Maa Umiya Dham development project perfect example of 'Sabka Prayas': PM Modi

December 13th, 06:49 pm

The Prime Minister, Shri Narendra Modi spoke today at the foundation stone laying of MaaUmiya Dham Development Project involving Umiya Mata Dham temple and temple premises in Gujarat, via video conferencing today.

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ ইংৰাজীৰ পৰা কৰা অনুবাদ

February 08th, 08:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ ৰাজ্য সভাত প্ৰধানমন্ত্ৰীৰ উত্তৰ

February 08th, 11:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।

৫ বছৰীয়া বৰ্ষপূৰ্তিত ‘পিএম-ফচল বীমা যোজনা’ৰ হিতাধিকাৰীসকললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

January 13th, 12:31 pm

৫ বছৰীয়া বৰ্ষপূৰ্তিত ‘পিএম-ফচল বীমা যোজনা’ৰ হিতাধিকাৰীসকলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

Time has come for Brand India to establish itself in the agricultural markets of the world: PM Modi

December 25th, 12:58 pm

PM Narendra Modi released the next instalment of financial benefit under PM-KISAN Samman Nidhi through video conference. He added ever since this scheme started, more than 1 lakh 10 thousand crore rupees have reached the account of farmers.

PM releases next instalment of financial benefit under PM Kisan Samman Nidhi

December 25th, 12:54 pm

PM Narendra Modi released the next instalment of financial benefit under PM-KISAN Samman Nidhi through video conference. He added ever since this scheme started, more than 1 lakh 10 thousand crore rupees have reached the account of farmers.

Social Media Corner 8th July 2018

July 08th, 07:45 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

All our efforts are aimed at building a New India: PM Modi in Jaipur

July 07th, 02:21 pm

PM Modi laid foundation stone for 13 infrastructure projects in Rajasthan. Speaking to a huge gathering, PM Modi said that the BJP-led NDA Government’s sole aim was inclusive and all-round development. He added that in efforts towards building a New India, corruption would not be tolerated. At the event, PM Modi highlighted how multiple initiatives of the Centre as well as the BJP Government in Rajasthan were ushering in a positive difference in the lives of people of the state.

প্ৰধানমন্ত্ৰীৰ নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ শিলান্যাস স্থাপন; কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ দ্বাৰা অভিজ্ঞতা বিনিময়; জয়পুৰত ৰাজহুৱা সভাত বক্তৃতা প্ৰদান

July 07th, 02:21 pm

ইয়াৰ পিছত তেওঁ ভাৰত চৰকাৰ তথা ৰাজস্থানৰ কল্যাণমূলক যোজনাৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ এক শ্ৰব্য-দৃশ্য উপস্থাপন অৱলোকন কৰে৷ এই উপস্থাপন ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমতী বসুন্ধৰা ৰাজেৰ দ্বাৰা পৰিচালিত হয়৷ এই যোজনাসমূহত বহু অন্য যোজনাৰ বাহিৰেও প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিও অন্তৰ্ভুক্ত আছিল৷

We are working towards ensuring that income of our hardworking farmers double by 2022: PM Modi

June 20th, 11:00 am

Continuing his outreach via the 'Narendra Modi Mobile App', the Prime Minister today interacted with farmers from over 600 districts across India. He reiterated the Government's commitment to double farmers' income by 2022 and shed light on the farmer friendly initiatives being undertaken by the Centre.

ভিডিঅ’ সংযোগেৰে সমগ্ৰ দেশৰ কৃষকৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 20th, 11:00 am

প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ সংযোগৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকৰ সৈতে বাৰ্তালাপ কৰে। এই উপলক্ষে ২ লাখতকৈও অধিক সামূহিক সেৱা কেন্দ্ৰ(চিএছচি) আৰু ৬০০ কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)ক ভিডিঅ’ সংযোগৰ জৰিয়তে সংযোগ কৰা হয়। এয়া হৈছে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে কৰা সপ্তমলানি বাৰ্তালাপ।

Democracy is not any agreement, it is about participation: PM Modi

April 21st, 11:01 pm

Democracy is not any agreement, it is about participation: PM Modi

অসামৰিক সেৱা দিৱস উপলক্ষে অসমাৰিক সেৱাৰ কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

April 21st, 05:45 pm

অসামৰিক সেৱা দিৱস উপলক্ষে অসমাৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। তেওঁ কয় যে প্ৰশংসা, মুল্যায়ন আৰু অন্তৰ্দৰ্শন কৰাৰ বাবেই এনে দিৱস পালন কৰা হয়। অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান কৰি বঁটা বিজয়ীসকলক প্ৰণোদিত আৰু অভিনন্দন জনোৱা হয় বুলি তেওঁ বৰ্ণনা কৰে। তেওঁ কয় যে এনে বঁটাসমূহে চৰকাৰৰ অগ্ৰাধিকাৰকে সূচায়।

Centre is committed to double farmers income by 2022: PM Modi

March 17th, 01:34 pm

The Prime Minister, Shri Narendra Modi, today visited the Krishi Unnati Mela at the IARI Mela Ground, Pusa Campus, in New Delhi. He visited the theme pavilion, and the Jaivik Mela Kumbh. He laid the Foundation Stone for 25 Krishi VIgyan Kendras. He also launched an e-marketing portal for organic products. He gave away the Krishi Karman Awards and the Pandit Deen Dayal Upadhyaya Krishi Protsahan Puraskar.

Prime Minister Modi attends Krishi Unnati Mela and addresses the Farmers at PUSA Campus Delhi

March 17th, 01:33 pm

The Prime Minister, Shri Narendra Modi, today visited the Krishi Unnati Mela at the IARI Mela Ground, Pusa Campus, in New Delhi. He visited the theme pavilion, and the Jaivik Mela Kumbh. He laid the Foundation Stone for 25 Krishi VIgyan Kendras. He also launched an e-marketing portal for organic products. He gave away the Krishi Karman Awards and the Pandit Deen Dayal Upadhyaya Krishi Protsahan Puraskar.

কৰ্ণাটকত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ প্ৰতি সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই অসন্তুষ্টঃ প্ৰধানমন্ত্ৰী মোদী

February 27th, 05:01 pm

কৰ্ণাটকৰ দেৱনাগেৰীত এক বৃহৎ জনসভাত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰক তেওঁলোকৰ কু-শাসনক সমালোচনা কৰাৰ লগতে অহা বিধানসভা নিৰ্বাচনত তেওঁলোকে পৰাজিত হ’ব বুলি কয়। তেওঁ কয়, “কৰ্ণাটকত শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ প্ৰতি সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকেই অসন্তুষ্ট।”

PM Modi addresses farmers' rally in Davanagere, Karnataka

February 27th, 05:00 pm

While addressing a huge public meeting at Davanagere in Karnataka, PM Narendra Modi hit out at the Congress government in the state for its mis-governance and said that they would be defeated in the upcoming state elections. “Every section of society is unhappy with the Congress government in Karnataka”, he said.

Our government is changing the way the agriculture sector operates in the country: PM Modi

February 20th, 05:47 pm

PM Modi while addressing the National Conference on “Agriculture 2022: Doubling Farmers’ Income”, spoke about the ‘Operation Greens’ announced in the Union Budget this year. He elaborated that government was according ‘TOP’ priority to tomato, onion and potato. He said that a new culture was being established in the agriculture sector which would ultimately enhance lives of people in villages and help farmers prosper.

PM Modi addresses National Conference on Agriculture 2022: Doubling Farmers’ Income

February 20th, 05:46 pm

PM Modi while addressing the National Conference on “Agriculture 2022: Doubling Farmers’ Income”, spoke about the ‘Operation Greens’ announced in the Union Budget this year. He elaborated that government was according ‘TOP’ priority to tomato, onion and potato. He said that a new culture was being established in the agriculture sector which would ultimately enhance lives of people in villages and help farmers prosper.

এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছেঃ লোকসভাত প্ৰধানমন্ত্ৰী মোদী

February 07th, 01:41 pm

আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছে। প্ৰকল্পসমূহ কেৱল ভালদৰে ভাৱি উলিওৱাই নহয়, সময়মতে ৰূপায়িতও কৰা হৈছে।”