তিৰুচিৰাপল্লীৰ ভাৰতীদছন বিশ্ববিদ্যালয়ৰ ৩৮সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 02nd, 11:30 am

তামিলনাডুৰ ৰাজ্যপাল থিৰু আৰএন ৰবি জী, মুখ্যমন্ত্ৰী থিৰু এম কে ষ্টেলিন জী, ভাৰতীদছন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য থিৰু এম ছেলভান জী, মোৰ যুৱ বন্ধুসকল আৰু বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকল,

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে

January 02nd, 10:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ ৩৮ সংখ্যক দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে। তেওঁ বিশ্ববিদ্যালয়খনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বঁটাও প্ৰদান কৰে।

তামিলনাডুত ডাঃ এম.জি.আৰ. চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩সংখ্যক সমাৱর্তন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

February 26th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুস্থিত ডাঃ এমজিআৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰে। এই সমাৰোহত ২১ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হয়। অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বনৱাৰিলাল পুৰোহিতো উপস্থিত থাকে।

তামিলনাডুত ডাঃ এমজিআৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩তম দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 26th, 11:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুস্থিত ডাঃ এমজিআৰ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰে। এই সমাৰোহত ২১ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হয়। অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী বনৱাৰিলাল পুৰোহিতো উপস্থিত থাকে।

২৬ ফেব্ৰুৱাৰীত দা তামিলনাডু ড০ এম জি আৰ মেডিকেল ইউনিভাৰ্চিটীৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে

February 24th, 07:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ফেব্ৰুৱাৰী ২০২১ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দা তামিলনাডু ড০ এম জি আৰ মেডিকেল ইউনিভাৰ্চিটীৰ ৩৩তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব৷ দীক্ষান্ত সমাৰোহত মুঠ ১৭৫৯১ গৰাকী প্ৰাৰ্থীক ডিগ্ৰী আৰু ডিপ্ল’মা প্ৰদান কৰা হ’ব৷ সমাৰোহত তামিলনাডুৰ ৰাজ্যপালো উপস্থিত থাকিব৷

২৩ ফেব্ৰুৱাৰীত আইআইটি খড়গপুৰৰ ৬৬সংখ্যক সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

February 21st, 07:32 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২৩ ফেব্রুৱাৰীৰ দুপৰীয়া ১২.৩০বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে আইআইটি খড়গপুৰৰ ৬৬সংখ্যক সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়াব। এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল, কেন্দ্রীয় শিক্ষা মন্ত্রী আৰু ৰাজ্যিক শিক্ষা মন্ত্রীও অনুষ্ঠানত উপস্থিত থাকিব।

বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 19th, 11:01 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল তথা বিশ্ব ভাৰতীৰ উপাচাৰ্য শ্রী জগদীপ ধনকৰ, কেন্দ্রীয় শিক্ষা মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্রেও উপস্থিত থাকে৷

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ

February 19th, 11:00 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱর্তন অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে পশ্চিমবংগৰ ৰাজ্যপাল তথা বিশ্ব ভাৰতীৰ উপাচাৰ্য শ্রী জগদীপ ধনকৰ, কেন্দ্রীয় শিক্ষা মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোত্রেও উপস্থিত থাকে৷

ভাৰতীয় ক্ৰিকেট দলৰ সাম্প্ৰতিক জয়ে যুৱ সমাজৰ বাবে অনুপ্ৰেৰণাৰ বাৰ্তা কঢ়িয়াই আনিছে

January 22nd, 01:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয়, আত্মনিৰ্ভৰ ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ পৰিবৰ্তন হ’ল আজিৰ যুৱ সমাজৰ মানসিকতা, যি সহজাত প্ৰবৃত্তি আৰু সক্ৰিয়তাৰে সৈতে সামঞ্জস্য ৰাখি চলে। শ্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তনত ভাষণ দিয়ে।

২২ জানুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৮ তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব প্রধানমন্ত্রীয়ে

January 20th, 07:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২২ জানুৱাৰীত অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৮তম দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰিব। উক্ত দিনা পুৱা চাৰেদহ বজাত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তেওঁৰ ভাষণ প্ৰদান কৰিব। দীক্ষান্ত সমাৰোহ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাঙ্ক আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব।

Influence of Guru Nanak Dev Ji is distinctly visible all over the world: PM Modi during Mann Ki Baat

November 29th, 11:00 am

During Mann Ki Baat, PM Modi spoke on a wide range of subjects. He mentioned how in the last few years, India has successfully brought back many stolen idols and artifacts from several nations. PM Modi remembered Guru Nanak Dev Ji and said His influence is distinctly visible across the globe. He paid rich tributes to Sri Aurobindo and spoke at length about his Swadeshi philosophy. PM Modi highlighted the recent agricultural reforms and added how they have helped open new doors of possibilities for farmers.

পণ্ডিত দীন দয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত

November 21st, 11:06 am

পণ্ডিত দীন দয়াল উপাধ্যায় পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠান উপলক্ষে আপোনালোক সকলোলৈ অভিনন্দন জনাইছো৷ যিসকলে আজি স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁলোকক আৰু তেওঁলোকৰ পিতৃ-মাতৃসকলোলৈও অশেষ অভিনন্দন জনাইছো৷ আজি দেশে আপোনালোকৰ দৰে উদ্যোগৰ বাবে প্ৰস্তুত ‘স্নাতক’ লাভ কৰিছে৷ আপোনালোকক অভিনন্দন আপোনালোকৰ পৰিশ্ৰমৰ বাবে, আপোনালোকে যি এই বিশ্ববিশ্বদ্যালয়ত শিকিছে তাৰ বাবে আৰু অনেক শুভকামনা থাকিল, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যি বৃহৎ লক্ষ্য লৈ আজি আপোনালোকে ইয়াৰ পৰা প্ৰস্থান কৰিছে সেই লক্ষ্যৰ বাবে, নতুন যাত্ৰাৰ বাবে৷

গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰ

November 21st, 11:05 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তন মুকলি কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ একেটা দিনতে ৪৫ মেগাৱাট ক্ষমতাসম্পন্ন এক মনোক্ৰিষ্টালাইন ছ’লাৰ ফটোভোলটেক পেনেলৰো শিলান্যাস কৰে। ইয়াৰ উপৰিও তেওঁ ৱাটাৰ টেকন’লজীৰ এক উৎকৰ্ষ কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে সেই বিশ্ববিদ্যালয় কেম্পাছত এটা ইনোভেশ্যন এণ্ড ইনকিউবেশ্যন চেন্টাৰ আৰু টেকন’লজী বিজনেছ ইনকিউবেশ্যন আৰু ট্ৰান্সলেশ্যনেল ৰিচাৰ্ছ চেন্টাৰ আৰু স্প’ৰ্টছ কমপ্লেক্সৰো আনুষ্ঠানিক উদ্বোধন কৰে।

India is committed to provide 'ease of doing business' to its youth, so they can focus on bringing ‘ease of living’ to the countrymen: PM

November 07th, 11:00 am

PM Modi addressed convocation ceremony of IIT Delhi via video conferencing. In his remarks, PM Modi said that quality innovation by the country's youth will help build 'Brand India' globally. He added, COVID-19 has taught the world that while globalisation is important, self reliance is also equally important. We are now heavily focussed on ease of doing business in India so that youth like you can bring transformation to our people’s lives.

প্ৰধানমন্ত্ৰীয়ে আইআইটি দিল্লীৰ ৫১তম দীক্ষান্ত সমাৰোহত ভাষণ দিয়ে

November 07th, 10:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন আইআইটি স্নাতকসকলক দশৰ আৱশ্যকতাক চিনাক্ত কৰা আৰু তৃণমূল স্তৰত হৈ থকা পৰিৱৰ্তনৰ সৈতে জড়িত হোৱাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত সাধাৰণ মানুহৰ আকাংক্ষাসমূহকো চিনাক্ত কৰাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ মাধ্যমত আইআইটি দিল্লীৰ ৫১তম বাৰ্ষিক দীক্ষান্ত সমাৰোহত আজি মুখ্য অতিথি হিচাপে ভাষণ দিয়ে।

মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 19th, 11:11 am

কৰ্ণাটকৰ ৰাজ্যপাল আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ শ্ৰী বজু ভাই ৱালা মহোদয়, কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী ড০ চি এন অক্ষথ নাৰায়ণ মহোদয়, মহীশূৰ বিশ্ববিদ্যালয়ৰ কুলপতি অধ্যাপক হেমন্ত কুমাৰ মহোদয়, এই কাৰ্যসূচীত উপস্থিত সকলো শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, ভদ্ৰপুৰুষ তথা ভদ্ৰ মহিলাসকল৷ পোন প্ৰথমে আপোনালোক সকলোকে ‘মহীশূৰ দশেৰা’ ,‘নাড হব্বা’ৰ অশেষ শুভেচ্ছা জনাইছো৷

মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষ

October 19th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহীশুৰ বিশ্ববিদ্যালয়ৰ শতবৰ্ষীয় সমাৱৰ্তন অনুষ্ঠান, ২০২০ত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ আগবঢ়ায়৷

মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত ২০২০ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি

October 17th, 07:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰ তাৰিখে পুৱা ১১.১৫ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে মহীশূৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী দীক্ষান্ত ২০২০ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অন্যান্য ব্যক্তিসকলৰ সৈতে কৰ্ণাটকৰ ৰাজ্যপালো উপস্থিত থাকিব৷ তাৰোপৰি অনলাইনযোগে ছিণ্ডিকেট আৰু একাডেমিক কাউন্সিলৰ সদস্য, সাংসদ, বিধায়ক, এমএলচি, সংশ্লিষ্ট বিষয়া, জিলা বিষয়া, প্ৰাক্তন উপাচাৰ্য আৰু শিক্ষাৰ্থী তথা অভিভাৱকসকল উপস্থিত থাকিব৷

আইআইটি গুৱাহাটীৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰীয়ে ভাষণৰ লিখিত ৰূপৰ অসমীয়া অনুবা

September 22nd, 12:01 pm

আজিৰ এই কাৰ্যসূচীত আমাৰ সৈতে ইয়াত উপস্থিত থকা দেশৰ শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকজী, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মোৰ কেবিনেট সতীৰ্থ তথা শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰে জী, ৰাজ্যপাল পৰিষদৰ অধ্যক্ষ ড. ৰাজীব মোদী ডাঙৰীয়া, ছেনেটৰ সদস্যবৃন্দ, এই সমাৱৰ্তনৰ আমন্ত্ৰিত অতিথিসকল, অধ্যাপকসকল, কৰ্মচাৰীবৃন্দ আৰু মোৰ আদৰৰ শিক্ষাৰ্থীসকল।

আইআইটি গুৱাহাটীৰ সমাবর্তনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

September 22nd, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইআইটি গুৱাহাটীৰ এক সমাবৰ্তনত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে।