ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
July 13th, 03:53 pm
আপোনালোক সকলোকে নমস্কাৰ! সৰ্বপ্ৰথমে কিছু নতুন দ্বায়িত্বশীল ব্যক্তি আছে যিসকলৰ সৈতে মই পৰিচয় কৰাই দিওঁ যাতে আপোনালোকৰো সুবিধা হয়৷ শ্ৰীমান মনচুখ ভাই মাণ্ডবিয়া, তেওঁ শেহতীয়াকৈ আমাৰ নতুন স্বাস্থ্যমন্ত্ৰী হৈছে, তেওঁৰ সৈতে MoS ৰূপে ডা ভাৰতী পাৱাৰ জীও বহি আছে৷ তেওঁ আমাৰ স্বাস্থ্য বিভাগত MoS ৰূপে কাম কৰি আছে৷ আৰু অন্য দুগৰাকী ব্যক্তি আছে যাৰ সৈতে আপোনালোকৰ প্ৰায়ে যোগাযোগ থাকিব তেওঁলোকে হ’ল DONER মন্ত্ৰণালয়ৰ নতুন মন্ত্ৰী শ্ৰীমান জি. কিসান ৰেড্ডী জী আৰু তেওঁৰ সৈতে MoS বহি আছে শ্ৰীমান বি. এল. বাৰ্মা জী, গতিকে এই পৰিচয়ো আপোনালোকৰ বাবে প্ৰয়োজনীয়৷ক'ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
July 13th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। এই বাৰ্তালাপত নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰীকেইজনে ক’ভিড মহামাৰীটোৰে মোকাবিলাত সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্য়বাদ জ্ঞাপন কৰে। তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ তেখেতৰ বিশেষ তদাৰকতা আৰু চিন্তাক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীসকলৰ উপৰিও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে গৃহ, প্ৰতিৰক্ষা, স্বাস্থ্য, ড’নাৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আন-আন মন্ত্ৰীসকলে।দেশ জুৰি অক্সিজেনৰ যোগান বৃদ্ধিৰ বাবে কৰা কৰ্মব্যৱস্থা সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 09th, 01:10 pm
দেশত অক্সিজেনৰ পৰ্যাপ্ততা তথা ইয়াৰ যোগন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিশেষ আয়োজনৰ আজি সমীক্ষা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।আমি ইতিহাসৰ ভুলবোৰ সংশোধন কৰি আছোঁ যিয়ে যোগ্য নেতা আৰু যোদ্ধাসকলক সন্মান কৰা নাছিলঃ প্ৰধানমন্ত্ৰী
February 16th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে দেশলৈ অপৰিসীম অৱদান আগবঢ়োৱা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ অৱদান মনত ৰখাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । তেওঁ দুখ প্ৰকাশ কৰে যে যিসকলে ভাৰত আৰু ভাৰতীয়ত্বৰ বাবে সকলো ত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ পাতত তেওঁলোকৰ প্ৰাপ্য স্থান দিয়া হোৱা নাই। ভাৰতীয় ইতিহাস ৰচয়িতাসকলে ইতিহাস ৰচনা কৰাৰ সময়ত সেইসকল লোকৰ প্ৰতি যি অন্যায়-অবিচাৰ কৰিছিল এতিয়া সেয়া সংশোধন কৰা হৈছে, কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছোঁ। এই সন্ধিক্ষণত তেওঁলোকৰ অৱদান স্মৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত চিত্তাউৰা হ্ৰদৰ উন্নয়নমূলক কাম আৰু মহাৰাজা সুহেলদেৱ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে মন্তব্য কৰে।উত্তৰপ্ৰদেশৰ বাহৰেইচত মহাৰাজা সুহলদেৱ স্মাৰক আৰু চিট্টৌৰা হ্ৰদৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 16th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস প্ৰধানমন্ত্ৰীৰ
February 16th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত মহাৰাজ সুহেলদেৱ স্মাৰক আৰু চিত্তৌৰা হ্ৰদৰ উন্নয়নৰ কামৰ শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহাৰাজ সুহেলদেৱৰ নামেৰে নামকৰণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ এটি ভৱন উদ্বোধন কৰে। এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে।2% Interest Subvention approved on prompt repayment of Shishu Loans under Pradhan Mantri MUDRA Yojana for a period of 12 months
June 24th, 04:02 pm
Union Cabinet chaired by PM Narendra Modi approved a scheme for interest subvention of 2% for a period of 12 months, to all Shishu loan accounts under Pradhan Mantri Mudra Yojana (PMMY) to eligible borrowers. The scheme will help small businesses brace the disruption caused due to COVID-19.