Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷বাৰাণসীত ৰাষ্ট্ৰীয় মহিলা জীৱিকা সমাৰোহ-২০১৯ত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে
March 08th, 11:00 am
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ বাৰাণসীত দীনদয়াল হস্তকলা সংকুলত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা জীৱিকা সমাৰোহ-২০১৯ত অংশ গ্ৰহণ কৰে৷সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ সদস্যসমূহৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
July 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ সদস্যসমূহ তথা দীন দয়াল অন্তোদয়া যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপ কৰে৷ এই বাৰ্তালাপত বিভিন্ন আত্মসহায়ক গোটৰ প্ৰায় এক কোটি মহিলাই অংশগ্ৰহণ কৰে৷ এইটোকে ধৰি প্ৰধানমন্ত্ৰীয়ে নৱমবাৰলৈ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷সমগ্ৰ দেশতে আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 12th, 10:30 am
আপোনালোকে আজি ইমান বৃহৎ সংখ্যাত মোক আশীৰ্বাদ দিবলৈ আহিছে, দূৰ দূৰণিৰ গাঁৱৰ পৰা আজি কোটি কোটি মাতৃ-ভগ্নীসকলে মোক আশীৰ্বাদ দিছে৷ কোন এনেকুৱা আছে যি এটা সৌভাগ্যৰ কাৰণত শক্তি প্ৰাপ্ত কৰা নাই অথবা কাম কৰাৰ সাহস পোৱা নাই৷ এয়া আপোনালোকেই যাৰ আশীৰ্বাদ, যাৰ প্ৰেমে মোক দেশৰ বাবে কিবা এটা কৰিবলৈ সদায়েই শক্তি প্ৰদান কৰে৷ আপোনালোক সকলো মনৰ সংকল্পৰ ধনী৷ উদ্যমশীলতাৰ বাবে সমৰ্পিত৷ আৰু আপোনালোকে দলীয় ৰূপত কিদৰে কাম কৰা যায়, কিদৰে সামূহিক প্ৰয়াস কৰা যায় সেয়া আপোনালোকে জানে৷ মই বুজোঁ যে বিশ্বৰ বৃহৎ বৃহৎ বিশ্ববিদ্যালয়ক মোৰ ভাৰতৰ দুখীয়া মাতৃ-ভগ্নীসকল, যিসকলৰ কম সংখ্যকেহে পঢ়িবলৈ সুযোগ পাইছে, কিন্তু তেওঁলোকে দলীয় সংকল্প বুজি পায়, মিলি জুলি কিদৰে কাম কৰিব পাৰি, কামৰ আৱণ্টন কিদৰে কৰিব পাৰি এই সকলোবোৰ জানে৷Democracy is not any agreement, it is about participation: PM Modi
April 21st, 11:01 pm
Democracy is not any agreement, it is about participation: PM Modiঅসামৰিক সেৱা দিৱস উপলক্ষে অসমাৰিক সেৱাৰ কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
April 21st, 05:45 pm
অসামৰিক সেৱা দিৱস উপলক্ষে অসমাৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। তেওঁ কয় যে প্ৰশংসা, মুল্যায়ন আৰু অন্তৰ্দৰ্শন কৰাৰ বাবেই এনে দিৱস পালন কৰা হয়। অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান কৰি বঁটা বিজয়ীসকলক প্ৰণোদিত আৰু অভিনন্দন জনোৱা হয় বুলি তেওঁ বৰ্ণনা কৰে। তেওঁ কয় যে এনে বঁটাসমূহে চৰকাৰৰ অগ্ৰাধিকাৰকে সূচায়।