কৰ্তব্যৰত অৱস্থাত শ্বহীদ হোৱা আৰক্ষীৰ জোৱানৰ প্ৰতি আৰক্ষী স্মৃতি দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল

October 21st, 12:02 pm

আৰক্ষী স্মৃতি দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা আৰক্ষীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ''আৰক্ষী স্মৃতি দিৱসৰ তাৎপৰ্য হৈছে সমগ্ৰ ভাৰতত থকা আৰক্ষীৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ।

ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী পূৰ্তি উপলক্ষে ১০০টকীয়া মুদ্ৰা মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পা

October 12th, 11:01 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগীসকল, বেলেগ বেলেগ ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীসকল, দেশ-বিদেশেৰে জড়িত ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জীৰ প্ৰশংসক তথা পৰিয়ালৰ সদস্য, তেওঁৰ স্নেহভাজন আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰ

October 12th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজমাতালৈ তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান-আছাৰা মুবাৰকত অংশ ল’লে প্ৰধানমন্ত্ৰীয়ে; সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়ালে ভাষণ

September 14th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিচাৰণ অনুষ্ঠান- আছাৰা মুবাৰক উপলক্ষে সমবেত ডাউদী বোহৰা সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়।

শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিৰক্ষা অনুষ্ঠান—আশাৰা মুবাৰকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী

September 13th, 02:08 pm

ডাউদী বহৰা সমূদায়ৰ উদ্যোগত ইন্দোৰত অহা ১৪ ছেপ্তেম্বৰত আয়োজিত শ্বহীদ ইমাম হুছেইন(এছএ)ৰ স্মৃতিৰক্ষা অনুষ্ঠান—আশাৰা মুবাৰকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী৷

PM recalls the valour of police personnel on Police Commemoration Day

October 21st, 06:20 pm

The Prime Minister, Shri Narendra Modi, on Police Commemoration Day, has proudly recalled the valour of our courageous police personnel who have sacrificed their lives in the line of duty.

Constitution of two committees for the commemoration of birth centenary of Pandit Deendayal Upadhyay

September 23rd, 08:34 pm

Narendra Modi has approved the constitution of two committees for the commemoration of the birth centenary of Pandit Deendayal Upadhyay. The Prime Minister will chair a 149 member National Committee, and the Home Minister, Rajnath Singh, will chair a 23 member Executive Committee.