India did not face vaccine hesitancy as seen in other countries because of the message from spiritual leaders: PM
August 24th, 11:01 am
PM Modi inaugurated state-of-the-art Amrita Hospital at Faridabad. He said that the hospital is a blend of modernity and spirituality and will become a medium of accessible and affordable treatment for needy patients.প্ৰধানমন্ত্ৰীয়ে ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতাল উদ্বোধন কৰে
August 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
July 13th, 03:53 pm
আপোনালোক সকলোকে নমস্কাৰ! সৰ্বপ্ৰথমে কিছু নতুন দ্বায়িত্বশীল ব্যক্তি আছে যিসকলৰ সৈতে মই পৰিচয় কৰাই দিওঁ যাতে আপোনালোকৰো সুবিধা হয়৷ শ্ৰীমান মনচুখ ভাই মাণ্ডবিয়া, তেওঁ শেহতীয়াকৈ আমাৰ নতুন স্বাস্থ্যমন্ত্ৰী হৈছে, তেওঁৰ সৈতে MoS ৰূপে ডা ভাৰতী পাৱাৰ জীও বহি আছে৷ তেওঁ আমাৰ স্বাস্থ্য বিভাগত MoS ৰূপে কাম কৰি আছে৷ আৰু অন্য দুগৰাকী ব্যক্তি আছে যাৰ সৈতে আপোনালোকৰ প্ৰায়ে যোগাযোগ থাকিব তেওঁলোকে হ’ল DONER মন্ত্ৰণালয়ৰ নতুন মন্ত্ৰী শ্ৰীমান জি. কিসান ৰেড্ডী জী আৰু তেওঁৰ সৈতে MoS বহি আছে শ্ৰীমান বি. এল. বাৰ্মা জী, গতিকে এই পৰিচয়ো আপোনালোকৰ বাবে প্ৰয়োজনীয়৷ক'ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
July 13th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। এই বাৰ্তালাপত নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰীকেইজনে ক’ভিড মহামাৰীটোৰে মোকাবিলাত সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্য়বাদ জ্ঞাপন কৰে। তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ তেখেতৰ বিশেষ তদাৰকতা আৰু চিন্তাক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীসকলৰ উপৰিও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে গৃহ, প্ৰতিৰক্ষা, স্বাস্থ্য, ড’নাৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আন-আন মন্ত্ৰীসকলে।দেশ জুৰি অক্সিজেনৰ যোগান বৃদ্ধিৰ বাবে কৰা কৰ্মব্যৱস্থা সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 09th, 01:10 pm
দেশত অক্সিজেনৰ পৰ্যাপ্ততা তথা ইয়াৰ যোগন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিশেষ আয়োজনৰ আজি সমীক্ষা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।PM’s Opening Remarks during Interaction with Chief Ministers on Covid-19
June 16th, 05:01 pm
In a virtual meet, PM Modi interacted with Chief Ministers on the Covid-19 related issue. PM Modi said that India's fight against coronavirus will be remembered in the future for how we worked together and served as an example of cooperative federalismPM holds interaction with CMs to discuss situation emerging post Unlock 1.0
June 16th, 04:26 pm
In a virtual meet, PM Modi interacted with Chief Ministers on the Covid-19 related issue. PM Modi said that India's fight against coronavirus will be remembered in the future for how we worked together and served as an example of cooperative federalismPhone call between Prime Minister Shri Narendra Modi and H.E. Sheikh Hasina, Prime Minister of the People's Republic of Bangladesh
April 29th, 08:12 pm
PM Narendra Modi spoke to Sheikh Hasina, Prime Minister of Bangladesh. The two leaders discussed the regional situation in the wake of the COVID-19 pandemic and briefed each other about the steps being taken to mitigate its effects in the respective country.PM expresses gratitude to Prime Minister of Bangladesh
March 23rd, 06:25 pm
The Prime Minister Shri Narendra Modi has expressed his gratitude to Prime Minister of Bangladesh, Smt. Sheikh Hasina for her contribution to the COVID-19 Emergency Fund.PM thanks President of Afghanistan
March 23rd, 06:23 pm
The Prime Minister Shri Narendra Modi has thanked President of Afghanistan, Shri Ashraf Ghani for his contribution to the COVID-19 Emergency Fund.PM thanks President of Sri Lanka
March 23rd, 06:17 pm
The Prime Minister Shri Narendra Modi has thanked President of Sri Lanka, Shri Gotabaya Rajapaksa for his contribution to the COVID-19 Emergency Fund.PM appreciates Government of Maldives for contributing to COVID-19 Emergency fund
March 21st, 08:42 pm
The Prime Minister Shri Narendra Modi has expressed deep appreciation for Government of Malpes for contributing USD 200,000 to the COVID-19 Emergency fund.PM appreciates PM of Nepal
March 20th, 05:38 pm
The Prime Minister Shri Narendra Modi has appreciated PM of Nepal, Shri KP Sharma Oli for his announcement of contribution to the COVID-19 Emergency Fund.PM expresses gratitude to PM of Bhutan
March 20th, 05:34 pm
The Prime Minister Shri Narendra Modi has expressed his gratitude to PM of Bhutan, Dr. Lotay Tshering for contributing to the COVID-19 Emergency Fund.