Dal Lake in Srinagar provided a wonderful setting for this year's Yoga Day programme: PM
June 21st, 02:22 pm
PM Modi shared glimpses from the 10th International Yoga Day programme hailing the spirit of the people gathered to perform Yoga in J&K despite the rains.জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত যোগ অনুশীলনকাৰীসকলক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
June 21st, 12:58 pm
আজি ইয়াত যি দৃশ্য প্ৰত্যক্ষ কৰিছোঁ, সেয়া সমগ্ৰ বিশ্ববাসীৰ বাবেই স্মৰণীয়। আজি বৰষুণ নিদিয়া হ’লে হয়তো বৰষুণৰ পিছৰ এই দৃশ্যই সকলোৰে ইমান দৃষ্টি আকৰ্ষণ নকৰিলেহেঁতেন আৰু শ্ৰীনগৰত বৰষুণ হ’লে ঠাণ্ডাও বাঢ়ি যায়। চুৱেটাৰ এটাও পিন্ধিবলগীয়া হৈছে। ইয়াৰে লোক হোৱাৰ বাবে এনে ঠাণ্ডাৰে আপোনালোক অভ্যস্ত, এনে পৰিস্থিতিত আপোনাসৱে কোনো সমস্যা অনুভৱ নকৰে। আজি বৰষুণৰ বাবে কাৰ্য্যসূচী অলপ পলম হ’ল, আমি দুই-তিনি ভাগত ভাগ কৰিব লগীয়া হ’ল। তাৰ পিছতো বিশ্ব সমাজ জ্ঞাত হৈছে যে নিজৰ আৰু সমাজৰ বাবে যোগৰ গুৰুত্ব কিমান, যোগ কেনেকৈ জীৱনৰ স্বাভাৱিক প্ৰৱণতাত পৰিণত হ’ব পাৰে। দাঁত মজাটো যেনেকৈ এটি নিয়মীয়া কাম, চুলি ফণিওৱাটো যেনেকৈ এক নৈমিত্তিক কাৰ্য্য, তেনেদৰেই যোগাসন আৰম্ভ কৰা মাত্ৰেকে ই এক স্বাভাৱিক কামত পৰিণত হয় আৰু ই প্ৰতি মুহূৰ্ততে আমাৰ উপকাৰ সাধে।জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল লেকত ২০২৪ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ যোগ অনুশীলনকাৰীসকলক সম্বোধন
June 21st, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ডাল লেকত শ্ৰীনগৰৰ নাগৰিকসকলক সম্বোধন কৰে।প্ৰধানমন্ত্ৰীয়ে শ্ৰীনগৰৰ ডাল লেকত যোগ অনুৰাগীসকলৰ সৈতে চেলফিৰ বাবে পোজ দিছে
June 21st, 11:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল লেকত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী উপলক্ষে যোগ অনুৰাগীসকলৰ সৈতে চেলফি শ্বেয়াৰ কৰে।শ্ৰীনগৰত 'শক্তিসমৃদ্ধ যুৱপ্ৰজন্ম, সমৃদ্ধ জম্মু-কাশ্মীৰ' অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
June 20th, 07:00 pm
জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী প্ৰতাপৰাও যাদৱজী, গণ্যমান্য ব্যক্তিসকল, জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণৰ পৰা সংযোজিত হোৱা মোৰ যুৱ বন্ধুসকল, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰীৰ
June 20th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ শীৰ্ষক অনুষ্ঠানত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত পথ, পানী যোগান আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি আদি খণ্ডক সামৰি ১৫০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে ১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ প্ৰতিযোগিতামূলকতা উন্নীতকৰণ প্ৰকল্প (জেকেচিআইপি)ৰো শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ২০০গৰাকী নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তক নিয়োগ পত্ৰও বিতৰণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।ডাল লেকত ভাৰতৰ প্ৰথম ফ্লোটিং বিত্তীয় সাক্ষৰতা শিবিৰ আয়োজন কৰাৰ বাবে আইপিপিবিক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
November 05th, 11:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে #NiveshakDidi ৰ অধীনত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ ডাল হ্ৰদত ভাৰতৰ প্ৰথম 'ফ্লোটিং ফাইনেন্সিয়েল লিটাৰেচি কেম্প' পৰিচালনা কৰাৰ বাবে আইপিপিবিক প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ সৌন্দৰ্য আৰু আতিথ্যৰ প্ৰতি নাগৰিকৰ সঁহাৰি ভাগ-বতৰা কৰে
October 08th, 10:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ সৌন্দৰ্য আৰু আতিথ্যৰ প্ৰতি নাগৰিকৰ সঁহাৰি ভাগ-বতৰা কৰি বৈচাৰণ, অৰু, কোকেৰনাগ, আচ্ছবাল, গুলমাৰ্গ, শ্ৰীনগৰ আৰু ডাল হ্ৰদৰ সৌন্দৰ্যৰ ওপৰত আলোকপাত কৰে।