অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ একাদশ ক্ৰিকেট দলক সাক্ষাৎ কৰাক লৈ আনন্দিত প্ৰধানমন্ত্ৰী
November 28th, 07:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ একাদশ ক্ৰিকেট দলক অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে সাক্ষাৎ কৰাত আনন্দ প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়াত চলি থকা টেষ্ট শৃংখলাত ভাৰতীয় ক্ৰিকেটাৰসকলৰ সুন্দৰ আৰম্ভণিৰ বাবেও শ্ৰী মোদীয়ে প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে গায়ানাৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে
November 22nd, 05:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি কয় যে ক্ৰিকেটে ভাৰত আৰু গায়ানাক ওচৰ চপাই আনিছে আৰু সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰি তুলিছে।India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana
November 22nd, 03:02 am
PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
November 22nd, 03:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।The bond between India & Guyana is of soil, of sweat, of hard work: PM Modi
November 21st, 08:00 pm
Prime Minister Shri Narendra Modi addressed the National Assembly of the Parliament of Guyana today. He is the first Indian Prime Minister to do so. A special session of the Parliament was convened by Hon’ble Speaker Mr. Manzoor Nadir for the address.PM Modi addresses the Parliament of Guyana
November 21st, 07:50 pm
PM Modi addressed the National Assembly of Guyana, highlighting the historical ties and shared democratic ethos between the two nations. He thanked Guyana for its highest honor and emphasized India's 'Humanity First' approach, amplifying the Global South's voice and fostering global friendships.প্ৰধানমন্ত্ৰীয়ে ছেইণ্ট লুচিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 21st, 10:13 am
দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত ছেইণ্ট লুছিয়াৰ প্ৰধানমন্ত্ৰী এইচ ই ফিলিপ জে পিয়েৰৰ সৈতে আলোচনাত মিলিত হয়।দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ
November 21st, 02:15 am
মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।PM Modi attends Second India CARICOM Summit
November 21st, 02:00 am
PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.ফলাফলৰ তালিকাঃ জামাইকাৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ এণ্ড্ৰু হোলনেছৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ (৩০ ছেপ্টেম্বৰ-৩ অক্টোবৰ, ২০২৪)
October 01st, 12:30 pm
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ জৰিয়তে ভাৰত গণৰাজ্য চৰকাৰ আৰু জামাইকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ জৰিয়তে জামাইকা চৰকাৰৰ মাজত বিত্তীয় অন্তৰ্ভুক্তি তথা সামাজিক আৰু অৰ্থনৈতিক ৰূপান্তৰক প্ৰোৎসাহনৰ লক্ষ্যৰে সফল ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ভাগ-বতৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি।জামাইকাৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
October 01st, 12:00 pm
প্ৰধানমন্ত্ৰী হোলনেছ আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই মই আনন্দিত হৈছো। এয়া প্ৰধানমন্ত্ৰী হোলনেছৰ ভাৰত ভ্ৰমণৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। সেইবাবেই আমি এই ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছো৷প্ৰধানমন্ত্ৰী হোলনেছ ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধু। তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছো। আৰু প্ৰতিবাৰেই ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে তেওঁৰ চিন্তাত তেওঁৰ দায়বদ্ধতা অনুভৱ কৰিছো। মই নিশ্চিত যে তেওঁৰ এই ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্কলৈ নতুন শক্তি কঢ়িয়াই নিয়াৰ লগতে সমগ্ৰ কেৰিবিয়ান অঞ্চলৰ সৈতে আমাৰ সংযোগ বৃদ্ধি কৰিব।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ভাৰতীয় সমূদায়ক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 10:00 pm
নমস্কে ইউ. এছ! এতিয়া আনকি আমাৰ “নমস্তে”ও বহুজাতিক হৈ পৰিছে, স্থানীয়ৰ পৰা বিশ্বজুৰি পৰিৱৰ্তন হৈছে আৰু এই সকলোবোৰ আপোনালোকৰ বাবেই হৈছে। ভাৰতক হৃদয়ত ধৰি ৰখা প্ৰতিজন ভাৰতীয়ই এই কাম সম্ভৱ কৰি তুলিছে।নিউয়ৰ্কত ভাৰতীয় সম্প্ৰদায়ক প্ৰধানমন্ত্ৰীৰ সম্বোধন
September 22nd, 09:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্কৰ লং আইলেণ্ডত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ এক বৃহৎ সমাৱেশক সম্বোধন কৰে। ১৫,০০০ৰো অধিক লোক অনুষ্ঠানটোত উপস্থিত থাকে।Prime Minister condoles demise of former Indian Cricketer and Coach, Shri Anshuman Gaekwad
July 31st, 11:59 pm
The Prime Minister, Shri Narendra Modi has expressed deep grief over the demise of former Indian Cricketer and Coach, Shri Anshuman Gaekwad.ক্ৰিকেটলৈ আগবঢ়ৱা অৱদানৰ বাবে ৰবীন্দ্ৰ জাদেজাক প্ৰধানমন্ত্ৰীৰ ভূয়সী প্ৰশংসা
June 30th, 07:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাক বিগত বছৰসমূহত খেলবিধৰ বিভিন্ন বিভাগত কৰা প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।ভাৰতীয় ক্ৰিকেট দলক টি-২০ বিশ্বকাপ জয় কৰাৰ বাবে ফোনযোগে অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
June 30th, 02:06 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক টেলিফোনিক বাৰ্তালাপত ভাৰতীয় পুৰুষ ক্ৰিকেট দলক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিযোগিতাখনত দলৰ সদস্যসকলে প্ৰদৰ্শন কৰা অনবদ্য দক্ষতা আৰু শক্তিশালী মনোভাৱৰ শলাগ লয়।প্ৰধানমন্ত্ৰীয়ে টি20 বিশ্বকাপ জয় কৰাত ভাৰতীয় ক্ৰিকেট টীমক অভিনন্দন জনায়
June 29th, 11:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টি20 বিশ্বকাপ জয় কৰাত ভাৰতীয় ক্ৰিকেট টীমক অভিনন্দন জনায়।প্ৰধানমন্ত্ৰীয়ে ক্ৰিকেটাৰ মহম্মদ ছামীৰ আশু আৰোগ্য কামনা কৰিছে
February 27th, 12:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰিকেটাৰ মহম্মদ ছামীৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰে।মন কী বাত, ডিচেম্বৰ ২০২৩
December 31st, 11:30 am
বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপ কৰে
December 24th, 07:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূৰ্বে ৭, লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপ কৰে। জম্মু-কাশ্মীৰৰ সকলো জিলাৰ পৰা অহা প্ৰায় ২৫০ জন শিক্ষাৰ্থীয়ে নিশ্চিন্ত আৰু অনানুষ্ঠানিক বাৰ্তালাপত অংশগ্ৰহণ কৰে।