মাইসূৰুত ব্যঘ্ৰ প্ৰকল্পৰ ৫০ সংখ্য বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 09th, 01:00 pm
প্ৰথমতে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কাৰণ মই পুৱা ৬ বজাতে ওলাই গৈছিলো, মই ভাবিছিলো যে মই সময়মতেই অৰণ্য পৰিদৰ্শন কৰি ঘূৰি আহিব পাৰিম। পিচে, মই উভতি আহোতে ১ ঘণ্টা পলম কৰিলো। এইখিনি সময় অপেক্ষা কৰি থাকিবলগীয়া হোৱা বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। মোৰ কব খোজা কথাটো হ'ল, আমি আগতে বাঘৰ যি সংখ্যা স্পৰ্শ কৰিছিলো, আমি দেখিবলৈ পাইছো, আমাৰ বাঘৰ পৰিয়াল সম্প্ৰসাৰিত হৈছে, সেয়ে, ই আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মই আপোনালোক সকলোকে আমাৰ বাঘৰ এই পৰিয়ালকেইটাৰ সন্মানাৰ্থে সকলোকে নিজ নিজ স্থানতে থিয় হৈ অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ!কৰ্ণাটকৰ মহীশূৰত ‘ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
April 09th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰৰ মহীশূৰ বিশ্ববিদ্যালয়ত 'ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান' উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স (আইবিচিএ)ৰ শুভাৰম্ভ কৰে। তেওঁ 'বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ লক্ষ্য', ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়নৰ পঞ্চম চক্ৰৰ এক সাৰাংশ প্ৰতিবেদন-এইসমূহ পুস্তিকা মুকলি কৰাৰ লগতে বাঘৰ সংখ্যা ঘোষণা কৰে আৰু সৰ্বভাৰতীয় বাঘ অনুমানৰ (পঞ্চম চক্ৰ) সাৰাংশ প্ৰতিবেদন প্ৰকাশ কৰে। তেওঁ প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে।In the last eight years, relations between India and Japan have reached new heights: PM
August 28th, 08:06 pm
PM Modi addressed a programme marking the commemoration of 40 years of Suzuki in India. The Prime Minister said, The success of Maruti-Suzuki also signifies the strong India-Japan partnership. In the last eight years, these relations between our two countries have reached new heights.গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
August 28th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তি স্মৰণ কৰি আজি গান্ধীনগৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী সাতোশী ছুজুকি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাসংদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী জগদীশ পাঞ্চাল, ছুজুকী ছুজুকী মটৰ নিগমৰ প্ৰাক্তন সভাপতি শ্ৰী অ’ ছুজুকী, ছুজুকী মটৰ কৰ্প’ৰেচনৰ সভাপতি শ্ৰীযুত টি ছুজুকী আৰু মাৰুতি-ছুজুকীৰ অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গৱ উপস্থিত থাকে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাইও ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷Rotarians are a true mix of success and service: PM Modi
June 05th, 09:46 pm
The Prime Minister, Shri Narendra Modi addressed the Rotary International World Convention via a video message today. Calling the Rotarians a ‘true mix of success and service’, the Prime Minister said that “every Rotary gathering of this scale is like a mini-global assembly. There is persity and vibrancy. “ৰ’টাৰী আন্তঃৰাষ্ট্ৰীয় বিশ্ব সন্মিলনত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
June 05th, 09:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰ’টাৰী আন্তঃৰাষ্ট্ৰীয় বিশ্ব সন্মিলনত ভাষণ আগবঢ়ায়৷ ৰ’টাৰিয়ানসকলক ‘সফলতা আৰু সেৱাৰ প্ৰকৃত মিশ্ৰণ’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “এই মাত্ৰাৰ প্ৰতিটো ৰ’টাৰীৰ সমাৱেশ এটা ক্ষুদ্ৰ বিশ্ব সন্মিলনৰ দৰে। ইয়াৰ বৈচিত্ৰ্য আৰু স্পন্দনশীলতা আছে। “লাইফ আন্দোলনৰ শুভাৰম্ভণিৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
June 05th, 07:42 pm
মহামান্য ইংগাৰ এণ্ডাৰছন, ইউএনডিপি গ্ল’বেল হেড, মহামান্য আচিম ষ্টেইনাৰ, ইউএনডিপি গ্ল’বেল হেড, মোৰ বন্ধু মিঃ ডেভিড মালপাছ, ৱৰ্ল্ড বেংকৰ অধ্যক্ষ লৰ্ড নিকোলাছ ষ্টাৰ্ণ, মিঃ কাচ চানষ্টাইন, মোৰ বন্ধু মিঃ বিল গেটছ, শ্ৰী অনিল দাসগুপ্তা, ভাৰতৰ পৰিৱেশ মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱPM launches global initiative ‘Lifestyle for the Environment- LiFE Movement’
June 05th, 07:41 pm
Prime Minister Narendra Modi launched a global initiative ‘Lifestyle for the Environment - LiFE Movement’. He said that the vision of LiFE was to live a lifestyle in tune with our planet and which does not harm it.প্ৰধানমন্ত্ৰীয়ে ৫ জুনত মুকলি কৰিব এক বিশ্বব্যাপী পদক্ষেপ ‘পৰিৱেশৰ বাবে জীৱনশৈলী(এলআইএফই)আন্দোলন’
June 04th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৫ জুনত সন্ধিয়া ৬ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক বিশ্বব্যাপী পদক্ষেপ ‘পৰিৱেশৰ বাবে জীৱনশৈলী (লাইফ) আন্দোলন’ আৰম্ভ কৰিব। উন্মোচনে সমগ্ৰ বিশ্বৰ ব্যক্তি, সম্প্ৰদায় আৰু সংস্থাসমূহক পৰিৱেশ সচেতন জীৱনশৈলী গ্ৰহণ কৰিবলৈ প্ৰভাৱিত আৰু বুজাবলৈ শিক্ষাবিদ, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান আদিৰ পৰা ধাৰণা আৰু পৰামৰ্শ আমন্ত্ৰণ কৰি ‘লাইফ গ্ল’বেল কল ফৰ পেপাৰছ’ৰ সূচনা কৰিব। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মুখ্য ভাষণ প্ৰদান কৰিব।দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিক লৈ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
May 04th, 12:15 pm
দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ সংস্কৰণত আপোনালোকৰ সৈতে যোগদান কৰি মই আনন্দিত। আৰম্ভণিতে, আমি নিজকে মনত পেলাই দিব লাগিব যে বহনক্ষম উন্নয়ন লক্ষ্যৰ গাম্ভীৰ্যপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে কাকো এৰি নিদিয়া। সেয়েহে, আমি আটাইতকৈ দৰিদ্ৰ আৰু আটাইতকৈ দুৰ্বল লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ, তেওঁলোকৰ আশা-আকাংক্ষা উপলব্ধি কৰিবলৈ পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি। আৰু, আন্তঃগাঁথনি কেৱল মূলধনসম্পদ সৃষ্টি কৰা আৰু বিনিয়োগৰ ওপৰত দীৰ্ঘম্যাদী লাভ সৃষ্টি কৰাৰ বিষয়ে নহয়।‘ডিজেষ্টাৰ ৰিজেলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ তাঙৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 04th, 10:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘ডিজেষ্টাৰ ৰিজেলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ চতুৰ্থ তাঙৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অধিৱেশনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী সন্মানীয় এমপি, স্কট মৰিছন, ঘানাৰ ৰাষ্ট্ৰপতি মহামহিম নানা এড্ডো ডানকৱৈ একুফো-এড্ডো, জাপানৰ প্ৰধানমন্ত্ৰী মাননীয়, ফিউমিঅ’ কিশ্বিডা আৰু মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি মহামহিম এণ্ড্ৰী নিৰিনা ৰাজোয়েলিনাইয়ো ভাষণ দিয়ে।ডেনমাৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
May 03rd, 07:11 pm
মাননীয় প্ৰধানমন্ত্ৰী, ডেনমাৰ্কত মোক আৰু মোৰ প্ৰতিনিধিদলক এক সুন্দৰ আদৰণি আৰু আতিথ্য দিয়াৰ বাবে আপোনাক আৰু আপোনাৰ দলক ধন্যবাদ জনাইছোঁ। আপোনাৰ সুন্দৰ দেশখনলৈ এয়া মোৰ প্ৰথম ভ্ৰমণ। যোৱা বছৰ অক্টোবৰ মাহত, মই আপোনাক ভাৰতত স্বাগতম জনোৱাৰ সুযোগ পাইছিলোঁ। দুয়োৰে এই ভ্ৰমণৰ সৈতে, আমি আমাৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু গতিশীলতা আনিবলৈ সক্ষম হৈছোঁ। আমি দুয়োখন দেশ কেৱল গণতন্ত্ৰৰ মূল্যবোধ, মত প্ৰকাশৰ স্বাধীনতা আৰু আইনৰ শাসনৰেই অংশীদাৰ নহয়, আমাৰ দুয়োৰে বহুতো পৰিপূৰক শক্তি আছে।ষষ্ঠ ভাৰত-জাৰ্মানী আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা সন্দৰ্ভত প্ৰকাশিত যুটীয়া বিবৃতি
May 02nd, 08:28 pm
আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেন্সেলৰ ওলাফ স্কোলজৰ অধ্যতাত ভাৰত চৰকাৰ আৰু ‘ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানী’ৰ চৰকাৰ দুখনৰ মাজত ষষ্ঠ লানি ‘আন্তঃ চৰকাৰী পৰামৰ্শ সম্পৰ্কীয় আলোচনা’ অনুষ্ঠিত হয়। দুয়োগৰাকী শীৰ্ষ মুৰব্বীৰ লগতে এই আলোচনাত দুয়ো পক্ষৰ মন্ত্ৰী আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ পদাধিকাৰীসকলৰ একোটি দলেও অংশগ্ৰহণ কৰে।যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
April 22nd, 12:22 pm
যদিও প্ৰধানমন্ত্ৰী হিচাপে এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, কিন্তু এজন পুৰণি বন্ধু হিচাপে, তেওঁ জানে, বুজি পায়, ভাৰত ভালদৰে। প্ৰধানমন্ত্ৰী জনছনে যোৱা কেইবাবছৰধৰি ভাৰত আৰু যুক্তৰাজ্যৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।India-Australia Virtual Summit
March 17th, 08:30 pm
Prime Minister Shri Narendra Modi and Prime Minister of Australia H.E. Mr. Scott Morrison will hold the second India-Australia Virtual Summit on 21 March 2022. The Summit follows the historic first Virtual Summit of 4 June 2020 when the relationship was elevated to a Comprehensive Strategic Partnership.কেন্দ্রীয় বাজেট দাখিলৰ পাছত ‘বহনক্ষম উন্নয়নৰ বাবে শক্তি’ বিষয়ক লৈ আয়োজিত ৱেবিনাৰত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
March 04th, 11:05 am
এইবাৰৰ বাজেটত সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে উচ্চ-দক্ষতাসম্পন্ন সৌৰ মডিউল উৎপাদনৰ বাবে ১৯,৫০০ কোটি টকা ব্যয় আৱণ্টন ঘোষণা কৰা হৈছে। এই বাজেট আৱণ্টনৰ জৰিয়তে সৌৰ মডিউল আৰু ইয়াৰ সংশ্লিষ্ট পণ্যৰ উৎপাদন আৰু গৱেষণা আৰু উন্নয়নৰ দিশত ভাৰতক এক ‘গ্ল’বেল হাব’ হিচাপে গঢ়ি তোলাত সুবিধা হ’ব।প্ৰধানমন্ত্ৰীয়ে ‘বহনক্ষম বিকাশৰ বাবে শক্তি’ শীৰ্ষক ৱেবিনাৰ সম্বোধন কৰে
March 04th, 11:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বহনক্ষম বিকাশৰ বাবে শক্তি’ শীৰ্ষক এক ৱেবিনাৰ সম্বোধন কৰে। এয়া হ’ল বাজেটৰ আলোচনা সন্দৰ্ভত আয়োজিত এলানি ৱেবিনাৰৰ নৱমখন ৱেবিনাৰ। তেওঁ কয় যে বহনক্ষম শক্তি উতসৰ মাধ্যমেৰেহে বহনক্ষম বিকাশ সম্ভৱ হয়। ভাৰতে যিয়েই লক্ষ্য নিৰ্ধাৰণ নকৰক, মই ইয়াক কেতিয়াও প্ৰত্যাহ্বান হিচাপে গ্ৰহণ নকৰো, আমাৰ বাবে এয়া এক সুযোগ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ পুনৰ কয় যে উচ্চ-ক্ষমতাসম্পন্ন সৌৰ মডেল নিৰ্মাণৰ বাবে বাজেটত ১৯.৫ হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে, য়িয়ে ভাৰতক এই ক্ষেত্ৰখনৰ এক গোলকীয় কেন্দ্ৰস্থানত পৰিণত কৰিব। বেটাৰী শ্বেপিং নীতি আৰু আন্তঃপৰিচালন মাপক সন্দৰ্ভতো এইবাৰৰ বাজেটত ব্যৱস্থা ৰখা হৈছে। ই বৈদ্যুতিক বাহনৰ সমস্যা লাঘৱ কৰিব বুলি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰিব।PM interacts with CEOs of companies from various sectors of industry
December 20th, 09:07 pm
PM Modi interacted with CEOs of companies from various sectors of industry. The Prime Minister talked about the inherent strength of the country, displayed during the battle against Covid. He thanked the industry leaders for their inputs and suggestions, and exhorted them to make full use of policies like PLI incentive.PM Modi’s remarks at the session on Accelerating Clean Technology Innovation and Deployment at COP26 Summit in Glasgow
November 02nd, 07:45 pm
In his remarks during 'Accelerating Clean Technology Innovation and Deployment' session at COP26 Summit, PM Modi said, If we are to re-establish a balanced life with nature, the path of this will be illuminated by our sun. We have to walk along with the sun again to save the future of humanity.গ্লাছগ’, ইউকে-ত অনুষ্ঠিত ‘চিঅ’পি২৬’-ৰ আহৰি পৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ
November 02nd, 07:16 pm
গ্লাছগ’ত অনুষ্ঠিত ‘চিঅ’পি২৬’-ৰ আহৰি পৰত ২নৱেম্বৰ, ২০২১ৰ দিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম নাফটালি বেন্নেটৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত অনুষ্ঠিত এয়া প্ৰথমখন বৈঠক আছিল।