CAG should be a catalyst of good governance: PM Modi
November 21st, 04:31 pm
Addressing the Conclave of Accountants General and Deputy Accountants General, PM Modi said, India must take the best global practices in sync with technology and instill that into its auditing system, while also working on India-specific tools.দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ ব্যৱস্থাপনাত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্রী
November 21st, 04:30 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মহা গাণনিক আৰু উপ-মহা গাণনিকসকলৰ সমাৰোহত বক্তব্য আগবঢ়ায়৷ এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে দেশত নির্দিষ্ট সময়ত নির্ধাৰিত কাম কৰাৰ যি সংস্কৃতি গঢ় লৈ উঠিছে, সেই ক্ষেত্ৰত কেগে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷একাউণ্টছ জেনেৰেলসকলৰ সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
November 20th, 05:09 pm
কাইলৈ অৰ্থাৎ ২১ নৱেম্বৰ, ২০১৯ তাৰিখে ইয়াত অনুষ্ঠিত হ’বলগীয়া গাণনিক প্ৰধান আৰু উপ-গাণনিক প্ৰধানসকলৰ সন্মিলনত উপস্থিত থাকি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনতে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ভাৰতীয় মহাগাণনিকৰ কাৰ্যালয় আৰু গাণনিক পঞ্জীয়কৰ কাৰ্যালয়সমূহৰ পৰা অহা গাণনিক প্ৰধান আৰু উপ-গাণনিক প্ৰধানসকলক সম্বোধন কৰি ভাষণ প্ৰদান কৰাৰ পূৰ্বে মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব।