ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকৰ ভেকচিনৰ অনুমোদন প্ৰাপ্তিত দেশবাসীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়
January 03rd, 12:16 pm
ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকৰ ভেকচিনক ডিচিজিআই-এ অনুমোদন দিয়া কাৰ্যক ক’ৰোনাৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ সিদ্ধান্ত বুলি মন্তব্য কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।