We are working fast in every sector for the development of Odisha: PM Modi at Odisha Parba 2024

November 24th, 08:48 pm

PM Modi addressed Odisha Parba 2024, celebrating Odisha's rich cultural heritage. He paid tribute to Swabhaba Kabi Gangadhar Meher on his centenary, along with saints like Dasia Bauri, Salabega, and Jagannath Das. Highlighting Odisha's role in preserving India's cultural persity, he shared the inspiring tale of Lord Jagannath leading a battle and emphasized faith, unity, and pine guidance in every endeavor.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'ওড়িশা পৰ্ব-২০২৪' উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে

November 24th, 08:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ‘ওড়িশা পৰ্ব-২০২৪’ উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ওড়িশাৰ সকলো ভাই-ভনীক সম্ভাষণ জনায়। তেখেতে এই বছৰ স্বভাৱ কবি গংগাধৰ মেহেৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে তেওঁ ভক্ত দাশীয়া ভৌৰী, ভক্ত চালাবেগা আৰু ওড়িয়া ভাগৱতৰ জনক শ্ৰী জগন্নাথ দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Your enthusiasm is telling that Odisha is going to create a new history after 25 years: PM Modi in Cuttack

May 20th, 10:56 am

In his second public meeting in Cuttack, the PM criticized the BJD, stating, Odisha is tired of their corruption. They deceive the poor with scams like chit-funds. What has the BJD delivered? Land, sand, coal, and mining mafias thrive under their MLAs and ministers. How can infrastructure, investment, and jobs flourish under such conditions?

Even small leaders of BJD have now become millionaires: PM Modi in Dhenkanal

May 20th, 10:00 am

The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”

PM Modi addresses mega public rallies in Dhenkanal and Cuttack, Odisha

May 20th, 09:58 am

The campaigning for the Lok Sabha Elections 2024 as well as the State Assembly Election has gained momentum as Prime Minister Narendra Modi has addressed a mega public meeting in Dhenkanal, Odisha. Addressing the huge gathering, the PM stated, “BJD has given nothing to Odisha. Farmers, youth and Apasis are still struggling for a better life. People who have destroyed Odisha should not be forgiven.”

ওড়িশাত একাধিক ৰে’লৱে প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 18th, 01:00 pm

আজি ওড়িশা আৰু পশ্চিমবংগৰ লোকসকলে বন্দে ভাৰত ৰে’ল উপহাৰ হিচাপে পাইছে৷ বন্দে ভাৰত ৰে’ল আধুনিক ভাৰত আৰু আকাংক্ষিত ভাৰতীয়, দুয়োটাৰে প্ৰতীক হৈ পৰিছে৷ আজি যেতিয়া বন্দে ভাৰত এটা স্থানৰ পৰা আন এটা স্থানলৈ যাত্ৰা কৰে, তেতিয়া তাত ভাৰতৰ গতি আৰু ভাৰতৰ প্ৰগতিও পৰিলক্ষিত হয়৷

ওড়িশাত ৮০০০ কোটি টকাতকৈ অধিক মূল্যৰ কেইবাটাও ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

May 18th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ওড়িশাত ৮,০০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত পুৰী আৰু হাওৰাৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ, পুৰী আৰু কটক ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন, ওড়িশাৰ ৰে’ল নেটৱৰ্কৰ ১০০% বিদ্যুতীকৰণৰ উচৰ্গা, সম্বলপুৰ-তিতলাঘৰ ৰে’ল লাইন দ্বৈত পথলৈ উন্নীতকৰণ, আংগুল-সুকিন্দাৰ মাজত নতুন ব্ৰড গজৰ ৰে’ল লাইন; মনোহৰপুৰ-ৰুৰকেলা-ঝাৰছুগুডা-জামগা সংযোগ কৰা তৃতীয় লাইন আৰু বিচুপলী-ঝাৰতৰভাৰ মাজত নতুন ব্ৰড-গজ লাইন উল্লেখযোগ্য৷

কটকত আয়কৰ আপীল ন্যায়াধীকৰণ(আইটিএটি)ৰ অত্যাধুনিক আৱাসিক কাৰ্যালয়ৰ চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবা

November 11th, 05:01 pm

ওড়িশাৰ মুখ্যমন্ত্ৰী তথা মোৰ জ্যেষ্ঠ সহযোগী শ্ৰীমান নবীন পাটনায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী ৰবিশংকৰ প্ৰসাদ জী, ওড়িশাৰ সু-সন্তান তথা মোৰ মন্ত্ৰী পৰিষদৰ সহযোগী শ্ৰীমান ধৰ্মেন্দ্ৰ প্ৰধান জী, আয়কৰ আপীল ন্যায়াধীকৰণৰ অধ্যক্ষ সন্মানীয় ন্যায়াধীশ পি পি ভট্ট জী, ওড়িশাৰ সাংসদ, বিধায়কসকলৰ লগতে কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো বিশিষ্ট ব্যক্তি আৰু বন্ধুসকল,

India has Moved from Tax-Terrorism to Tax-Transparency: Prime Minister

November 11th, 05:00 pm

Prime Minister Shri Narendra Modi inaugurated Office-cum-Residential Complex of Cuttack Bench of Income Tax Appellate Tribunal through video conference today. Speaking on the occasion, the Prime Minister said this bench would now provide modern facilities not only to Odisha, but to millions of taxpayers of Eastern and North Eastern India and help in disposing off all the pending cases in this region.

প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব আয়কৰ এপিলেট ট্রিবিউনেলৰ কটক শাখাৰ কাৰ্যালয় তথা আৱাসিক কমপ্লেক্

November 09th, 08:02 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১১ নৱেম্বৰৰ পুৱা ৪.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কটকৰ আয়কৰ এপিলেট ট্রিবিউনেল (আইটিএটি)ৰ কাৰ্যালয় তথা আৱাসিক কমপ্লেক্স উদ্বোধন কৰিব। কেন্দ্রীয় আইন মন্ত্রী, কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী, ওড়িষাৰ মুখ্যমন্ত্রী, ওড়িষা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সহ অন্যান্য বিচাৰপতিসকলৰ লগতে আন বহু বিশিষ্ট লোক এই অনুষ্ঠানত উপস্থিত থাকিব। এই উপলক্ষে আইটিএটিৰ ওপৰত এখন ই-কফি টেবুল বুক উন্মোচন কৰা হ’ব ।

প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 22nd, 06:12 pm

মঞ্চত উপস্থিত থকা ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰী কিৰেন ৰিজিজু জী, ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী অৰুণ কুমাৰ চাহু জী, শ্ৰী তুষাৰকান্তি বেহেৰা জী আৰু দেশৰ বিভিন্ন স্থানৰ পৰা অহা যুৱ বন্ধু–বান্ধৱীসকল৷

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ

February 22nd, 06:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ লিংকযোগে উৰিষ্যাত প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ উদ্বোধন কৰে। প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই গেমছ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি কেৱল এখন টুৰ্ণামেণ্টৰ এক নতুন আৰম্ভণি নহয়, বৰঞ্চ এয়া হৈছে ভাৰতত ক্ৰীড়া অভ্যুত্থানৰ পৰৱৰ্তী পৰ্যায়। ইয়াত আপুনি কেৱল পৰস্পৰে পৰস্পৰৰ সৈতেই প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা নাই, বৰঞ্চ আপোনালোকে নিজৰ লগতে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে।

For Us Good Politics Means Development and Good Governance: PM Modi in Cuttack

May 26th, 06:16 pm

Upon completion of four years of the NDA Government, PM Narendra Modi today addressed a huge public meeting in Cuttack, Odisha. Speaking at the event, he said that in last four years, the BJP had become a party which had presence from Panchayat to Parliament. With ‘Saaf Niyat, Sahi Vikas’, the PM remarked that the country would continue to march on the path of development.

PM Modi addresses public meeting at Cuttack Odisha

May 26th, 06:15 pm

Upon completion of four years of the NDA Government, PM Narendra Modi today addressed a huge public meeting in Cuttack, Odisha. Speaking at the event, he said that in last four years, the BJP had become a party which had presence from Panchayat to Parliament. With ‘Saaf Niyat, Sahi Vikas’, the PM remarked that the country would continue to march on the path of development.