
Prime Minister Narendra Modi to inaugurate ICA Global Cooperative Conference
November 24th, 05:54 pm
PM Modi will inaugurate the ICA Global Cooperative Conference 2024 and launch the UN International Year of Cooperatives 2025 on 25th November at Bharat Mandapam, New Delhi. Hosted by IFFCO, in collaboration with ICA, AMUL, KRIBHCO, and the Government of India, the event marks the first ICA Global Assembly in India.
প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন ভূটানৰ প্ৰধানমন্ত্ৰীৰ
June 06th, 02:56 pm
ভূটানৰ প্ৰধানমন্ত্ৰী দশো চেৰিং টবগেই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক টেলিফোনযোগে অষ্টাদশ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী টবগেই যোৱা দশকত প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ শলাগ লয় আৰু তেওঁৰ তৃতীয় কাৰ্যকালৰ সফলতাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীক শুভেচ্ছা প্ৰকাশ কৰে।
Joint Vision Statement on India - Bhutan Energy Partnership
March 22nd, 05:20 pm
India and Bhutan share an exemplary bilateral relationship characterized by trust, goodwill and mutual understanding at all levels. The two leaders noted the stellar contribution of clean energy partnership in the development of hydro-power sector of Bhutan, and in providing energy security to the regionপ্ৰধানমন্ত্ৰীয়ে ভূটানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
March 15th, 10:22 am
প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতলৈ আহিছে। উল্লেখ্য, ২০২৪ চনৰ ফেব্ৰুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁৰ এইটো প্ৰথম বিদেশ ভ্ৰমণ।