স্মাৰকৰ জৰিয়তে ৰাষ্ট্ৰীয় গৌৰৱৰ স্থাপন
January 31st, 07:52 am
৩১ অক্টোবৰ ২০১৬ তাৰিখে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ মুকলিৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল, ‘‘চৰ্দাৰ পেটেলে আমাৰ এক ভাৰত দিছিল৷ এতিয়া ১২৫ কোটি ভাৰতীয়ৰ দায়িত্ব হ’ল শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰা৷’’ এই চিন্তাধাৰাক নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেও মানি চলিছিল৷দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক উচৰ্গা
April 13th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে দিল্লীৰ ২৬ আলিপুৰ পথত ডঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰক মুকলি কৰে৷PM visits Deekshabhoomi, offers homage to Dr. Ambedkar
April 14th, 12:10 pm
PM Narendra Modi today visited Deekshabhoomi in Nagpur, Maharashtra. Shri Modi paid tribute to Dr. Babasaheb Ambedkar there.PM Modi to visit Nagpur tomorrow
April 13th, 05:52 pm
The Prime Minister, Shri Narendra Modi will be visiting Nagpur tomorrow, on the occasion of Ambedkar Jayanti.