বিশ্বই যোগাসনক শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে অতিশয় ফলপ্ৰসূ উপায় হিচাপে গ্ৰহণ কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। বিগত দিনকেইটাত আমাৰ সকলোৰে এটা কথাই দৃষ্টি আকৰ্ষণ কৰিছিল – সেয়া হৈছে চিতা। চিতাৰ বিষয়ে কথা পাতিবলৈ বহুতো বাৰ্তা পাইচো, সেয়া উত্তৰ প্ৰদেশৰ অৰুণ কুমাৰ গুপ্তাজীয়েই হওক বা তেলেংগানাৰ এন ৰামচন্দ্ৰন ৰঘুৰাম জীয়েই হওক; গুজৰাটৰ ৰাজনজীয়েই হওক বা দিল্লীৰ সুব্ৰতজীয়েই হওক। দেশৰ সকলো প্ৰান্তৰ লোকে ভাৰতলৈ চিতা ঘূৰাই অনাত আনন্দ প্ৰকাশ কৰিছে। ১৩০ কোটি ভাৰতীয় সুখী, গৌৰৱেৰে পৰিপূৰ্ণ – এয়া হৈছে ভাৰতৰ প্ৰকৃতিপ্ৰেম। এই সন্দৰ্ভত জনসাধাৰণৰ এটা সচৰাচৰ প্ৰশ্ন হ'ল মোদীজী, আমি কেতিয়া চিতাবোৰ চাবলৈ সুযোগ পাম?Women self-help groups are champions of Atmanirbhar Bharat Abhiyan: PM Modi
December 21st, 04:48 pm
PM Modi visited Prayagraj and participated in a programme being held to empower women, especially at the grassroot level. The PM remarked that the security, dignity and respect ensured by the double-engine government for the women of UP is unprecedented. The women of Uttar Pradesh, the PM said, have decided that they will not allow the return of earlier circumstances.PM Modi takes part in a programme at Prayagraj, launches initiatives for empowering women
December 21st, 01:04 pm
PM Modi visited Prayagraj and participated in a programme being held to empower women, especially at the grassroot level. The PM remarked that the security, dignity and respect ensured by the double-engine government for the women of UP is unprecedented. The women of Uttar Pradesh, the PM said, have decided that they will not allow the return of earlier circumstances.প্ৰধানমন্ত্ৰীয়ে ২১ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণ আৰু ২ লক্ষাধিক মহিলা সমবেত হোৱা এটি কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰিব
December 20th, 10:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ২১ ডিচেম্বৰত প্ৰয়াগৰাজ ভ্ৰমণ আৰু দুপৰীয়া প্ৰায় ১ বজাত ২ লাখৰো অধিক মহিলা সমবেত হোৱা এটি কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰিব।‘ইন-ফিনিটী ফ’ৰাম’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 03rd, 11:23 am
‘ইন-ফিনিটী ফ’ৰাম’ৰ উদ্বোধন কৰিবলৈ পাই, আপোনালোক সকলোকে ইয়ালৈ আদৰণি জনাবলৈ পাই মোৰ আনন্দ লাগিছে। ভাৰতত যে ‘ফিন-টেক’ৰ অপাৰ সম্ভাৱনা আছে ‘ইন-ফিনিটী ফ’ৰাম’য়ে সেই কথাকে প্ৰতীয়মান কৰে। ইয়ে এই কথাকো প্ৰতীয়মান কৰে যে সমগ্ৰ পৃথিৱীখনৰে কল্যাণ সাধনৰ ক্ষেত্ৰত ভাৰতৰ ‘ফিন-টেক’ৰ অপাৰ ক্ষমতা আছে।প্ৰধানমন্ত্ৰীয়ে ফিনটেকৰ ওপৰত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফ'ৰাম উদ্বোধন কৰে
December 03rd, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ফিনটেকৰ ওপৰত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফ'ৰাম উদ্বোধন কৰে।PM’s speech at 'Aatmanirbhar Narishakti se Samvad' programme
August 12th, 12:32 pm
Prime Minister Shri Narendra Modi participated in ‘Atmanirbhar Narishakti se Samvad’ and interacted with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) today via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods was released by the Prime Minister.PM interacts with women Self Help Groups in ‘Atmanirbhar Narishakti se Samvad’
August 12th, 12:30 pm
Prime Minister Shri Narendra Modi participated in ‘Atmanirbhar Narishakti se Samvad’ and interacted with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) today via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods was released by the Prime Minister.PM to participate in ‘Atmanirbhar Narishakti se Samvad’ on 12th August
August 11th, 01:51 pm
Prime Minister Shri Narendra Modi will participate in ‘Atmanirbhar Narishakti se Samvad’ and interact with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) on 12th August 2021 at 12:30 PM via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods will also be released by the Prime Minister.Cabinet approves Special Package for UT of Jammu & Kashmir and Ladakh under the Deendayal Antyodaya Yojana - National Rural Livelihoods Mission
October 14th, 06:32 pm
The Union Cabinet, chaired by PM Narendra Modi has approved a Special Package worth Rs. 520 crore in the Union Territories of Jammu, Kashmir and Ladakh for a period of five years till FY 2023-24; and ensure funding of Deendayal Antyodaya Yojana - National Rural Livelihoods Mission (DAY-NRLM) on a demand driven basis without linking allocation with poverty ratio during this extended period.Address by the President of India Shri Ram Nath Kovind to the joint sitting of Two Houses of Parliament
January 31st, 01:59 pm
In his remarks ahead of the Budget Session of Parliament, PM Modi said, Let this session focus upon maximum possible economic issues and the way by which India can take advantage of the global economic scenario.People who have not seen darkness, don't understand the meaning of illumination: PM Modi
July 19th, 10:30 am
Interacting with beneficiaries of rural electrification, PM Modi said it was unfortunate that even after 70 years of independence, 18,000 villages lacked electricity. He attacked the previous UPA government for not being able to fulfill its promise of power for all by 2009. He mentioned how the NDA Government, not only focussed on electrification but also reformed the distribution systems across the country.প্ৰধানমন্ত্ৰীয়ে গ্ৰাম্য বৈদ্যুতীকৰণ আৰু সৌভাগ্য আঁচনিৰ উপভোক্তাৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে মত-বিনিময় কৰে
July 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৪ৰ পাছত বৈদ্যুতিকৰণেৰে সংযুক্ত দেশৰ গ্ৰামাঞ্চলৰ বিভিন্ন নাগৰিকৰ সৈতে মতবিনিময় কৰে৷ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা—সৌভাগ্য আঁচনিৰ উপভোক্তাসকলৰ সৈতে তেওঁ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বাৰ্তালাপত মিলিত হয়৷ চৰকাৰৰ বিভিন্ন আঁচনিৰ উপভোক্তাৰ সৈতে প্ৰধানমন্ত্ৰীৰ এয়া আছিল দশমটো মত-বিনিময় অনুষ্ঠান৷সমগ্ৰ দেশতে আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 12th, 10:30 am
আপোনালোকে আজি ইমান বৃহৎ সংখ্যাত মোক আশীৰ্বাদ দিবলৈ আহিছে, দূৰ দূৰণিৰ গাঁৱৰ পৰা আজি কোটি কোটি মাতৃ-ভগ্নীসকলে মোক আশীৰ্বাদ দিছে৷ কোন এনেকুৱা আছে যি এটা সৌভাগ্যৰ কাৰণত শক্তি প্ৰাপ্ত কৰা নাই অথবা কাম কৰাৰ সাহস পোৱা নাই৷ এয়া আপোনালোকেই যাৰ আশীৰ্বাদ, যাৰ প্ৰেমে মোক দেশৰ বাবে কিবা এটা কৰিবলৈ সদায়েই শক্তি প্ৰদান কৰে৷ আপোনালোক সকলো মনৰ সংকল্পৰ ধনী৷ উদ্যমশীলতাৰ বাবে সমৰ্পিত৷ আৰু আপোনালোকে দলীয় ৰূপত কিদৰে কাম কৰা যায়, কিদৰে সামূহিক প্ৰয়াস কৰা যায় সেয়া আপোনালোকে জানে৷ মই বুজোঁ যে বিশ্বৰ বৃহৎ বৃহৎ বিশ্ববিদ্যালয়ক মোৰ ভাৰতৰ দুখীয়া মাতৃ-ভগ্নীসকল, যিসকলৰ কম সংখ্যকেহে পঢ়িবলৈ সুযোগ পাইছে, কিন্তু তেওঁলোকে দলীয় সংকল্প বুজি পায়, মিলি জুলি কিদৰে কাম কৰিব পাৰি, কামৰ আৱণ্টন কিদৰে কৰিব পাৰি এই সকলোবোৰ জানে৷সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ সদস্যসমূহৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
July 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ সদস্যসমূহ তথা দীন দয়াল অন্তোদয়া যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপ কৰে৷ এই বাৰ্তালাপত বিভিন্ন আত্মসহায়ক গোটৰ প্ৰায় এক কোটি মহিলাই অংশগ্ৰহণ কৰে৷ এইটোকে ধৰি প্ৰধানমন্ত্ৰীয়ে নৱমবাৰলৈ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷PM Modi lays Foundation Stone of Barrage over Narmada river, flags off Antyodaya Express
October 08th, 03:15 pm
Prime Minister Narendra Modi today inaugurated multiple development projects in Bharuch, Gujarat. These include Foundation Stone of Barrage over Narmada river and flagging off Antyodaya Express between Udhna (Surat, Gujarat) and Jaynagar (Bihar).Address by the President of India, Shri Pranab Mukherjee to members of both houses of Parliament
January 31st, 03:44 pm
President Pranab Mukherjee addressed a joint session of Parliament today. President Mukherjee appreciated the Government for its policies aimed at welfare of the countrymen. The President said, “Indians today have a deep sense of pride in the awakening of India caused by the momentous steps my government has undertaken.”PM reviews progress of rural development schemes
March 22nd, 02:14 pm