লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ
October 10th, 02:35 pm
এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।লাও পিডিআৰৰ ভিয়েন্টিয়ানত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ মুকলি ভাষণৰ অসমীয়া অনুবাদ
October 10th, 02:30 pm
এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত কৌটিল্য অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিব
October 03rd, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নতুন দিল্লীৰ তাজ পেলেচ হোটেলত অনুষ্ঠিত হ’বলগীয়া কৌটিল্য অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।PM Modi attends News18 Rising Bharat Summit
March 20th, 08:00 pm
Prime Minister Narendra Modi attended and addressed News 18 Rising Bharat Summit. At this time, the heat of the election is at its peak. The dates have been announced. Many people have expressed their opinions in this summit of yours. The atmosphere is set for debate. And this is the beauty of democracy. Election campaigning is in full swing in the country. The government is keeping a report card for its 10-year performance. We are charting the roadmap for the next 25 years. And planning the first 100 days of our third term, said PM Modi.ইণ্ডিয়া টুডে কনক্লেভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
March 18th, 11:17 pm
ইণ্ডিয়া টুডে কনক্লেভত আমাৰ সৈতে থকা সকলো গণ্যমান্য ব্যক্তিক শুভেচ্ছা জনাইছো! ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা ভাৰত আৰু বিদেশৰ দৰ্শক আৰু পঢ়ুৱৈসকলক শুভেচ্ছা জনাইছো। মই এইটো দেখি আনন্দিত যে এই সন্মিলনৰ বিষয়বস্তু হৈছে - দ্য ইণ্ডিয়া মোমেন্ট। আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিবিদ, বিশ্লেষক, চিন্তাবিদসকলে সমস্বৰে কৈছে যে এইটো ভাৰতৰ মুহূৰ্ত। কিন্তু যেতিয়া ইণ্ডিয়া টুডে গোটে এই আশাবাদ প্ৰদৰ্শন কৰে, ই 'অতিৰিক্ত বিশেষ'। অৱশ্যে, মই ২০ মাহ পূৰ্বে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিলো - এইটো সময়, সঠিক সময়। কিন্তু এই স্থিতিত উপনীত হ'বলৈ ২০ মাহ সময় লাগিছিল। তেতিয়াও আত্মা একে আছিল – এয়া হৈছে ভাৰতৰ মুহূৰ্ত।ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 18th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভ সম্বোধন কৰে।প্ৰধানমন্ত্ৰীয়ে ৭ ছেপ্টেম্বৰত শিক্ষক পৰ্বৰ উদ্বোধনী সন্মিলনত ভাষণ দিব
September 05th, 02:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ ছেপ্টেম্বৰ, ২০২১ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শিক্ষক পৰ্বৰ উদ্বোধনী সন্মিলনত ভাষণ প্ৰদান কৰিব। তেওঁ অনুষ্ঠানটোৰ সময়ত শিক্ষা খণ্ডত একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰো শুভাৰম্ভ কৰিব।ক’ৱিন গ্ল’বেল সন্মিলন ২০২১ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 05th, 03:08 pm
ক’ভিড-১৯ ৰ বিৰূদ্ধে আমাৰ যুঁজখনত প্ৰযুক্তি এক অবিচ্ছেদ্দ্য অংগ আছিল৷ সৌভাগ্যক্ৰমে, চফ্টৱেৰ এক ক্ষেত্ৰ যত সম্পদৰ কোনো ব্ধ্য-বাধকতা নাই৷ সেয়েহে আমি আমাৰ ক’ভিড অনুসৰণ আৰু অনুসৰণৰ এপ অপেন চোৰ্চ কৰিছিলো যেতিয়াই ই প্ৰযুক্তিগতভাৱে সম্ভৱপৰ হৈছিল৷ প্ৰায় ২০০ মিলিয়ন ব্যৱহাৰকাৰী সৈতে, ডেভেলপাৰ সকলৰ বাবে এই 'Aarogya Setu' এপ এক সহজেই উপলব্ধ পেকেজ আছিল৷ ভাৰতত ব্যৱহৃত হিচাপে, আপুনি নিশ্চিত থাকিব পাৰে যে এইটো বাস্তৱিক পৃথিৱীত ক্ষিপ্ৰতা আৰু বিস্তাৰৰ বাবে পৰীক্ষা কৰা হৈছে৷প্রধানমন্ত্রীয়ে কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে, ভাৰতে কোভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে মানুহৰ সুবিধার্থে কোউইন প্লেটফর্ম সকলোকে ব্যৱহাৰৰ সুযোগ কৰি দিব বিচাৰে
July 05th, 03:07 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে। কোভিড-১৯ মহামাৰী প্রতিহত কৰিবলৈ কোউইন প্লেটফর্ম ব্যৱহাৰৰ সুযোগ ভাৰতৰ উপৰিও পৃথিৱীক দিছে।ষ্টার্টআপসমূহৰ সৈতে মত বিনিময় কৰিব আৰু ১৬ জানুৱাৰীত প্রাৰম্ভঃ‘ষ্টার্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
January 14th, 04:45 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অহা ১৬ জানুৱাৰীৰ বিয়লি ৫ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ষ্টার্টআপসমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে প্রাৰম্ভ–‘ষ্টার্টআপ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ আগবঢ়াব৷আত্মনিৰ্ভৰ ভাৰত পৰিমাণ আৰু মানদণ্ড দুয়োটাৰে বিষয়েঃ প্ৰধানমন্ত্ৰী
January 04th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত পৰিমাণ আৰু মানদণ্ড দুয়োটাৰে বিষয়ে। তেওঁ ৰাষ্ট্ৰীয় মেট্ৰ'লজি কনক্লেভ ২০২১ অনুষ্ঠান সম্বোধন কৰে য'ত তেওঁ ৰাষ্ট্ৰীয় আণৱিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালীক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰিৱেশ মানক গৱেষণাগাৰৰ আধাৰশিলা স্থাপন কৰে। ‘আমাৰ লক্ষ্য কেৱল ভাৰতীয় সামগ্ৰীৰে বিশ্বৰ বজাৰ ওপচাই পেলোৱাই নহয়, আমি মানুহৰ হৃদয় জিকিব বিচাৰোঁ। আমি বিচাৰোঁ যে ভাৰতীয় সামগ্ৰীৰ বিশ্বব্যাপী উচ্চ চাহিদা আৰু গ্ৰহণযোগ্যতা হওক’, প্ৰধানমন্ত্ৰীয়ে কয়।এটা ক্ষেত্ৰত হৈ থকা গৱেষণাক আন এটা ক্ষেত্ৰতো ব্যৱহাৰ আৰু উদ্ভাৱনীয়তাক সংস্থাগত ৰূপ প্ৰদানৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
January 04th, 03:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষণা বা অনুসন্ধানক মানুহৰ আত্মাৰ দৰে এক আত্মিক পদক্ষেপ বুলি উল্লেখ কৰিছে। তেওঁ কয় যে চৰকাৰে এটা ক্ষেত্ৰত চলি থকা গৱেষণাক আন এটা ক্ষেত্ৰতো ব্যৱহাৰ কৰিবলৈ আৰু ন ন উদ্ভাৱনক সংস্থাগত ৰূপ প্ৰদান কৰিবৰ বাবে দুটা লক্ষ্যৰে কাম কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জী কনক্লেভ ২০২১ উদ্বোধন কৰি অভ্যাগতসকলক সম্বোধন কৰে। তেওঁ এই সংক্ৰান্তত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালীকো দেশৰ প্ৰতি উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভিৰণমেণ্টেল ষ্টেণ্ডাৰ্ড লেবৰেটৰীৰ আধাৰশিলাও মুকলি কৰে।নতুন দিল্লীত নেচনেল মেট্ৰ’ল’জী কনক্লেভৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 04th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
January 04th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভ, ২০২১ ত উদ্বোধনী ভাষণ আগবঢ়ালে। তেখেতে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰীৰ আধাৰশিলা স্থাপন কৰে। কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিচাৰ্ছ- নেশ্যনেল ফিজিকেল লেবৰটৰী (CSIR-NPL), নতুন দিল্লীৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ই কনক্লেভখনি অনুষ্ঠিত কৰিছে। এই কনক্লেভৰ বিষয়বস্তু হৈছে ‘ৰাষ্ট্ৰখনৰ সৰ্বব্যাপী বিকাশৰ অৰ্থে মেট্ৰ’ল’জি’। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টা ডঃ বিজয় ৰাঘৱন উপস্থিত থাকে।৪ জানুৱাৰীত নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়
January 02nd, 06:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ৪ জানুৱাৰীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নেশ্যনেল মেট্ৰ’ল’জি কনক্লেভত উদ্বোধনী ভাষণ আগবঢ়াব। তেখেতে তদুপৰি ‘নেশ্যনেল এট’মিক টাইমস্কেল’ আৰু ‘ভাৰতীয় নিৰ্দেশক দ্ৰব্য’ ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু ‘নেশ্যনেল এনভাৰমেন্টেল ষ্টেণ্ডাৰ্ডছ লেবৰটৰী’ৰ আধাৰশিলা স্থাপন কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনো উপস্থিত থাকিব।প্ৰধানমন্ত্ৰীয়ে ‘২১শতিকাত স্কুলীয়া শিক্ষা’ক লৈ আয়োজিত এক সমাৱৰ্তনত ভাষণ আগবঢ়াব
September 10th, 01:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্তেম্বৰ,২০২০ৰ পুৱা ১১ বজাত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া এক সমাৱৰ্তনত ভাষণ আগবঢ়াব। সমাৱৰ্তনৰ বিষয় হ’ল ‘২১শতিকাত স্কুলীয়া শিক্ষা’।National Education Policy shifts focus from ‘what to think’ to ‘how to think’: PM Modi
August 07th, 10:28 am
PM Modi addressed a Conclave on National Education Policy said that the NEP would serve as the foundation of the India of 21st century and give our youth the education and skillset they require. In the recent years, PM Modi remarked that there had not been major changes in education and thus the values of curiosity and imagination were not given the thrust. “We moved towards a herd community. The mapping of interest, ability, and demand was needed”, he added.PM Modi addresses Conclave on National Education Policy
August 07th, 10:27 am
PM Modi addressed a Conclave on National Education Policy said that the NEP would serve as the foundation of the India of 21st century and give our youth the education and skillset they require. In the recent years, PM Modi remarked that there had not been major changes in education and thus the values of curiosity and imagination were not given the thrust. “We moved towards a herd community. The mapping of interest, ability, and demand was needed”, he added.PM to deliver inaugural address at the ‘Conclave on Transformational Reforms in Higher Education under National Education Policy’ on 7th August 2020
August 06th, 01:37 pm
PM Narendra Modi will be delivering the inaugural address at the ‘Conclave on Transformational Reforms in Higher Education under National Education Policy’ via video conferencing.In a world seeking to break free from mindless hate & violence, the Indian way of life offers rays of hope: PM
January 16th, 05:02 pm
Speaking at a conference at IIM-Kozhikode via video conferencing, PM Modi said, Indian thought is vibrant and perse. It is constant and evolving. He remarked that despite so many customs and traditions, languages, faiths and lifestyles, for centuries India has lived in peace.