চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিট প্ৰগ্ৰেম’ বিষয়ক উচ্চ স্তৰীয় কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধন
December 01st, 07:22 pm
এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মোৰ ভ্ৰাতৃ তথা ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।২৯.০৯.২০১৯ তাৰিখে ‘মন কী বাত’ৰ চতুৰ্থ খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 29th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ বন্ধুসকল, আজিৰ ‘মন কী বাত’ত দেশৰ সেই মহান ব্যক্তিত্বৰ বিষয়ে মই উল্লেখ কৰিম৷ আমি সকলো ভাৰতবাসীৰ হৃদয়ত তেওঁৰ প্ৰতি অশেষ সন্মান আছে, প্ৰীতিভাৱ আছে৷ বোধহয় এনে কোনো ভাৰতীয় নোলাব যাৰ হৃদয়ত তেওঁৰ প্ৰতি আদৰ আৰু সন্মানৰ ভাৱ নাথাকিব৷ তেওঁ বয়সত আমাতকৈ ডাঙৰ আৰু দেশৰ বিভিন্ন ঘাত–প্ৰতিঘাত, উত্থান–পতনৰো তেওঁ সাক্ষী৷ আমি তেওঁক দিদি বুলি কও– ‘লতা দিদি’৷ তেওঁ এই ২৮ ছেপ্টেম্বৰত ৯০ বছৰত ভৰি দিছে৷ বিদেশ যাত্ৰালৈ যোৱাৰ পূৰ্বে মই দিদিৰ সৈতে ফোনত কথা পতাৰ সৌভাগ্য লাভ কৰিছিলো৷FICCI Delegation calls on PM
June 30th, 05:47 pm