ডেৰাডুনত অনুষ্ঠিত বিনিয়োগকাৰী সন্মিলনত থলুৱা সামগ্ৰীৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে
December 08th, 05:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত অনুষ্ঠিত ‘বিনিয়োগকাৰী সন্মিলন’ত প্ৰদৰ্শিত থলুৱা সামগ্ৰীসমূহৰ আভাস ব্যক্ত কৰে।৮ ডিচেম্বৰত ডেৰাডুন ভ্ৰমণেৰে ‘উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
December 06th, 02:38 pm
‘উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৩’ হৈছে উত্তৰাখণ্ডক এক নতুন বিনিয়োগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ দিশত এটি পদক্ষেপ। ৮ আৰু ৯ ডিচেম্বৰ, ২০২৩ত দুদিনীয়া সন্মিলনখনিৰ বিষয়বস্তু হৈছে - “শান্তিৰপৰা সমৃদ্ধিলৈ” (Peace to Prosperity)।”১২ অক্টোবৰত উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 10th, 08:12 pm
পুৱা প্ৰায় ৮:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পিথোৰাগড় জিলাৰ জলিংকঙত উপস্থিত হ’ব, য’ত তেওঁ পাৰ্বতী কুণ্ডত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই স্থানত পবিত্ৰ আদি-কৈলাশৰ পৰা আশীৰ্বাদো বিচাৰিব। আধ্যাত্মিক গুৰুত্ব আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে এই অঞ্চলটো সুপৰিচিত।ডেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
May 25th, 11:30 am
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, উত্তৰাখণ্ডৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, বিভিন্ন সাংসদ, বিধায়ক, মেয়ৰ, জিলা পৰিষদৰ সদস্য, অন্যান্য বিশিষ্ট ব্যক্তি, আৰু উত্তৰাখণ্ডৰ মোৰ মৰমৰ ভাই-ভনীসকল! বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ বাবে উত্তৰাখণ্ডৰ সকলো ৰাইজলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছো।প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ উদ্বোধনী যাত্রাৰ সূচনা কৰে
May 25th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে।২৫ মে’ত দেৰাডুনৰ পৰা দিল্লীলৈ বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰাৰম্ভিক যাত্ৰাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 24th, 04:18 pm
উত্তৰাখণ্ডত প্ৰৱৰ্তন কৰিবলগীয়া এইখন প্ৰথমখন বন্দে ভাৰত ৰে’ল৷ বিশ্বমানৰ সুবিধাসম্পন্ন এই ৰে’লখনে আৰামদায়ক যাত্ৰা অভিজ্ঞতা, বিশেষকৈ ৰাজ্যখনলৈ ভ্ৰমণৰ বাবে অহা পৰ্যটকৰ বাবে এক নতুন যুগৰ সূচনা কৰিব৷ থলুৱাভাৱে নিৰ্মিত এই ৰে’লখনত কবক প্ৰযুক্তিকে ধৰি অত্যাধুনিক সুৰক্ষা ব্যৱস্থাৰে সমৃদ্ধ৷ভাৰত গণতন্ত্ৰৰ মাতৃঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 29th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। এয়া হৈছে ২০২৩ চনৰ প্ৰথমটো 'মন কী বাত' আৰু ইয়াৰ লগতে এই কাৰ্যসূচীটোৰ সাতানব্বৈটা খণ্ড। আপোনালোক সকলোৰে সৈতে আকৌ এবাৰ বাৰ্তালাপ কৰি মই অত্যাধিক আনন্দিত হৈছো। প্ৰতি বছৰৰ দৰে এইবাৰৰ জানুৱাৰী মাহটোও যথেষ্ট ঘটনাবহুল হৈছে। এই মাহত, জানুৱাৰীৰ প্ৰায় ১৪ তাৰিখৰ পৰা সমগ্ৰ দেশ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ উৎসৱৰ ৰঙত জিলিকি উঠিছে। ইয়াৰ পিছত, দেশখনে গণতন্ত্ৰ দিৱসো উদযাপন কৰিছে। এইবাৰো গণতন্ত্ৰ দিৱস উদযাপনৰ বহুতো দিশৰ যথেষ্ট প্ৰশংসা কৰা হৈছে। জয়সালমেৰৰ পুলকিতে মোলৈ লিখিছে যে ২৬ জানুৱাৰীৰ কুচকাৱাজৰ সময়ত কৰ্তব্য পথৰ নিৰ্মাণ শ্ৰমিকসকলক দেখি বৰ ভাল লাগিছিল। কানপুৰৰ জয়াই লিখিছে যে তেওঁ পেৰেডত অন্তৰ্ভুক্ত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশসমূহ দেখি ভাল পাইছে। প্ৰথমবাৰৰ বাবে এই কুচকাৱাজত অংশগ্ৰহণ কৰা মহিলা উট আৰোহী আৰু চিআৰপিএফৰ মহিলা দলকো যথেষ্ট প্ৰশংসা কৰা হৈছে।পৰীক্ষা প্ৰসংগত নিজে লিখা কবিতা শ্বেয়াৰ কৰাৰ বাবে ডেৰাডুনৰ ‘কেভি অ’এনজিচি’-ৰ ছাত্ৰী কুমাৰী দিয়াক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
January 07th, 03:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনৰ ‘কেভি অ'এনজিচি’ৰ ছাত্ৰী কুমাৰী দিয়াক পৰীক্ষা প্ৰসংগত নিজে লিখা কবিতা শ্বেয়াৰ কৰাৰ বাবে প্ৰশংসা কৰে।উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰাত শ্রী পুষ্কৰ সিং ধামিক অভিনন্দন প্রধানমন্ত্রীৰ
March 23rd, 02:30 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰাত শ্রী পুষ্কৰ সিং ধামিক অভিনন্দন জনাইছে।ডেৰাডুনৰ ছাত্ৰ অনুৰাগ ৰামোলাই অতি কম বয়সতে ৰাষ্ট্ৰীয় স্বাৰ্থজনিত বিষয়সমূহত যি দৃষ্টিভংগীৰ পৰিচয় দাঙি ধৰিছে তাৰ প্ৰতি মুগ্ধ হৈ তেওঁলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰীয়ে
March 11th, 02:25 pm
দেশৰ যুৱ প্ৰজন্ম, বিশেষকৈ শিক্ষাৰ্থীসকলৰ সৈতে নিয়মিতভাৱে মত বিনিময় কৰি মনোবল বৃদ্ধি কৰি আহিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। 'মন কি বাত', 'পৰীক্ষা পে চৰ্চা' বা ব্যক্তিগত আলাপেই হওঁক প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে যুৱপ্ৰজন্মক তেওঁলোকৰ উদ্বেগ আৰু কৌতূহলসমূহ বুজি সদায়ে উৎসাহিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ডেৰাডুনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অনুৰাগ ৰামোলাৰ পত্ৰৰ উত্তৰ দি তেওঁৰ কলা আৰু ভাৱনা ভূয়সী প্ৰশংসা কৰে।Working for development of Uttarakhand is priority for BJP-led government: PM Modi
February 07th, 02:40 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun. Addressing the gathering virtually, PM Modi said, “Uttarakhand is Dev Bhumi for us, but these people consider Uttarakhand as their vault. These people want to keep on looting the natural wealth and resources that God has given the state, they want it to fill their pockets. This is their mindset.”PM Modi addresses a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun
February 07th, 02:39 pm
Prime Minister Narendra Modi today addressed a virtual Vijay Sankalp Sabha in Uttarakhand's Haridwar and Dehradun. Addressing the gathering virtually, PM Modi said, “Uttarakhand is Dev Bhumi for us, but these people consider Uttarakhand as their vault. These people want to keep on looting the natural wealth and resources that God has given the state, they want it to fill their pockets. This is their mindset.”We believe in the mantra of "Nation First, Always First”: PM Modi
December 04th, 12:35 pm
PM Modi inaugurated and laid foundation stone of various projects worth around Rs 18,000 crore in Dehradun. “Our mountains are not only strongholds of faith and our culture, they are also the fortresses of our country's security. One of the top priorities of the country is to make life easier for the people living in the mountains, he remarked at a public meeting.দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
December 04th, 12:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৰাদুনত ১৮,০০০কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পত ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’(ইষ্টাৰ্ণ পেৰিফাৰেল এক্সপ্ৰেছ জাংকশ্যনৰ পৰা দেৰাদুনলৈ), ‘দিল্লী-দেৰাদুন ইক’নমিক কৰিড’ৰ’ৰ পৰা গ্ৰীণফিল্ড সংযোগী প্ৰকল্প’, ‘হালগোৱা, ছাহাৰানপুৰৰ পৰা ভদ্ৰবাদলৈ, হৰিদ্বাৰ, হৰিদ্বাৰ ৰিংৰোড প্ৰকল্প, দেৰাদুন-পাওণ্টা ছাহিব(হিমাচল প্ৰদেশ) পথ প্ৰকল্প’, ‘নাজিবাবাদ-কোটদৱাৰ পথ বহলীকৰণ প্ৰকল্প’ আৰু লক্ষ্ণণ ঝুলাৰ কাষত গংগাৰ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ প্ৰকল্প সামৰি লোৱা হৈছে। তেওঁ দেৰাদুনত ‘শিশু-অনুকূল মহানগৰ প্ৰকল্প’, পানী যোগান উন্নয়ণ প্ৰকল্প, দেৰাদুনৰ পথ আৰু পয়-প্ৰণালী উন্নয়ণ প্ৰকল্প, শ্ৰী বদ্ৰীনাথ ধাম আৰু গংগোত্ৰী-যমুনাত্ৰী ধামৰ আন্তঃগাঁথনি উন্নয়ণ প্ৰকল্প আৰু হৰিদ্বাৰ চিকিত্সা মহাবিদ্যালয় নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।PM to inaugurate and lay foundation stone of multiple projects worth around Rs 18,000 crore in Dehradun on 4th December
December 01st, 12:06 pm
Prime Minister Shri Narendra Modi will visit Dehradun and inaugurate & lay the foundation stone of multiple projects worth around Rs 18,000 crore on 4th December, 2021 at 1 PM. A significant focus of the visit will be on projects to improve road infrastructure, which will make travel smooth and safer, and also increase tourism in the region. This is in line with the vision of the Prime Minister to boost connectivity in the areas which were once considered far-flung.প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
November 05th, 10:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ইয়াক দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ শ্ৰী আদি শংকৰাচাৰ্য সমাধি উদ্বোধন কৰে আৰু শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ সম্পূৰ্ণ আৰু চলি থকা আন্তঃগাঁথনিসম্পৰ্কীয় কামবোৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়। সমগ্ৰ দেশৰ ১২ টা জ্যোতিৰ্লিঙ্গ আৰু ৪ টা ধাম আৰু আন বহুতো বিশ্বাসৰ স্থানত প্ৰাৰ্থনা আৰু অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই সকলোবোৰ কাৰ্যসূচী আৰু কেদাৰনাথ ধাম কাৰ্যসূচী কেদাৰনাথ ধামৰ মূল কাৰ্যসূচীৰ সৈতে জড়িত আছিল।Potential, Policy and Performance… this is the formula for Progress: PM Modi
October 07th, 02:01 pm
Prime Minister Shri Narendra Modi, today inaugurated the Uttarakhand Investors Summit in Dehradun. Addressing a gathering, PM Modi said, “We have improved the tax system in the country. We are trying to make the tax system more swift and transparent. Doing business has become easier due to Insolvency & Bankruptcy Code. The banking system has also got strengthened.” The PM stated that the New India is the perfect destination for Investment and Uttarakhand is the shinning part of that spirit.ডেষ্টিনেচন উত্তৰাখণ্ডঃ বিনিয়োগকাৰীৰ সন্মিলন ২০১৮ত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
October 07th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত ডেষ্টিনেচন উত্তৰাখণ্ডঃ বিনিয়োগকাৰীৰ সন্মিলন ২০১৮ত ভাষণ প্ৰদান কৰে৷In Pictures: International Day of Yoga 2018
June 21st, 08:06 am
On the fourth International Day of Yoga, Prime Minister Modi today participated in a mass Yoga demonstration event in Dehradun. Thousands of people gathered for the event.২১.০৬.২০১৮ত দেৰাডুনত আয়োজিত চতুর্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
June 21st, 07:10 am
মঞ্চত উপস্থিত বিশিষ্টব্যক্তিসকল আৰু এই সুন্দৰ প্ৰাংগনত সমবেত বন্ধুসকল, চতুর্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ সকলো প্রান্তৰ যোগ প্রেমীসকলক উত্তৰাখণ্ডৰ পবিত্র দেৱভূমিৰ পৰা মই মোৰ শুভেচ্ছা জনাইছো।