বিগত ৭ বছৰে, আমি 'টীম ইণ্ডিয়া' হিচাবে কাম কৰিছো: মন কী বাতত প্ৰধানমন্ত্ৰী
May 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি দেখিছো যে দেশখনে কেনেদৰে সৰ্বশক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইটো যোৱা এশ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰী আৰু এই মহামাৰীৰ মাজত ভাৰতেও বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে দৃঢ়তাৰে যুঁজিছে। এই সময়ছোৱাত ঘূৰ্ণীবতাহ আম্ফান আহিছে, ঘূৰ্ণীবতাহ নিসৰ্গ আহিছে, বহুতো ৰাজ্য বানপানীত প্লাবিত হৈছে, বহুতো ভূমিকম্প, ডাঙৰ আৰু সৰু, ভূমিস্খলন হৈছে।আকাশ মাৰ্গৰে গুজৰাটৰ ‘টাউক্টে’ ঘূৰ্ণি প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 19th, 04:38 pm
টাউক্টে’ ঘূৰ্ণিয়ে চলোৱা তাণ্ডৱৰ পৰিণতিত গুজৰাটত সৃষ্টি হোৱা অনাহূত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে। আকাশ মাৰ্গৰে চলোৱা এই যাত্ৰাত তেওঁ গুজৰাট আৰু ডিউৰ উনা(গিৰ সোমনাথ), জাফৰাবাদ(আমৰেলি), মহুৱা(ভাৱনগৰ) আদি অঞ্চল সামৰি লয়।