বদোদৰাত বিমান নিৰ্মাণ প্লাণ্টৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 30th, 02:47 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী; গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী; মোৰ কেবিনেট সহকৰ্মী তথা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী; শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী; টাটা ছনছৰ অধ্যক্ষ; এয়াৰবাছ ইণ্টাৰনেশ্যনেলৰ মুখ্য বাণিজ্যিক বিষয়া; প্ৰতিৰক্ষা আৰু বিমান পৰিবহণ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকল; ভদ্ৰ পুৰুষ-মহিলাসকল!PM lays foundation stone of C-295 Aircraft Manufacturing Facility in Vadodara, Gujarat
October 30th, 02:43 pm
PM Modi laid the foundation stone of the C-295 Aircraft Manufacturing Facility in Vadodara, Gujarat. The Prime Minister remarked, India is moving forward with the mantra of ‘Make in India, Make for the Globe’ and now India is becoming a huge manufacturer of transport aircrafts in the world.গুজৰাটৰ গান্ধীনগৰত মহাত্মা গান্ধী সমাৰোহ আৰু প্ৰদৰ্শনী কেন্দ্ৰত ডেফএক্সপ’, ২২ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 19th, 10:05 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, গুজৰাট চৰকাৰৰ মন্ত্ৰী জগদীশ ভাই, মন্ত্ৰীপৰিষদৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল, চিডিএছ জেনেৰেল অনিল চৌহান জী, বায়ু সেনাৰ মুৰব্বী এয়াৰ শ্বীফ মাৰ্ছেল বি আৰ চৌধৰী, নৌ সেনাৰ মুৰব্বী এডমাইৰেল আৰ. হৰিকুমাৰ, স্থল সেনাৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, অন্যান্য বিশিষ্ট ব্যক্তিসকল, বিদেশৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ-পুৰুষ মহিলাসকল,PM inaugurates DefExpo22 at Mahatma Mandir Convention and Exhibition Centre in Gandhinagar, Gujarat
October 19th, 09:58 am
PM Modi inaugurated the DefExpo22 at Mahatma Mandir Convention and Exhibition Centre in Gandhinagar, Gujarat. PM Modi acknowledged Gujarat’s identity with regard to development and industrial capabilities. “This Defence Expo is giving a new height to this identity”, he said. The PM further added that Gujarat will emerge as a major centre of the defence industry in the coming days.This year’s Budget has given utmost thrust to manufacturing and Ease of Doing Business: PM
February 16th, 02:46 pm
PM Modi participated in 'Kashi Ek Roop Anek' organized at the Deendayal Upadhyaya Trade Facilitation Centre in Varanasi. Addressing the event, PM Modi said that government will keep taking decisions to achieve the goal of 5 trillion dollar economy.প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ অনুষ্ঠানত অংশ লয়
February 16th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে চৰকাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰি থাকিব৷ বাৰাণসীত এক অনুষ্ঠানত ভাষণ আগবঢ়াই তেওঁ কয় যে পৰম্পৰাগত হস্তশিল্প কৰ্মী, কলা-কুশলী, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীৰ সৱলীকৰণে দেশৰ ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্য পূৰণত সহায়ক হ’ব৷লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিফএক্সপ’ ভাৰত কেৱল এখন বজাৰ নহয়, ই সমগ্ৰ বিশ্বৰ বাবে এক আকৰ্ষণীয় সুযোগো, প্ৰধানমন্ত্ৰী ‘প্ৰতিৰক্ষা ডিজিটেল পৰিৱৰ্তন’ত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ প্ৰতিফলিত হৈছে প্ৰতিৰক্ষা সামগ্ৰীসমূহৰ স্থানীয়ভাৱে নিৰ্মাণৰ দ্বাৰা অটল বিহাৰী বাজপেয়ীৰ সপোন বাস্তৱায়িত হৈছে, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় নতুন ভাৰতৰ বাবে নতুন লক্ষ্যঃ প্ৰধানমন্ত্ৰী
February 05th, 01:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত একাদশ ডিফএক্সপ’ মুকলি কৰে৷ ভাৰতৰ দ্বিবাৰ্ষিক মিলিটেৰী প্ৰদৰ্শনীখনত দেশক বিশ্বজনীন প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ হাব হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ ডিফএক্সপ’ ২০২০ ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা প্ৰদৰ্শনী হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্বৰ শীৰ্ষৰ অন্যতম ডিফএক্সপ’ হিচাপেও বিবেচিত হৈছে৷ এইবাৰৰ প্ৰদৰ্শনীখনত বিশ্বৰ সহস্ৰাধিক প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণকাৰী আৰু ১৫০টা উদ্যোগে অংশগ্ৰহণ কৰিছে৷৫ ফেব্ৰুৱাৰী, ২০২০ত লক্ষ্ণৌত ডেফএক্সপ’-২০২০ৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে
February 03rd, 01:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ ফেব্ৰুৱাৰী, ২০২০ত উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত ডেফএক্সপ’-২০২০ (প্ৰতিৰক্ষা মেলা)ৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব৷Social Media Corner 12 April 2018
April 12th, 07:39 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM Modi inaugurates DefExpo 2018 in Chennai
April 12th, 11:20 am
Inaugurating the DefExpo 2018 in Chennai, PM Modi said that the government’s commitment to peace was just as strong as its commitment to protecting the people and the country’s territory. For this, he said that the government was ready to take all necessary measures to equip the Armed Forces, including through the establishment of a strategically independent defence industrial complex.