Cabinet approves 3% hike in Dearness Allowance for Central Govt employees and Dearness Relief for pensioners
October 16th, 03:20 pm
The Union Cabinet, chaired by PM Modi, has approved a 3% increase in Dearness Allowance (DA) for Central Government employees and Dearness Relief (DR) for pensioners, effective from July 1, 2024. This raises the existing rate to 53% of Basic Pay/Pension, aimed at offsetting inflation. The hike, based on the 7th Pay Commission's formula, will benefit around 49.18 lakh employees and 64.89 lakh pensioners.কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকললৈ মৰগীয়া বানচ আৰু মৰগীয়া সকাহৰ অতিৰিক্ত কিস্তিৰ অনুমোদন জনাইছে
March 07th, 08:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে মূল্যবৃদ্ধিৰ বিপৰীতে ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (ডিএ) আৰু পেঞ্চনাৰসকলৰ মৰগীয়া সকাহ (ডিআৰ)ৰ অতিৰিক্ত কিস্তি মুকলি কৰিবলৈ অনুমোদন জনায়।মৌলিক দৰমহা/পেঞ্চনৰ ৪৬% হাৰতকৈ ৪% বৃদ্ধিক প্ৰতিনিধিত্ব কৰা এই বানচ ১.১.২০২৪ৰ পৰা কাৰ্যকৰী হ'ব।