বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডাভোচ সন্মিলনত প্ৰধানমন্ত্ৰীৰ 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক সম্বোধনৰ অসমীয়া অনুবাদ

January 17th, 08:31 pm

১৩০ কোটি ভাৰতীয়ৰ হৈ মই বিশ্ব অৰ্থনৈতিক মঞ্চত সমবেত সমগ্ৰ বিশ্বখনৰ বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই আপোনাসৱৰ সৈতে কথা পাতি থকা সময়তে ভাৰতে সাৱধানতা আৰু সতৰ্কতাৰে আন এটা ক’ৰোনা ঢৌৰে মোকাবিলা কৰি আছে। সমান্তৰালভাৱে, ভাৰতে তদুপৰি বহু আশাব্যঞ্জক ফলাফলেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈছে। আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উত্তেজনাৰে পৰিপূৰ্ণ আৰু লগতে মাত্ৰ এবছৰতে ১৬০ কোটি ক’ৰোনা ভেকচিনৰ পালি প্ৰদানৰ আত্মবিশ্বাসেৰে ভৰি পৰিছে।

PM Modi's remarks at World Economic Forum, Davos 2022

January 17th, 08:30 pm

PM Modi addressed the World Economic Forum's Davos Agenda via video conferencing. PM Modi said, The entrepreneurship spirit that Indians have, the ability to adopt new technology, can give new energy to each of our global partners. That's why this is the best time to invest in India.

প্ৰধানমন্ত্ৰীয়ে ১৭ জানুৱাৰীত ডব্লিউইএফৰ ডাভোচ এজেণ্ডাত 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক বিশেষ ভাষণ প্ৰদান কৰিব

January 16th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২ ৰ ১৭ জানুৱাৰীত ভাৰতীয় মান সময়মতে নিশা ৮:৩০ বজাত বিশ্ব অৰ্থনৈতিক ফৰামৰ ডাভোচ এজেণ্ডাত 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক বিশেষ ভাষণ প্ৰদান কৰিব।

Not ‘New India’, Congress wants ‘Old India’ marked by corruption and scams: PM Modi

February 07th, 05:01 pm

PM Narendra Modi, while addressing the Rajya Sabha today urged that there should be a constructive discussion on holding simultaneous Lok Sabha and Vidhan Sabha elections in the various states. Remembering Mahatma Gandhi, he highlighted several initiatives aimed at transforming lives of people at the grass root level.

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণক লৈ হোৱা বিতৰ্কৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ মন্তব্য

February 07th, 05:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিভিন্ন ৰাজ্যত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একে সময়তে অনুষ্ঠিত হোৱাৰ বিষয়ে গঠনমূলক আলোচনা হ’ব লাগে। মহাত্মা গান্ধীক স্মৰণ কৰি তেওঁ তৃণমূল পৰ্যায়ৰপৰা মানুহৰ জীৱনধাৰা সলনি কৰিবলৈ লোৱা কিছুমান পদক্ষেপৰ কথা উল্লেখ কৰে।

চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জানুৱাৰী 2018

January 24th, 07:35 pm

চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!

PM Modi interacts with leading CEOs at the International Business Council at Davos

January 23rd, 09:38 pm

In Davos, PM Narendra Modi met leading CEOs at the International Business Council event. He spoke about India's reform trajectory and how India is an ideal destination for investment. The PM also held talks with several Indian CEOs and complimented the country's entrepreneurial zeal.

চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জানুৱাৰী 2018

January 23rd, 08:07 pm

চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!

PM's bilateral meetings on the sidelines of World Economic Forum in Davos

January 23rd, 07:06 pm

PM Narendra Modi held bilateral talks with several State leaders on the sidelines of the World Economic Forum in Davos.

ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তি

January 23rd, 05:02 pm

“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক।

PM holds roundtable meeting with CEOs at Davos

January 23rd, 09:41 am

At Davos, PM Narendra Modi interacted with top CEOs. He spoke about India’s economic development and the investment opportunities in the nation.

PM Modi hold talks with President of the Swiss Confederation, Mr. Alain Berset

January 23rd, 09:08 am

On reaching Davos, PM Narendra Modi held talks with the President of the Swiss Confederation, Mr. Alain Berset. The leaders discussed ways to enhance the bilateral cooperation between both the countries in host of sectors.

ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তি

January 21st, 09:04 pm

“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক।