Tamil Nadu is chess powerhouse of India: PM Modi

July 29th, 09:10 am

PM Modi declared open the 44th Chess Olympiad at JLN Indoor Stadium, Chennai. The PM highlighted that Tamil Nadu has a strong historical connection with chess. This is why it is a chess powerhouse for India. It has produced many of India’s chess grandmasters. It is home to the finest minds, vibrant culture and the oldest language in the world, Tamil, he added.

PM declares 44th Chess Olympiad open

July 28th, 09:37 pm

PM Modi declared open the 44th Chess Olympiad at JLN Indoor Stadium, Chennai. The PM highlighted that Tamil Nadu has a strong historical connection with chess. This is why it is a chess powerhouse for India. It has produced many of India’s chess grandmasters. It is home to the finest minds, vibrant culture and the oldest language in the world, Tamil, he added.

Tamil language is eternal and the Tamil culture is global: PM Modi in Chennai

May 26th, 06:50 pm

Prime Minister Narendra Modi dedicated to the nation and laid the foundation stone of 11 projects worth over Rs 31,500 crore in Chennai. These projects will boost infrastructure development, enhance connectivity and give an impetus to ease of living in the region.

PM dedicates to the nation and lays foundation stone of 11 projects worth over Rs 31,500 crore in Tamil Nadu

May 26th, 06:46 pm

Prime Minister Narendra Modi dedicated to the nation and laid the foundation stone of 11 projects worth over Rs 31,500 crore in Chennai. These projects will boost infrastructure development, enhance connectivity and give an impetus to ease of living in the region.

থমাছ আৰু উবেৰ কাপৰ ভাৰতীয় বেডমিণ্টন দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠ

May 22nd, 11:28 am

প্ৰধানমন্ত্ৰীয়ে ‘থমাছ কাপ’ আৰু ‘উবেৰ কাপ’ৰ বেডমিণ্টন চেম্পিয়ন টীম দুটাৰে বৰ্তালাপত মিলিত হয় আৰু দল দুটাৰ সদস্যসকলে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে। খেলুৱৈসকলে নিজ নিজ খেলৰ বিভিন্ন দিশ, বেডমিণ্টনৰ পৰা পৃথকে তেওঁলোকৰ নিজা জীৱন আৰু অন্য বিষয় সন্দৰ্ভতো কথা-বতৰা পাতে।

‘থমাছ কাপ’ আৰু ‘উবেৰ কাপ’ৰ দল দুটিৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে

May 22nd, 11:27 am

প্ৰধানমন্ত্ৰীয়ে ‘থমাছ কাপ’ আৰু ‘উবেৰ কাপ’ৰ বেডমিণ্টন চেম্পিয়ন টীম দুটাৰে বৰ্তালাপত মিলিত হয় আৰু দল দুটাৰ সদস্যসকলে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে। খেলুৱৈসকলে নিজ নিজ খেলৰ বিভিন্ন দিশ, বেডমিণ্টনৰ পৰা পৃথকে তেওঁলোকৰ নিজা জীৱন আৰু অন্য বিষয় সন্দৰ্ভতো কথা-বতৰা পাতে।

Maintain your passion and enthusiasm: PM Modi to Deaflympics champions

May 21st, 09:18 pm

PM Modi interacted with the Indian contingent for recently held Deaflympics as he hosted them at his residence. In the best-ever performance, Indian team won 16 medals including 8 Gold medals in the Deaflympics, held in Brazil.

প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ বধিৰ অলিম্পিক দলক আমন্ত্ৰণ

May 21st, 05:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বাসগৃহত শেহতীয়াকৈ অনুষ্ঠিত বধিৰ অলিম্পিকত অংশগ্ৰহণকাৰী ভাৰতীয় দলটোৰে মত-বিনিময় কৰে। এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ভাৰতীয় দলটোৱে ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকত ৮ টা সোণৰ পদককে ধৰি ১৬ টা পদক লাভ কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।

ডিফিলিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

May 17th, 09:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত ডিফিলিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছে৷

ব্ৰাজিলত অনুষ্ঠিত ‘ডীফলি>ম্পিকছ ২০২১’ত অংশগ্ৰহণ কৰা প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামান জনাইছে প্ৰধানমন্ত্ৰীয়ে

May 01st, 09:00 pm

ব্ৰাজিলত অনুষ্ঠিত ‘ডীপলিম্পিক্ছ ২০২১’ত অংশগ্ৰহণ কৰা প্ৰতিভাধৰ খেলুৱৈসকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ক্ৰীড়া সমাৰোহখনলৈ যোৱাৰ প্ৰাক ক্ষণত খেলুৱৈসকলে ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ পৰিদৰ্শন কৰা কথাটোৱে তেওঁক বাৰুকৈয়ে আৱেগিক কৰি তুলিছে।