জামাইকাৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

October 01st, 12:00 pm

প্ৰধানমন্ত্ৰী হোলনেছ আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই মই আনন্দিত হৈছো। এয়া প্ৰধানমন্ত্ৰী হোলনেছৰ ভাৰত ভ্ৰমণৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। সেইবাবেই আমি এই ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছো৷প্ৰধানমন্ত্ৰী হোলনেছ ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধু। তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছো। আৰু প্ৰতিবাৰেই ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে তেওঁৰ চিন্তাত তেওঁৰ দায়বদ্ধতা অনুভৱ কৰিছো। মই নিশ্চিত যে তেওঁৰ এই ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্কলৈ নতুন শক্তি কঢ়িয়াই নিয়াৰ লগতে সমগ্ৰ কেৰিবিয়ান অঞ্চলৰ সৈতে আমাৰ সংযোগ বৃদ্ধি কৰিব।

PM Modi addresses the Nari Shakti Vandan Abhinandan Karyakram in Ahmedabad

September 26th, 07:53 pm

Addressing the Nari Shakti Vandan Abhinandan Karyakram in Ahmedabad, Prime Minister Narendra Modi hailed the passage of the Nari Shakti Vandan Adhiniyam, seeking to reserve 33% of seats in Lok Sabha and state Assemblies for women. Speaking to the women in the event, PM Modi said, “Your brother has done one more thing in Delhi to increase the trust with which you had sent me to Delhi. Nari Shakti Vandan Adhiniyam, i.e. guarantee of increasing representation of women from Assembly to Lok Sabha.”

'Sabka Saath-Sabka Vikaas, Sabka Vishwaas-Sabka Prayaas' is the vision for our domestic as well as global governance: PM

May 23rd, 08:54 pm

PM Modi attended mega community programme in Sydney, Australia. Australian PM Albenese also joined in for the event. He said, The basis of historic ties between India and Australia is mutual trust and mutual respect.

অষ্ট্ৰেলিয়াৰ ছিডনীত ভাৰতীয় সমাজৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

May 23rd, 01:30 pm

প্ৰধানমন্ত্ৰীৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্টনি আলবেনিজে ২০২৩ৰ ২৩ মে’ত ছিডনীৰ কুড’ছ বেংক এৰিনাত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।

জয়পুৰত খেল মহাকুম্ভত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 05th, 05:13 pm

সৰ্বপ্ৰথমে জয়পুৰ মহাখেলত মেডেল জয় কৰা, এই প্ৰতিযোগিতাত ভাগ লোৱা প্ৰত্যেক খেলুৱৈ, প্ৰশিক্ষক আৰু তেওঁলোকৰ পৰিয়ালক বহুত-বহুত অভিনন্দন। আপোনালোক সকলোৱে জয়পুৰৰ খেলপথাৰত কেৱল খেলিবলৈ নমা নাই। আপোনালোকে জিকিবলৈও নামিল, আৰু শিকিবলৈও নামিল। আৰু য'ত শিকা হয়, তাত জয় নিজেনিজেই সুনিশ্চিত হৈ যায়। খেলপথাৰৰ পৰা কেতিয়াও কোনো খেলুৱৈ শুদা হাতে ঘূৰি নাযায়।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ প্ৰধানমন্ত্ৰীৰ

February 05th, 12:38 pm

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জয়পুৰ মহাখেলত ভাষণ আগবঢ়ায়। এই উপলক্ষে তেওঁ কাবাদী মেচো প্ৰত্যক্ষ কৰে৷ জয়পুৰ গ্ৰাম্যৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোৰে ২০১৭ চনৰ পৰা জয়পুৰ মহাখেলৰ আয়োজন কৰি আহিছে।

২০২২ চনটো অতি প্ৰেৰণাদায়ক, আশ্চৰ্যকৰ: মন কি বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

December 25th, 11:00 am

বন্ধুসকল, এই সকলোবোৰৰ সৈতে, ২০২২ বৰ্ষটো আন এটা কাৰণৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। সেয়া হৈছে 'এক ভাৰত-শ্ৰেষ্ঠ ভাৰত'ৰ আত্মাৰ সম্প্ৰসাৰণ। দেশৰ জনসাধাৰণে একতা আৰু সম্প্ৰীতি উদযাপনৰ বাবে বহুতো আশ্চৰ্যকৰ অনুষ্ঠানৰ আয়োজন কৰিছে। গুজৰাটৰ মাধৱপুৰ মেলাই হওক, য'ত ৰুক্মিণীৰ বিবাহ আৰু উত্তৰ-পূবৰ সৈতে ভগৱান কৃষ্ণৰ সম্পৰ্ক উদযাপন কৰা হৈছে, বা কাশী-তামিল সংগমেই হওক, এই উৎসৱবোৰত সম্প্ৰীতিৰ বিভিন্ন ৰং দেখা গৈছে। ২০২২ চনত দেশবাসীয়ে অমৰ ইতিহাসৰ আন এটা অধ্যায় ৰচনা কৰিছে। আগষ্ট মাহত আয়োজিত 'হৰ ঘৰ তিৰংগা' অভিযানৰ কথা কোনে পাহৰিব পাৰে! সেই মুহূৰ্তবোৰে প্ৰতিজন দেশবাসীৰ হৃদয় আলোড়িত কৰি তুলিছিল। স্বাধীনতাৰ ৭৫ বছৰীয়া এই অভিযানত সমগ্ৰ দেশে ত্ৰিৰংগা ৰঙেৰে নিজকে বোলাই লৈছিল। ৬ কোটিতকৈও অধিক লোকে ত্ৰিৰংগাৰ সৈতে চেলফি প্ৰেৰণ কৰিছিল। এই আজাদী কা অমৃত মহোৎসৱ অহা বছৰো একেধৰণে অব্যাহত থাকিব - ই অমৃত কালৰ ভেটি অধিক শক্তিশালী কৰিব।

প্রধানমন্ত্রীয়ে টেবোল টেনিছৰ মিক্সড ডাবলছ প্ৰতিদ্বন্দ্বিতাত সোণৰ পদক জয় কৰাত শৰথ কমল আৰু শ্ৰীজা অকুলাৰ ধৈৰ্য তথা দৃঢ়তাৰ প্ৰশংসা কৰে

August 08th, 08:30 am

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত আয়োজিত কমনৱেলথ গেমছ ২০২২ত টেবোল টেনিছৰ মিক্সড ডাবলছ প্ৰতিদ্বন্দ্বিতাত সোণৰ পদক জয় কৰাত শৰথ কমল আৰু শ্ৰীজা অকুলাৰ প্ৰশংসা কৰিছে।

২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 08th, 08:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ বাৰ্মিংহাম কমনৱেল্থ গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শ্ৰীকান্ত কিদাম্বিক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে লগতে শ্ৰীকান্ত কিদাম্বি শ্ৰীকান্তৰ চতুৰ্থটো কমনৱেল্থ পদকৰ বাবে আনন্দ প্ৰকাশ কৰে।

কমনৱেলথ গেমছ ২০২২ত ৰূপৰ পদক জয় কৰাৰ বাবে মহিলা ক্ৰিকেট দলৰ সদস্যসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

August 08th, 08:20 am

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে গৌৰৱান্বিত প্ৰধানমন্ত্ৰী মোডী

August 08th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দক অভিনন্দন জ্ঞাপন কৰে।

‘চিডব্লিউজি’-ত বক্সিং-ত ৰূপৰ পদক জয়ৰ বাবে সাগৰ আহলাৱাটক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

August 08th, 08:00 am

বাৰ্মিংহামত অনুষ্ঠিত ‘চিডব্লিউজি ২০২২’-ত পুৰুষৰ ৯২+ কিলোগ্ৰাম শাখাৰ বক্সিং-ত ৰূপৰ পদক জয় কৰাৰ বাবে সাগৰ আহলাৱাটক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

স্কোয়াচ মিক্সড ডাবলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সৌৰভ ঘোষাল আৰু দীপিকা পল্লীকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 07th, 11:27 pm

বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ৰ স্কোয়াচ মিক্সড ডাবলছ ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সৌৰভ ঘোষাল আৰু দীপিকা পল্লীকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

পুৰুষৰ ডাবলছ টেবুল টেনিছত ৰূপৰ পদক জয়ৰ বাবে শৰথ কমল আৰু সাথিয়ান জ্ঞানচেকৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 07th, 10:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ বাৰ্মিংহাম কমনৱেল্থ গেমছৰ পুৰুষৰ ডাবলছ টেবুল টেনিছত ৰূপৰ পদক জয়ৰ বাবে শৰথ কমল আৰু সাথিয়ান জ্ঞানছেকৰণক অভিনন্দন জ্ঞাপন কৰে।

চিডব্লিউজি, ২০২২ ত মহিলাৰ ৫০ কিগ্ৰা বক্সিঙত সোণৰ পদক অৰ্জন কৰা নিখাত জাৰিনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 07th, 08:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ, ২০২২ ত মহিলাৰ ৫০ কিগ্ৰা বক্সিঙত সোণৰ পদক অৰ্জন কৰা নিখাত জাৰিনক অভিনন্দন জ্ঞাপন কৰিছে।

২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত মহিলাৰ জেভেলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অন্নু ৰাণীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 07th, 06:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত মহিলাৰ জেভেলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অন্নু ৰাণীক অভিনন্দন জনাইছে৷

প্রধানমন্ত্রীয়ে কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ১০,০০০ মিটাৰৰ ৰেচ ৱাকত ব্ৰঞ্জৰ পদক জয় কৰাত সন্দীপ কুমাৰক অভিনন্দন জনায়

August 07th, 06:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ, ২০২২ত পুৰুষৰ ১০,০০০ মিটাৰৰ ৰেচ ৱাকত ব্ৰঞ্জৰ পদক জয় কৰাত সন্দীপ কুমাৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে ট্ৰিপল জাম্প ইভেণ্টত ৰূপৰ পদক জয় কৰাৰ বাবে আব্দুল্লা আবুবেকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে

August 07th, 06:36 pm

বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত এথলেটিকছ পুৰুষৰ ট্ৰিপল জাম্প ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আব্দুল্লা আবুবাকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এথলেটিকছৰ পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে এলধোচ পলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 07th, 06:34 pm

বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে এলধোচ পলক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

কমনৱেলথ গেমছ ২০২২ত ৫১ কিলোগ্ৰাম পুৰুষৰ বক্সিংত স্বৰ্ণ পদক জয় কৰাৰ বাবে অমিত পাংঘালক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

August 07th, 06:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২২ত ৫১ কিলোগ্ৰাম পুৰুষৰ বক্সিংত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অমিত পাংঘালক অভিনন্দন জ্ঞাপন কৰে।