Joint Statement on India – Malaysia Comprehensive Strategic Partnership

August 20th, 08:39 pm

On 20 August 2024, the Prime Minister of Malaysia, Dato’ Seri Anwar Ibrahim visited India, accepting the kind invitation of the Prime Minister of India, Shri Narendra Modi to undertake a State Visit. This was the Malaysian Prime Minister’s first visit to the South Asian region, and the first meeting between the two Prime Ministers, allowing them to take stock of the enhanced strategic ties. The wide-ranging discussions included many areas that make India-Malaysia relations multi-layered and multi-faceted.

List of Outcomes: State Visit of Prime Minister of Malaysia, H.E Mr. Anwar Ibrahim to India

August 20th, 04:49 pm

India and Malaysia inked key agreements during the meeting of PM Modi and PM Ibrahim in New Delhi. The MoUs signed include enhancing cooperation in various avenues like traditional medicine, digital technologies, arts, tourism, sports and financial services.

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা অনুবাদ

August 20th, 12:00 pm

প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আনৱাৰ ইব্ৰাহিমজীৰ এয়া হৈছে প্ৰথম ভাৰত ভ্ৰমণ। মই আনন্দিত যে মোৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ সুযোগ পাইছো।

প্ৰধানমন্ত্ৰীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনায়

November 24th, 09:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনাইছে।

মালয়ছিয়া সংসদৰ সদস্য ডাটুক ছেৰি আনৱাৰ ইব্ৰাহিমৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

January 10th, 12:29 pm

মালয়ছিয়া সংসদৰ সদস্য তথা মালয়ছিয়াৰ পাৰ্টি কেডিলান ৰাকয়ট দলৰ নেতা ডাটুক ছেৰি আনৱাৰ ইব্ৰাহিমে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷