তামিলনাডুৰ তিৰুচিৰাপল্লীত উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 02nd, 12:30 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, মুখ্যমন্ত্ৰী এম. ষ্টেলিন জী, মোৰ কেবিনেট সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু এই ভূমিৰ পুত্ৰ এল. মুৰুগান জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল তথা মোৰ তামিলনাডুৰ পৰিয়ালৰ সদস্যসকল!প্ৰধানমন্ত্ৰীৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
January 02nd, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলি কৰে তথা ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত তামিলনাডুৰ ৰে'ল, পথ, তেল আৰু গেছ তথা জাহাজ পৰিবহন খণ্ডৰ দৰে খণ্ড অন্তৰ্ভুক্ত হৈ আছে।কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 10th, 10:31 am
'কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন'ৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। এই অনুষ্ঠানটো আজিৰ নতুন ভাৰতত আমি বহন কৰি থকা 'সবকা প্ৰয়াস'ৰ আত্মাৰ এক জীৱন্ত উদাহৰণ।PM inaugurates ‘Centre-State Science Conclave’ in Ahmedabad via video conferencing
September 10th, 10:30 am
PM Modi inaugurated the ‘Centre-State Science Conclave’ in Ahmedabad. The Prime Minister remarked, Science is like that energy in the development of 21st century India, which has the power to accelerate the development of every region and the development of every state.২৮.০২.২০২১ তাৰিখে ‘মন কী বাত ২.০’ৰ ২১তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 28th, 11:00 am
During Mann Ki Baat, PM Modi, while highlighting the innovative spirit among the country's youth to become self-reliant, said, Aatmanirbhar Bharat has become a national spirit. PM Modi praised efforts of inpiduals from across the country for their innovations, plantation and biopersity conservation in Assam. He also shared a unique sports commentary in Sanskrit.India is committed to provide 'ease of doing business' to its youth, so they can focus on bringing ‘ease of living’ to the countrymen: PM
November 07th, 11:00 am
PM Modi addressed convocation ceremony of IIT Delhi via video conferencing. In his remarks, PM Modi said that quality innovation by the country's youth will help build 'Brand India' globally. He added, COVID-19 has taught the world that while globalisation is important, self reliance is also equally important. We are now heavily focussed on ease of doing business in India so that youth like you can bring transformation to our people’s lives.প্ৰধানমন্ত্ৰীয়ে আইআইটি দিল্লীৰ ৫১তম দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে
November 07th, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন আইআইটি স্নাতকসকলক দশৰ আৱশ্যকতাক চিনাক্ত কৰা আৰু তৃণমূল স্তৰত হৈ থকা পৰিৱৰ্তনৰ সৈতে জড়িত হোৱাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত সাধাৰণ মানুহৰ আকাংক্ষাসমূহকো চিনাক্ত কৰাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ মাধ্যমত আইআইটি দিল্লীৰ ৫১তম বাৰ্ষিক দীক্ষান্ত সমাৰোহত আজি মুখ্য অতিথি হিচাপে ভাষণ দিয়ে।‘৫ম ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱ’ত ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 05th, 03:40 pm
ভাৰত আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱৰ পঞ্চম সংস্কৰণ এনে স্থানত অনুষ্ঠিত হৈছে য’ৰ পৰা জ্ঞান-বিজ্ঞান প্ৰতিটো ক্ষেত্ৰত মানৱতাৰ সেৱা কৰা মহান বিভূতিসকলৰ জন্ম হৈছে৷ এই মহোৎসৱ এনে সময়ত অনুষ্ঠিত হৈছে য’ত ৭ নৱেম্বৰত চি ভি ৰমণ আৰু ৩০ নৱেম্বৰত জগদীশ চন্দ্ৰ বসুৰ জন্মজয়ন্তী পালন কৰা হ’ব৷ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কলকতাত অনুষ্ঠিত পঞ্চম আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
November 05th, 03:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত অনুষ্ঠিত পঞ্চম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উদ্বোধন কৰে৷সতৰ্ক হৈ থকা আৰু নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
February 25th, 11:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ অনুষ্ঠানৰ সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বহল ব্যাখ্যা আগবঢ়ায়। এই বোৰৰ ভিতৰত প্ৰযুক্তিৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা, ‘স্বচ্ছ ভাৰত’ৰ পৰা ‘গোৱৰধন যোজনা’ উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে মহিলাকেন্দ্ৰিক উন্নয়নৰ প্ৰতি উৎসাহ জন্মোৱাৰ লগতে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ কেনেদৰে ‘নতুন ভাৰত’ৰ ভেঁটি সুদৃঢ় কৰিব পাৰে সেই বিষয়ে কয়।PM greets the scientists on National Science Day; salutes Sir CV Raman for his contribution to science
February 28th, 12:40 pm
PM Modi greeted the scientists on National Science Day. The Prime Minister also saluted Sir CV Raman for his contribution to the science. “On National Science Day, my greetings and best wishes to our scientific community. Their role in nation building and advancement is paramount. We salute Sir CV Raman for his pioneering contribution to science, which continues to inspire generations of science enthusiasts’’, the Prime Minister said.PM greets the scientists and science lovers, on National Science Day; remembers Sir CV Raman for his contribution to the science
February 28th, 12:07 pm
Set your targets and pursue them with a tension free mind: PM Modi to students during Mann Ki Baat
February 28th, 11:40 am