বিগত ৭ বছৰে, আমি 'টীম ইণ্ডিয়া' হিচাবে কাম কৰিছো: মন কী বাতত প্ৰধানমন্ত্ৰী

May 30th, 11:30 am

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি দেখিছো যে দেশখনে কেনেদৰে সৰ্বশক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইটো যোৱা এশ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰী আৰু এই মহামাৰীৰ মাজত ভাৰতেও বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে দৃঢ়তাৰে যুঁজিছে। এই সময়ছোৱাত ঘূৰ্ণীবতাহ আম্ফান আহিছে, ঘূৰ্ণীবতাহ নিসৰ্গ আহিছে, বহুতো ৰাজ্য বানপানীত প্লাবিত হৈছে, বহুতো ভূমিকম্প, ডাঙৰ আৰু সৰু, ভূমিস্খলন হৈছে।

প্ৰধানমন্ত্ৰীয়ে যশ ঘূৰ্ণীবতাহৰ ক্ষতিসমূহৰ খতিয়ান লয়

May 28th, 03:56 pm

PM Narendra Modi visited Odisha and West Bengal on 28th May, 2021. He chaired review meetings in the two states to assess the impact of cyclone Yaas. PM Modi also took aerial survey of the areas affected by the cyclone in two states.

২৮ মে’ত যশ ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ খতিয়ান ল’বলৈ ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

May 27th, 04:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ ২০২১ তাৰিখে ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব৷ এই দুয়োখন ৰাজ্যত যশ ঘূৰ্ণীবতাহে চলোৱা তাণ্ডৱৰ খতিয়ান ল’ব প্ৰধানমন্ত্ৰীয়ে৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ এৰিয়েল সৰ্বেক্ষণো কৰিব৷

প্ৰধানমন্ত্ৰীয়ে যশ ঘূৰ্ণীবতাহৰ ক্ষতিসমূহৰ খতিয়ান লয়

May 27th, 04:02 pm

২৮ মে’ ২০২১ তাৰিখে শুকুৰবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণ কৰি যশ ঘূৰ্ণীবতাহে চলোৱা তাণ্ডৱৰ খতিয়ান লয়৷ ভ্ৰমণৰ সময়ত তেওঁ ওড়িশাৰ ভদ্ৰক আৰু বালেশ্বৰ আৰু পশ্চিমবংগৰ পূৰ্ব মেদিনিপুৰ জিলাৰ এৰিয়েল সৰ্বেক্ষণ কৰে৷