akhil Bhartiya Shiksha Samagam on implementation of the National Education Policy in Varanasi. The Prime Minister said that the basic premise of the National Education Policy was to take education out of narrow thinking and connect it with the modern ideas of the 21st century.PM inaugurates Akhil Bhartiya Shiksha Samagam on implementation of NEP
July 07th, 02:45 pm
PM Modi inaugurated Akhil Bhartiya Shiksha Samagam on implementation of the National Education Policy in Varanasi. The Prime Minister said that the basic premise of the National Education Policy was to take education out of narrow thinking and connect it with the modern ideas of the 21st century.Cabinet approves extension of Atal Innovation Mission
April 08th, 09:16 pm
The Union Cabinet chaired by the Prime Minister Narendra Modi has approved continuation of Atal Innovation Mission (AIM), till March 2023. The AIM shall work on its intended target of creating an innovation culture and entrepreneurial ecosystem in the country.‘পৃথিৱীৰ বাবে মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত বাজেট-উত্তৰ ৱে’বিনাৰত প্ৰদান কৰা প্ৰাধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 03rd, 10:08 am
এইখন বাজেটত ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মে’ক ইন ইণ্ডিয়া’ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আমাৰ উদ্যোগ আৰু অৰ্থনীতি দুয়োটা ক্ষেত্ৰৰ বাবেই অতিকে গুৰুত্বপূৰ্ণ। ‘মে’ক ইন ইণ্ডিয়া অভিযান’ দৰাচলতে আজিৰ ২১ শতিকাৰ ভাৰতৰ আৱশ্যকীয়তাও আৰু ই আমাক পৃথিৱীৰ সন্মুখত আমাৰ সামৰ্থ্য প্ৰদৰ্শনৰো সুযোগ প্ৰদান কৰিব। যদি কোনোবা এখন দেশৰ পৰা কেঁচামাল বাহিৰলৈ যায় আৰু সেইখন দেশে সেইবোৰ কেঁচামালৰে উত্পাদিত সামগ্ৰীসমূহ আমদানী কৰে, তেনে পৰিস্থিতি যিকোনো দেশৰ বাবেই লোকচানদায়ক সিদ্ধ হোৱাৰ বাহিৰে আন একো নহয়।প্ৰধানমন্ত্ৰীয়ে 'মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড' বিষয়ত ডিপিআইআইটি ৱেবিনাৰত ভাষণ দিয়ে
March 03rd, 10:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য সংবৰ্ধন বিভাগ (ডিপিআইআইটি)ৰ দ্বাৰা আয়োজিত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। এয়া প্ৰধানমন্ত্ৰীৰ দ্বাৰা সম্বোধিত অষ্টম বাজেট-পৰৱৰ্তী ৱেবিনাৰ। ৱেবিনাৰৰ থীম 'মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড' আছিল।‘স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰা স্বৰ্ণিম ভাৰতৰ দিশে’ অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 20th, 10:31 am
অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জী, ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰ জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমান অশোক গেহলট জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী কিষাণ ৰেড্ডি জী, ভূপেন্দ্ৰ যাদৱ জী, অৰ্জুন ৰাম মেঘৱাল জী, পুৰষোত্তম ৰূপালা জী আৰু শ্ৰী কৈলাস চোধাৰী জী, ৰাজস্থান বিধানসভাৰ বিৰোধী নেতা শ্ৰী গুলাব চন্দ কাটাৰিয়া জী, ব্ৰহ্মকুমাৰীজ কাৰ্যবাহী সম্পাদক ৰাজযোগী মৃত্যুঞ্জয় জী, ৰাজযোগিনী ভগ্নী মোহিনী জী, ভগ্নী চন্দ্ৰিকা জী, ব্ৰহ্মকুমাৰীৰ অন্যান্য ভগ্নীসকল আৰু সাধক-সাধিকাসকল!প্ৰধানমন্ত্ৰীয়ে 'স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰা সোণালী ভাৰতলৈ' ৰাষ্ট্ৰীয় শুভাৰম্ভ অনুষ্ঠানত মুখ্য বক্তব্য আগবঢ়ায়
January 20th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'সোণালী ভাৰতৰ পৰা স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ ৰাষ্ট্ৰীয় শুভাৰম্ভ অনুষ্ঠানত মুখ্য বক্তব্য আগবঢ়ায়। তেওঁ ব্ৰহ্মকুমাৰী সংস্থানৰ সাতটা প্ৰচেষ্টাও আৰম্ভ কৰিছিল। লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী, শ্ৰী ভূপেন্দ্ৰ যাদৱ, শ্ৰী অৰ্জুন ৰাম মেঘৱাল, শ্ৰী পুৰুষোত্তম ৰূপালা আৰু শ্ৰী কৈলাশ চৌধুৰীও উপস্থিত আছিল।পুডুচেৰীত ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 12th, 03:02 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷পুডুচেৰীত ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে
January 12th, 11:01 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷১২ জানুৱাৰী, ২০২২ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ বাবে আপোনালোকৰ ধাৰণা আৰু পৰামৰ্শ শ্বেয়াৰ কৰক
January 09th, 12:32 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী উপলক্ষে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ প্ৰধানমন্ত্ৰীৰ ভাষণৰ বাবে যুৱক-যুৱতীসকলৰ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে ইয়াৰে কেতবোৰ পৰামৰ্শ তেওঁৰ ভাষণত স্থান দিব৷কেৰালাত শক্তি আৰু নগৰ খণ্ডত একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 19th, 04:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।প্রধানমন্ত্রীয়ে কেৰালাত শক্তি আৰু নগৰীয়া খণ্ডৰ প্ৰধান প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে
February 19th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।Let us resolve to make India self-reliant: PM Modi
May 12th, 08:39 pm
PM Narendra Modi addressed the nation on COVID-19 related issues. The PM said India needs to become self-reliant in the post-COVID world and announced Rs. 20 lakh crore package focusing on land, labour, liquidity and law.