নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে কে পি শৰ্মা অলীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে কে পি শৰ্মা অলীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

July 15th, 11:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী কে পি শৰ্মা অলীক নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ বন্ধুত্বৰ গভীৰ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ লগতে ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰাৰ আশা প্ৰকাশ কৰে।