কমনৱেলথ লিগেল এডুকেশ্যন এছচিয়েশ্যন - কমনৱেলথ এটৰ্নী এণ্ড ছলিচিটৰ জেনেৰেলছ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 03rd, 11:00 am
বিশিষ্ট আইনী বিজ্ঞসকল, বিশ্বৰ বিভিন্ন দেশৰ অতিথিসকল, আৰু সন্মানীয় দৰ্শক সদস্যসকল। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে চিএলইএ- কমনৱেলথ এটৰ্নী আৰু ছলিচিটৰ জেনেৰেল সন্মিলন ২০২৪ উদ্বোধন কৰে
February 03rd, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কমনৱেলথ লিগেল এডুকেশ্বন এছ'চিয়েচন (চিএলইএ)-কমনৱেলথ এটৰ্নী এণ্ড ছলিচিটৰ জেনেৰেল কনফাৰেন্স (চিএএছজিচি) ২০২৪ উদ্বোধন কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে ন্যায় প্ৰদানত আন্তঃসীমান্ত প্ৰত্যাহ্বান। এই সন্মিলনত অইন বিষয়ৰ লগতে আইন আৰু ন্যায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় যেনে ন্যায়িক পৰিৱৰ্তন আৰু আইনী অনুশীলনৰ নৈতিক দিশ, কাৰ্যবাহী দায়বদ্ধতা; আৰু আধুনিক যুগৰ আইনী শিক্ষাৰ পুনৰ বিবেচনা কৰা, আদিৰ ওপৰত আলোচনা কৰা হব।৩ ফেব্ৰুৱাৰীত চিএলইএ-কমনৱেল্থ এটৰ্ণী আৰু ছলিচিটৰ জেনেৰেলসকলৰ সন্মিলন-২০২৪ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
February 02nd, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ফেব্ৰুৱাৰী, ২০২৪ৰ পুৱা প্ৰায় ১০ বজাত বিজ্ঞান ভৱনত কমনৱেলথ লিগেল এডুকেচন এছ'চিয়েচন (চিএলইএ)-কমনৱেলথ এটৰ্নী আৰু ছলিচিটৰ জেনেৰেল সন্মিলন (চিএএছজিচি) ২০২৪ উদ্বোধন কৰিব।এই উপলক্ষে সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে৷