This year’s Budget has given utmost thrust to manufacturing and Ease of Doing Business: PM
February 16th, 02:46 pm
PM Modi participated in 'Kashi Ek Roop Anek' organized at the Deendayal Upadhyaya Trade Facilitation Centre in Varanasi. Addressing the event, PM Modi said that government will keep taking decisions to achieve the goal of 5 trillion dollar economy.প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ অনুষ্ঠানত অংশ লয়
February 16th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে চৰকাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰি থাকিব৷ বাৰাণসীত এক অনুষ্ঠানত ভাষণ আগবঢ়াই তেওঁ কয় যে পৰম্পৰাগত হস্তশিল্প কৰ্মী, কলা-কুশলী, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীৰ সৱলীকৰণে দেশৰ ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্য পূৰণত সহায়ক হ’ব৷১৬ ফেব্ৰুৱাৰীত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 14th, 02:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ১৬ ফেব্ৰুৱাৰীত এদিনীয়া ভ্ৰমণসুচীৰে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব৷PM Modi, French President visit Deen Dayal Upadhyay Hastkala Sankul in Varanasi
March 12th, 01:42 pm
Prime Minister Narendra Modi and French President Emmanuel Macron visited Deen Dayal Upadhyay Hastkala Sankul, a trade facilitation centre for handicrafts, in Bada Lalpur, Varanasi today. The two leaders hold an interaction with artisans and looked at a live demonstration of their crafts.