গুজৰাটৰ দ্বাৰকাত ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 25th, 01:01 pm
মঞ্চত উপস্থিত আছে গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সতীৰ্থ তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰী চিআৰ পাটিল, আন-আন সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু গুজৰাটৰ মোৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে বহু প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
February 25th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বহু কেইটা প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকাক সংযোগ কৰা সুদৰ্শন সেতু, ভাদিনাৰ আৰু ৰাজকোট-ওখা, ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে'ল বৈদ্যুতিকৰণ প্ৰকল্পৰ পাইপলাইন প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা, জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু জামনগৰৰ চিক্কা তাপ বিদ্যুৎ কেন্দ্ৰত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলাও স্থাপন কৰে।জি-২০ সন্মিলনৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
September 22nd, 11:22 pm
আপোনালোকৰ কিছুমানে হয়তো মুঠেই স্বীকাৰ নকৰে যে আপোনাৰ ভাগৰ লাগিছিল। ঠিক আছে, আপোনাৰ বেছি সময় লোৱাৰ মোৰ কোনো অভিপ্ৰায় নাই। কিন্তু ইমান ডাঙৰ সফলতা প্ৰাপ্তি হৈছে, দেশৰ নাম উজ্বল হৈছে, আৰু সকলো ফালৰ পৰা প্ৰশংসা লাভ কৰা হৈছে। আপোনালোক সকলো ইয়াৰ আঁৰৰ লোকসকল, যিসকলে দিন-ৰাতি একাকাৰ কৰিছে, আৰু ইয়াৰ ফলস্বৰূপে, এই সফলতা অৰ্জন কৰা হৈছে। এজন খেলুৱৈয়ে যেতিয়া অলিম্পিকৰ মঞ্চলৈ গৈ পদক জিকে, আৰু দেশৰ নাম উজলাই তোলে, তেতিয়া তাৰ প্ৰশংসা দীৰ্ঘদিন ধৰি অব্যাহত থাকে। একেদৰে, আপোনালোক সকলোৱে একেলগে দেশৰ নাম উজ্বল কৰিছে।ভাৰত মণ্ডপমত জি-২০ সন্মিলনৰ ভূমি পৰ্যায়ৰ কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
September 22nd, 06:31 pm
এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ সফল সংগঠনৰ বাবে যি প্ৰশংসাৰ বৰষুণ হৈছে, তাৰ ওপৰত আলোকপাত কৰি এই সফলতাৰ বাবে ভূমি পৰ্যায়ৰ কৰ্মীসকলক কৃতিত্ব প্ৰদান কৰে।৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 29th, 08:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰ, ২০২২লৈ গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব৷বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।Freebies will prevent the country from becoming self-reliant, increase burden on honest taxpayers: PM
August 10th, 04:42 pm
On the occasion of World Biofuel Day, PM Modi dedicated the 2G Ethanol Plant in Panipat, Haryana to the nation. The PM pointed out that due to the mixing of ethanol in petrol, in the last 7-8 years, about 50 thousand crore rupees of the country have been saved from going abroad and about the same amount has gone to the farmers of our country because of ethanol blending.PM dedicates 2G Ethanol Plant in Panipat
August 10th, 04:40 pm
On the occasion of World Biofuel Day, PM Modi dedicated the 2G Ethanol Plant in Panipat, Haryana to the nation. The PM pointed out that due to the mixing of ethanol in petrol, in the last 7-8 years, about 50 thousand crore rupees of the country have been saved from going abroad and about the same amount has gone to the farmers of our country because of ethanol blending.PM feels proud of Indian Men's Hockey Team for winning Silver Medal
August 08th, 08:26 pm
The Prime Minister, Shri Narendra Modi congratulated Indian Men's Hockey Team for winning Silver Medal at Birmingham CWG 2022.PM congratulates Sharath Kamal for winning Gold Medal in Men's Singles Table Tennis
August 08th, 08:16 pm
The Prime Minister, Shri Narendra Modi has congratulated Sharath Kamal for winning Gold Medal in Men's Singles Table Tennis at Birmingham CWG 2022.PM congratulates Satwik Sairaj Rankireddy and Chirag Shetty for clinching Gold Medal in Men's Doubles Badminton
August 08th, 08:14 pm
The Prime Minister, Shri Narendra Modi has congratulated Satwik Sairaj Rankireddy and Chirag Shetty for winning Gold Medal in Men's Doubles Badminton at Birmingham CWG 2022.PM admires the tenacity and dedication of Table Tennis player, Sathiyan Gnanasekaran for winning the Bronze Medal
August 08th, 08:11 pm
The Prime Minister, Shri Narendra Modi has admired the tenacity and dedication of Table Tennis player, Sathiyan Gnanasekaran for winning the Bronze Medal in Men's Singles Table Tennis at Birmingham CWG 2022.PM congratulates Lakshya Sen for winning Gold medal in Badminton at CWG 2022
August 08th, 06:56 pm
The Prime Minister, Shri Narendra Modi has congratulated Lakshya Sen for winning the Gold medal in Badminton at CWG 2022, Birmingham.প্রধানমন্ত্রীয়ে টেবোল টেনিছৰ মিক্সড ডাবলছ প্ৰতিদ্বন্দ্বিতাত সোণৰ পদক জয় কৰাত শৰথ কমল আৰু শ্ৰীজা অকুলাৰ ধৈৰ্য তথা দৃঢ়তাৰ প্ৰশংসা কৰে
August 08th, 08:30 am
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত আয়োজিত কমনৱেলথ গেমছ ২০২২ত টেবোল টেনিছৰ মিক্সড ডাবলছ প্ৰতিদ্বন্দ্বিতাত সোণৰ পদক জয় কৰাত শৰথ কমল আৰু শ্ৰীজা অকুলাৰ প্ৰশংসা কৰিছে।২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 08th, 08:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ বাৰ্মিংহাম কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে শ্ৰীকান্ত কিদাম্বি শ্ৰীকান্তৰ চতুৰ্থটো কমনৱেল্থ পদকৰ বাবে আনন্দ প্ৰকাশ কৰে।কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক জয় কৰাৰ বাবে মহিলা ক্ৰিকেট দলৰ সদস্যসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
August 08th, 08:20 am
বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে গৌৰৱান্বিত প্ৰধানমন্ত্ৰী মোডী
August 08th, 08:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দক অভিনন্দন জ্ঞাপন কৰে।‘চিডব্লিউজি’-ত বক্সিং-ত ৰূপৰ পদক জয়ৰ বাবে সাগৰ আহলাৱাটক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 08th, 08:00 am
বাৰ্মিংহামত অনুষ্ঠিত ‘চিডব্লিউজি ২০২২’-ত পুৰুষৰ ৯২+ কিলোগ্ৰাম শাখাৰ বক্সিং-ত ৰূপৰ পদক জয় কৰাৰ বাবে সাগৰ আহলাৱাটক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।স্কোয়াচ মিক্সড ডাবলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সৌৰভ ঘোষাল আৰু দীপিকা পল্লীকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 07th, 11:27 pm
বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ৰ স্কোয়াচ মিক্সড ডাবলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সৌৰভ ঘোষাল আৰু দীপিকা পল্লীকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।