বিশ্ব চৰকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 14th, 02:30 pm
বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলনত মূল ভাষণ দিয়াটো মোৰ বাবে এক বৃহৎ সন্মানৰ কথা, আৰু এই সৌভাগ্য মোৰ দ্বিতীয়বাৰৰ বাবে। এই আমন্ত্ৰণ আৰু অদ্ভুত আদৰণিৰ বাবে মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ জীক মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে মোৰ ভাই মহামহিম শ্বেখ মহম্মদ বিন জায়েদকো ধন্যবাদ জনাইছো। শেহতীয়াকৈ তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোক কেৱল দূৰদৰ্শী নেতা নহয় সংকল্প আৰু দায়বদ্ধতাৰ নেতাও।বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলন ২০২৪ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
February 14th, 02:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ অল মাকতুমৰ আমন্ত্ৰণত তেওঁ সন্মিলনৰ বিষয়বস্তু ভৱিষ্যত চৰকাৰক আকাৰ দিয়াৰ ওপৰত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপেও অংশগ্ৰহণ কৰিছিল। এইবাৰ অনুষ্ঠিত সন্মিলনত ১০ জন ৰাষ্ট্ৰপতি আৰু ১০ জন প্ৰধানমন্ত্ৰীকে ধৰি ২০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক সন্মিলনখনত ১২০ খনতকৈও অধিক দেশৰ চৰকাৰ আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় পৰ্যায়ৰ ইনফিনিটী ফ’ৰামৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 09th, 11:09 am
ইনফিনিটী ফ'ৰামৰ দ্বিতীয় পৰ্যায়ৰ এই সমাৱেশলৈ আজি সকলোকে আদৰণি জনাইছো। ২০২১ চনৰ ডিচেম্বৰ মাহত উদ্বোধনী ইনফিনিটী ফ’ৰামত আমি লগ হৈছিলো। সেই সময়ত মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে অনিশ্চয়তাৰ পৰিবেশ বিৰাজ কৰিছিল। পৃথিৱীৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে সকলোৱে চিন্তিত হৈ পৰিছিল। দুৰ্ভাগ্যজনকভাৱে সেই উদ্বিগ্নতা আজিও শেষ হোৱা নাই। ভূ-ৰাজনৈতিক উত্তেজনা, উচ্চ মুদ্ৰাস্ফীতিৰ হাৰ আৰু ঋণৰ বোজাৰ প্ৰত্যাহ্বান আৰু বিষয়সমূহৰ বিষয়ে আপোনালোকে নিশ্চয় জানে।PM addresses Infinity Forum 2.0
December 09th, 10:40 am
PM Modi addressed the second edition of Infinity Forum, a global thought leadership platform on FinTech via video conferencing. PM Modi reiterated that India’s growth story is based on the government’s top priority to policy, good governance and the welfare of the citizens. Speaking about expanding the scope of IFSCA, PM Modi reiterated the government’s efforts to take GIFT IFSCA beyond traditional finance and ventures. “We want to make GIFT City the Global Nerve Center of New Age Global Financial and Technology Services”.Prime Minister’s meeting with the President of the United Arab Emirates
December 01st, 07:55 pm
Prime Minister Shri Narendra Modi met with His Highness Sheikh Mohamed bin Zayed Al Nahyan, President of the United Arab Emirates, on 1 December 2023, on the sidelines of COP-28 Summit in the UAE.চিঅ’পি-২৮ ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰেঞ্জিশ্যন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 01st, 07:29 pm
আমি সকলোৱে এক অংশীদাৰী প্ৰতিশ্ৰুতিৰ দ্বাৰা সংযুক্ত হৈ আছো– ‘গ্লোবেল নেট জিৰো.নেট জিৰো’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু উদ্যোগক্ষেত্ৰৰ মাজত অংশীদাৰিত্ব অতিকে গুৰুত্বপূৰ্ণ। আৰু, ঔদ্যোগিক উদ্ভাৱন হৈছে এক গুৰুত্বপূৰ্ণ অনুঘটক। উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট, অৰ্থাৎ ‘লীড-আইটি’ হৈছে গ্ৰহটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চৰকাৰ আৰু উদ্যোগখণ্ডৰ মাজত অংশীদাৰিত্বৰ এক সফল উদাহৰণ।চিঅ’পি-২৮ত ‘গ্ৰীন ক্ৰেডিট প্ৰগ্ৰেম’ বিষয়ক উচ্চ স্তৰীয় কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধন
December 01st, 07:22 pm
এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মোৰ ভ্ৰাতৃ তথা ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
December 01st, 06:45 pm
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘জি-২০ৰ সভাপতিত্ব’ৰ সময়ত তেওঁৰ সমৰ্থনৰ বাবে ‘ইউএনএছজি’-ক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জলবায়ু লক্ষ্য প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপ আৰু অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে।চিঅ’পি-২৮ৰ উচ্চ পৰ্য্যায়ৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বিশেষ সম্বোধন
December 01st, 03:55 pm
১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে মোৰ ফালৰপৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ!PM Modi arrives in Dubai to attend the COP 28 Summit
November 30th, 11:30 pm
Prime Minister Narendra Modi arrived in Dubai to attend the COP 28 Summit. He will join special events including on climate finance, Green Credit initiative and LeadIT.