Today, the youth of my village are social media heroes: PM Modi in Lohardaga
May 04th, 11:00 am
Prime Minister Narendra Modi addressed massive gathering Lohardaga, Jharkhand, where he highlighted the achievements of his government and warned against the dangers posed by the Congress and its allies. Speaking to the enthusiastic crowd, PM Modi emphasized the significance of each vote and the transformative impact it can have on the nation.PM Modi addresses public meetings in Palamu & Lohardaga, Jharkhand
May 04th, 10:45 am
Prime Minister Narendra Modi addressed massive gatherings in Palamu and Lohardaga, Jharkhand, where he highlighted the achievements of his government and warned against the dangers posed by the Congress and its allies. Speaking to the enthusiastic crowd, PM Modi emphasized the significance of each vote and the transformative impact it can have on the nation.মধ্যপ্ৰদেশৰ ৰোজগাৰ মেলাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 21st, 12:15 pm
আজি আপোনালোক সকলোৱে এই ঐতিহাসিক সময়ত শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বৰ সৈতে নিজকে জড়িত কৰিছে৷ এই বছৰ, মই লালকিল্লাৰ প্ৰাচীৰৰ পৰা সবিশেষ কৈছো যে কিদৰে ৰাষ্ট্ৰীয় চৰিত্ৰই দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এয়া ভাৰতৰ ভৱিষ্যত প্ৰজন্মক নতুন গঢ় দিয়াৰ, তেওঁলোকক আধুনিকতাৰে সজাই তোলাৰ আৰু তেওঁলোকক নতুন দিশ দিয়াৰ দায়িত্ব৷ মই ৫,৫০০তকৈ অধিক শিক্ষকক শুভেচ্ছা জনাইছো, যিসকলে মধ্যপ্ৰদেশৰ প্ৰাথমিক বিদ্যালয়ত নিযু্ক্তি লাভ কৰিছে৷ মোক জনোৱা মতে বিগত তিনি বছৰত মধ্যপ্ৰদেশত ৫০,০০০তকৈ অধিক শিক্ষক নিযুক্তি দিয়া হৈছে৷ মই ইয়াৰ বাবে ৰাজ্য চৰকাৰকো অভিনন্দন জনাইছো৷মধ্যপ্ৰদেশ ৰোজগাৰ মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ
August 21st, 11:50 am
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ লিংকৰ জৰিয়তে মধ্যপ্ৰদেশত আয়োজন কৰা বৃহৎ ৰোজগাৰ মেলা সম্বোধন কৰে।'প্ৰযুক্তি ব্যৱহাৰ কৰি জীৱন যাপনৰ সহজতা' শীৰ্ষক পোষ্ট বাজেট ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া ৰূপান্তৰ
February 28th, 10:05 am
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত আজিৰ বাজেট ৱেবিনাৰৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ। একবিংশ শতিকাৰ পৰিৱৰ্তনশীল ভাৰতে ইয়াৰ নাগৰিকসকলক প্ৰযুক্তিৰ শক্তিৰে নিৰন্তৰ শক্তিশালী কৰি আহিছে। বিগত বছৰবোৰত আমাৰ চৰকাৰৰ প্ৰতিটো বাজেটত প্ৰযুক্তিৰ সহায়ত দেশবাসীৰ জীৱনধাৰণৰ সহজতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বাজেটতো, প্ৰযুক্তিবিদ্যা কিন্তু একে সময়তে, মানৱ স্পৰ্শও আমাৰ প্ৰচেষ্টা হিচাপে বিবেচিত হৈছে।'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 28th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সহজতৰ জীৱন যাপন' বিষয়ত বাজেট পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে দিহা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন বাজেট-পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ ভিতৰত এইখন পঞ্চম।কেৰেলাৰ জনসাধাৰণে এতিয়া বিজেপিক এক নতুন আশা হিচাপে দেখিছে: পি এম মোদী
September 01st, 04:31 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে
September 01st, 04:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”উত্তৰপ্রদেশৰ জালাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণ
July 16th, 04:17 pm
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বেদব্যাসৰ জন্মভূমি তথা মহাৰাণী লক্ষ্মীবাঈৰ অঞ্চললৈ আকৌ মোৰ অহাৰ সৌভাগ্য হ'ল। মই ইয়াৰ বাবে অত্যন্ত আনন্দিত! নমস্কাৰ।প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ পৰিদৰ্শন কৰে আৰু বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে
July 16th, 10:25 am
উত্তৰ প্ৰদেশৰ জালাউনৰ অ’ৰাই তহচিলৰ কৈথেৰী গাঁৱত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যিক মন্ত্ৰী আৰু জনপ্ৰতিনিধিও আছিল।Eight years of BJP dedicated to welfare of poor, social security: PM Modi
May 21st, 02:29 pm
Prime Minister Narendra Modi today addressed the BJP National Office Bearers in Jaipur through video conferencing. PM Modi started his address by recognising the contribution of all members of the BJP, from Founders to Pathfinders and to the Karyakartas in strengthening the party.প্রধানমন্ত্রী মোদীয়ে জয়পুৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাক সম্বোধন কৰে
May 20th, 10:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাক সম্বোধন কৰে। প্ৰতিষ্ঠাপকৰ পৰা পথ সন্ধানী আৰু দলক শক্তিশালী কৰা কাৰ্যকৰ্তাসকললৈকে, বিজেপিৰ সকলো সদস্যৰ অৱদানক স্বীকৃতি দি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে।‘বিকাশ আৰু আকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয়কৰণ’ সন্দৰ্ভত অনুষ্ঠিত বাজেট-উত্তৰ ৱে’বিনাৰ সম্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 08th, 02:23 pm
সৰ্বপ্ৰথমে ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ উপলক্ষে আপোনালোক সকলোকে শুভকামনা জনাইছো। আৰু, আজি আমি যেতিয়া বাজেট সন্দৰ্ভত আলোচনা কৰাৰ বাবে সমবেত হৈছোহি সেই মুহূৰ্তত ভাৰতৰ দৰে এখন বিশাল দেশৰ বিত্তমন্ত্ৰীগৰাকীও এগৰাকী মহিলা হোৱাটো আমাৰ বাবে নিতান্তই গৌৰৱৰ কথা। এইগৰাকী বিত্তমন্ত্ৰীয়ে দেশক এখন খুৱেই প্ৰগতিশীল বাজেট প্ৰদান কৰিছে।'বিকাশ আৰু উচ্চাকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয় যোগান' শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰত বক্তব্য ৰাখে প্ৰধানমন্ত্ৰীয়ে
March 08th, 11:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'বিকাশ আৰু উচ্চাকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয় যোগান' শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰত বক্তব্য ৰাখ। এয়া প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰা দশমখন বাজেট-পৰৱৰ্তী ৱেবিনাৰ।বিভিন্ন জিলাৰ দণ্ডাধীশসকলৰ সৈতে হোৱা কথোপকথনৰ পিচত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সমৰণি মন্তব্যৰ পাঠ
January 22nd, 12:01 pm
জিলা শাসকসকলে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনায় যে তেওঁলোকৰ প্রয়াসৰ ফলত একাধিক ক্ষেত্রত এই জিলাসমূহে উন্নয়নৰ সূচকত অগ্রগতি কৰিছে। প্রধানমন্ত্রীয়ে জিলা শাসকসকলৰ ফালৰ পৰা সাফল্যৰ অন্তৰালত নিহিত বিভিন্ন পদক্ষেপ সম্পর্কে পোনপটীয়াকৈ মতামত জানিব বিচাৰে। জিলা শাসকসকলে বিভিন্ন কর্মসূচীৰ ৰূপায়ণত যি ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, সেই সম্পর্কেও প্রধানমন্ত্রীয়ে খবৰ লয়। প্রধানমন্ত্রীয়ে এইটোও জানিব বিচাৰে যে, ইতিপূৰ্বে যিবোৰ প্রকল্পৰ কামত তেওঁলোকে তত্ত্বাবধান কৰিছে, তাৰ পৰা এতিয়া উন্নয়নত আগ্রহী জিলাত ৰূপায়িত কর্মসূচীবিলাকৰ পার্থক্য কিমান। জিলা শাসকসকলে কয়, জন-ভাগীদাৰী বা সকলোৰে অংশগ্রহণ বিভিন্ন প্রকল্পৰ সাফল্যত গুৰুত্বপূর্ণ হাথিয়াৰ হৈ উঠিছে। জিলা শাসকসকলে জনায়, কেনেকৈ তেওঁলোকে সাধাৰণ মানুহক বিভিন্ন প্রকল্প ৰূপায়ণত সক্রিয় অংশগ্রহণৰ বাবে উদ্বুদ্ধ কৰিছে আৰু কেনেকৈ তেওঁলোকে সাধাৰণ মানুহৰ মনত এই ধাৰণা গঢ়ি তুলিছে যে তেওঁলোকে কেৱল কামেই কৰা নাই, বৰং দেশৰ সেৱা কৰিছে। এই সকলো বিষয়ত নিজৰ অভিজ্ঞতা ভাগ কৰি লোৱাৰ সমান্তৰালকৈ জিলা শাসকসকলে আন্তঃদপ্তৰ সমন্বয় বঢ়োৱাৰ আৰু তথ্য-নির্ভৰ প্রশাসন ব্যৱস্থাৰ সুবিধা সম্পর্কেও মতামত দাঙি ধৰে।বিভিন্ন জিলাত গুৰুত্বপূর্ণ চৰকাৰী কর্মসূচীৰ ৰূপায়ণ সন্দৰ্ভত জিলা শাসকসকলৰ সৈতে প্রধানমন্ত্রীৰ মতবিনিময়
January 22nd, 11:59 am
জিলা শাসকসকলে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি জনায় যে তেওঁলোকৰ প্রয়াসৰ ফলত একাধিক ক্ষেত্রত এই জিলাসমূহে উন্নয়নৰ সূচকত অগ্রগতি কৰিছে। প্রধানমন্ত্রীয়ে জিলা শাসকসকলৰ ফালৰ পৰা সাফল্যৰ অন্তৰালত নিহিত বিভিন্ন পদক্ষেপ সম্পর্কে পোনপটীয়াকৈ মতামত জানিব বিচাৰে। জিলা শাসকসকলে বিভিন্ন কর্মসূচীৰ ৰূপায়ণত যি ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে, সেই সম্পর্কেও প্রধানমন্ত্রীয়ে খবৰ লয়। প্রধানমন্ত্রীয়ে এইটোও জানিব বিচাৰে যে, ইতিপূৰ্বে যিবোৰ প্রকল্পৰ কামত তেওঁলোকে তত্ত্বাবধান কৰিছে, তাৰ পৰা এতিয়া উন্নয়নত আগ্রহী জিলাত ৰূপায়িত কর্মসূচীবিলাকৰ পার্থক্য কিমান। জিলা শাসকসকলে কয়, জন-ভাগীদাৰী বা সকলোৰে অংশগ্রহণ বিভিন্ন প্রকল্পৰ সাফল্যত গুৰুত্বপূর্ণ হাথিয়াৰ হৈ উঠিছে। জিলা শাসকসকলে জনায়, কেনেকৈ তেওঁলোকে সাধাৰণ মানুহক বিভিন্ন প্রকল্প ৰূপায়ণত সক্রিয় অংশগ্রহণৰ বাবে উদ্বুদ্ধ কৰিছে আৰু কেনেকৈ তেওঁলোকে সাধাৰণ মানুহৰ মনত এই ধাৰণা গঢ়ি তুলিছে যে তেওঁলোকে কেৱল কামেই কৰা নাই, বৰং দেশৰ সেৱা কৰিছে। এই সকলো বিষয়ত নিজৰ অভিজ্ঞতা ভাগ কৰি লোৱাৰ সমান্তৰালকৈ জিলা শাসকসকলে আন্তঃদপ্তৰ সমন্বয় বঢ়োৱাৰ আৰু তথ্য-নির্ভৰ প্রশাসন ব্যৱস্থাৰ সুবিধা সম্পর্কেও মতামত দাঙি ধৰে।ডিজিটেল ইণ্ডিয়া অভিযানৰ ৬ষ্ঠ বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 01st, 11:01 am
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ৰৱিশংকৰ প্ৰসাদ জী, শ্ৰী সঞ্জয় ধোত্ৰে জী, ডিজিটেল ইণ্ডিয়াৰ ভিন-ভিন initiativeৰ সৈতে জড়িত সকলো মোৰ বন্ধু, ভাই আৰু ভনীসকল! Digital India অভিযানৰ ৬টা বছৰ সম্পূৰ্ণ হোৱাত আপোনালোক সকলোকে বহুত-বহুত শুভকামনা!‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 01st, 11:00 am
আজি ‘ডিজিটেল ইণ্ডিয়া’ ৰ শুভাৰম্ভৰ ছয় বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু আইটি দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শমৰাও ধোত্রেও উপস্থিত থাকে।বিহাৰত আন্তঃগাঁথনিমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 21st, 12:13 pm
বিহাৰৰ গৱৰ্ণৰ শ্ৰী ফাগু চৌহান মহোদয়, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰীমান নীতিশ কুমাৰ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰী ৰবিশংকৰ প্ৰসাদ মহোদয়, শ্ৰী বি কে সিং মহোদয়, শ্ৰী আৰ কে সিং মহোদয়, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মহোদয়, অন্যান্য মন্ত্ৰীগণ, সাংসদ আৰু বিধায়কসকল আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷বিহাৰত ১৪০০০ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 21st, 12:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেস্নিং যোগে বিহাৰত ১৪০০০ কোটি টকা মূল্যৰ নটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাজ্যখনত অপ্টিকেল ফাইবাৰ ইণ্টাৰনেট সেৱাৰ প্ৰকল্প মুকলি কৰে৷