গুজৰাটত ‘একাদশ খেল মহাকুম্ভ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 12th, 06:40 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল জী, সংসদত মোৰ সতীৰ্থ আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশ অধ্যক্ষ চি আৰ পাটিল জী, গুজৰাট চৰকাৰৰ খেল ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সাংঘৱী জী, সংসদত মোৰ সহযোগী শ্ৰী হংসমুখ ভাই পেটেল জী, শ্ৰী নৰহৰি আমীন, আহমেদাবাদৰ মেয়ৰ ভাই শ্ৰী কীৰিট কুমাৰ পৰমাৰ জী, মহানুভৱসকলৰ লগতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ যুৱ বন্ধু-বান্ধৱীসকল!প্ৰধানমন্ত্ৰীয়ে একাদশ খেল মহাকুম্ভ মুকলি কৰাৰ কথা ঘোষণা কৰে
March 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত ১১ সংখ্যক খেল মহাকুম্ভ উদ্বোধন কৰে। অনুষ্ঠানটোত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।১০০ কোটি টিকাকৰণৰ পিছত, ভাৰত নতুন উৎসাহ আৰু শক্তিৰে আগবাঢ়িছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
October 24th, 11:30 am
মোৰ মৰমৰ দেশবাসী, আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। জনসাধাৰণক শুভেচ্ছা জনাইছো। আৰু, মই কোটি-কোটি নমস্কাৰো জনাইছো কাৰণ ১০০ কোটিৰ প্ৰতিষেধক পালিৰ পিছত আজি দেশখনে নতুন উৎসাহ, নতুন শক্তিৰে আগবাঢ়িছে। আমাৰ প্ৰতিষেধক কাৰ্যসূচীৰ সফলতাই ভাৰতৰ শক্তি, সকলোৰে প্ৰচেষ্টাৰ মন্ত্ৰৰ শক্তি প্ৰদৰ্শন কৰে।Swayampurna Goa is the result of new team spirit of Team Goa: PM Modi
October 23rd, 11:01 am
Prime Minister Narendra Modi interacted with beneficiaries and stakeholders of AatmaNirbhar Bharat Swayampurna Goa programme. The Prime Minister said the infrastructure being developed in Goa will also help in increasing the income of farmers, livestock farmers and our fishermen.প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যক্ৰমৰ লাভাৰ্থী আৰু হিতধাৰকৰ সৈতে বাৰ্তালাপ কৰে
October 23rd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যক্ৰমৰ লাভাৰ্থী আৰু হিতধাৰকৰ সৈতে বাৰ্তালাপ কৰে।দেশবাসীক উদ্দেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 22nd, 10:02 am
এই কথাষাৰ ভাৰতৰ সন্দৰ্ভত যদি চোৱা যায় তেন্তে বহুত চিধাচিধি অৰ্থ এইটোৱেই যে আমাৰ দেশে এফালে কৰ্তব্য পালন কৰিছে আৰু আনফালে বৃহৎ সফলতাও লাভ কৰিছে। কালি ২১ অক্টোবৰত ভাৰতে ১০০ কোটি ভেকচিন ড'জৰ কঠিন কিন্তু অসাধাৰণ লক্ষ্য আহৰণ কৰিলে। এই অভিজ্ঞতাৰ অন্তৰালত ১৩০ কোটি দেশবাসীৰ কৰ্তব্যশক্তি লাগি আছে, সেয়ে এই সফলতা ভাৰতৰ সফলতা, প্ৰত্যেক দেশবাসীৰ সফলতা। মই ইয়াৰ বাবে প্ৰত্যেক দেশবাসীক হৃদয়ৰ পৰা অভিনন্দন জনাইছো।PM addresses the nation on achieving the milestone of 100 crore vaccinations
October 22nd, 10:00 am
Prime Minister Narendra Modi addressed the nation on achieving the milestone of 100 crore vaccinations. He lauded the difficult but remarkable feat of administering 100 crore vaccine doses. He attributed this achievement to the dedication of 130 crore countrymen.প্ৰতিষেধক প্ৰদানে ১০০কোটি পালিৰ ঘৰ অতিক্ৰম কৰাৰ পিচত চিকিত্সক আৰু নাৰ্ছসকলক কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 21st, 11:59 am
১০০কোটি পালি প্ৰতিষেধক প্ৰদান কৰাত অৰিহণা আগবঢ়োৱা দেশৰ চিকিত্সক, নাৰ্ছ তথা অন্যান্য বিষয়া-কৰ্মচাৰী আৰু সেৱাকৰ্মীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।Biggest infringement of human rights takes place when they are seen from political prism: PM
October 12th, 11:09 am
Prime Minister Modi addressed 28th National Human Rights Commission Foundation day programme. The PM cautioned against the selective interpretation of human rights and using human rights to diminish the image of the country.PM attends 28th National Human Rights Commission (NHRC) Foundation day programme
October 12th, 11:08 am
Prime Minister Modi addressed 28th National Human Rights Commission Foundation day programme. The PM cautioned against the selective interpretation of human rights and using human rights to diminish the image of the country.গোৱাৰ ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 18th, 10:31 am
গোৱাৰ শক্তিবান আৰু লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ, গোৱাৰ সু-সন্তান শ্ৰীপদ নায়ক জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ মিত্ৰ ডা০ ভাৰতী...পৱাৰ জী, গোৱাৰ মন্ত্ৰীসকল, সাংসদ আৰু বিধায়কসকল, উপস্থিত জন প্ৰতিনিধি, ‘ক’ৰোনা-যোদ্ধা’ আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!PM interacts with healthcare workers and beneficiaries of the COVID vaccination programme in Goa
September 18th, 10:30 am
PM Modi interacted with healthcare workers and beneficiaries of the COVID vaccination programme in Goa on the completion of 100% first dose coverage for the adult population in the state. The PM commended the kind of coordination that Goa has shown in dealing with social and geographical challenges. “Goa has shown the great results of ‘Sabka Saath, Sabka Vikas, Sabka, Vishwas and Sabka Prayas.” he said.PM to interact with healthcare workers and beneficiaries of Covid vaccination programme in Goa on 18th September
September 17th, 04:42 pm
Prime Minister Shri Narendra Modi will interact with healthcare workers and beneficiaries of Covid vaccination programme, on completion of 100% first dose coverage for the adult population in Goa, on 18th September, 2021 at 10:30 AM via video conferencing.হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
September 06th, 11:01 am
হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
September 06th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।IPS Probationers interact with PM Modi
July 31st, 11:02 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.Move forward for ‘Su-rajya’: PM Modi to IPS Probationers
July 31st, 11:01 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.PM interacts with IPS probationers at Sardar Vallabhbhai Patel National Police Academy
July 31st, 11:00 am
PM Narendra Modi had a lively interaction with the Probationers of Indian Police Service. The interaction with the Officer Trainees had a spontaneous air and the Prime Minister went beyond the official aspects of the Service to discuss the aspirations and dreams of the new generation of police officers.Corona period has proved importance of skill, re-skill and up-skill: PM Modi
June 18th, 09:45 am
Prime Minister Narendra Modi today launched the ‘Customized Crash Course programme for Covid 19 Frontline workers’ via video conferencing. On the occasion, PM Modi said, We are working towards preparing 1 lakh frontline workers in the country. With the launch, it will commence the programme in 111 training centres spread over 26 states.ক’ভিড-১৯ৰ চিকিত্সাসেৱাৰে জড়িত আগশাৰীৰ কৰ্মীসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম
June 18th, 09:43 am
ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হয়। এই কাৰ্যক্ৰমৰ জৰিয়তে আগন্তুক ২-৩মাহত একলাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব। শুভাৰম্ভ অনুষ্ঠানত ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰনাথ পাণ্ডেকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, বিশেষজ্ঞ, অন্যান্য বিশিষ্ট ব্যক্তি তথা অভিভাৱকসকল উপস্থিত থাকে।