প্ৰতিষেধক প্ৰদানে ১০০কোটি পালিৰ ঘৰ অতিক্ৰম কৰাৰ পিচত চিকিত্সক আৰু নাৰ্ছসকলক কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 21st, 11:59 am
১০০কোটি পালি প্ৰতিষেধক প্ৰদান কৰাত অৰিহণা আগবঢ়োৱা দেশৰ চিকিত্সক, নাৰ্ছ তথা অন্যান্য বিষয়া-কৰ্মচাৰী আৰু সেৱাকৰ্মীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ চৌহদত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফোচিছ ফাউণ্ডেচন বিশ্ৰাম সদনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 21st, 10:31 am
উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰজী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্য জী, কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডাঃ ভাৰতী পাৱাৰ জী, হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অনিল বীজ জী, ইনফোছিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষা শ্ৰীমতী সুধা মূৰ্তি জী, সংসদত মোৰ সতীৰ্থগণ, উপস্থিত সকলো বিষয়া আমোলা, অভ্যাগত তথা মোৰ আদৰৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ঝাজ্জৰ চৌহদত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফোচিছ ফাউণ্ডেচন ৰেষ্ট হাউচ উদ্বোধন কৰে
October 21st, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (এইমছ) ঝাজ্জৰ চৌহদৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফ'চিছ ফাউণ্ডেচন বিশ্ৰাম গৃহ উদ্বোধন কৰে।ক’ভিড-১৯ৰ ওপৰত আন্তর্জাতিক শীর্ষ সন্মিলনত প্রধানমন্ত্রীৰ বক্তব্যঃ মহামাৰীৰ অৱসানত আৰু ভৱিষ্যতৰ প্রস্তুতি হিচাপে উন্নত স্বাস্থ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব লাগিব
September 22nd, 09:40 pm
ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বত এক অভূতপূর্ব বিঘিনি ঘটাইছে। এই মহামাৰী এতিয়াও শেষ হোৱা নাই। পৃথিৱীৰ বেছিভাগ অংশতেই টীকাকৰণ হোৱা নাই। আৰু সেয়ে ৰাষ্ট্রপতি বাইডেনৰ উদ্যোগ অত্যন্ত সময়োচিত আৰু আমি ইয়াক স্বাগতম জনাইছো।ই-ৰূপী ডিজিটেল লেনদেন সমাধানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 02nd, 04:52 pm
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সমগ্ৰ দেশৰ সকলো ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, ৰাজ্যসমূহৰ মুখ্য সচিব, বিভিন্ন উদ্যোগ সংস্থাৰ সহযোগী সদস্য, ষ্টাৰ্ট আপ, ফিনটেক জগতৰ মোৰ যুৱ সহকৰ্মী, বেংকৰ জ্যেষ্ঠ বিষয়া আৰু মোৰ মৰমৰ ভাই-ভনীসকল,প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ডিজিটেল পৰিশোধ সমাধান 'ই-ৰূপী'
August 02nd, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ই-ৰূপী' মুকলি কৰে, যিটো সঁচাকৈয়ে ব্যক্তিগত-নিৰ্দিষ্ট আৰু বস্তুনিষ্ঠ-নিৰ্দিষ্ট ডিজিটেল পৰিশোধ সমাধান। ই-ৰূপী প্ৰকৃততে ডিজিটেল পৰিশোধৰ বাবে এক নগদবিহীন আৰু অ-সম্পৰ্ক সঁজুলি।ক’ৱিন গ্ল’বেল সন্মিলন ২০২১ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
July 05th, 03:08 pm
ক’ভিড-১৯ ৰ বিৰূদ্ধে আমাৰ যুঁজখনত প্ৰযুক্তি এক অবিচ্ছেদ্দ্য অংগ আছিল৷ সৌভাগ্যক্ৰমে, চফ্টৱেৰ এক ক্ষেত্ৰ যত সম্পদৰ কোনো ব্ধ্য-বাধকতা নাই৷ সেয়েহে আমি আমাৰ ক’ভিড অনুসৰণ আৰু অনুসৰণৰ এপ অপেন চোৰ্চ কৰিছিলো যেতিয়াই ই প্ৰযুক্তিগতভাৱে সম্ভৱপৰ হৈছিল৷ প্ৰায় ২০০ মিলিয়ন ব্যৱহাৰকাৰী সৈতে, ডেভেলপাৰ সকলৰ বাবে এই 'Aarogya Setu' এপ এক সহজেই উপলব্ধ পেকেজ আছিল৷ ভাৰতত ব্যৱহৃত হিচাপে, আপুনি নিশ্চিত থাকিব পাৰে যে এইটো বাস্তৱিক পৃথিৱীত ক্ষিপ্ৰতা আৰু বিস্তাৰৰ বাবে পৰীক্ষা কৰা হৈছে৷প্রধানমন্ত্রীয়ে কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে, ভাৰতে কোভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে মানুহৰ সুবিধার্থে কোউইন প্লেটফর্ম সকলোকে ব্যৱহাৰৰ সুযোগ কৰি দিব বিচাৰে
July 05th, 03:07 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে। কোভিড-১৯ মহামাৰী প্রতিহত কৰিবলৈ কোউইন প্লেটফর্ম ব্যৱহাৰৰ সুযোগ ভাৰতৰ উপৰিও পৃথিৱীক দিছে।ডিজিটেল ইণ্ডিয়া অভিযানৰ ৬ষ্ঠ বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 01st, 11:01 am
কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ৰৱিশংকৰ প্ৰসাদ জী, শ্ৰী সঞ্জয় ধোত্ৰে জী, ডিজিটেল ইণ্ডিয়াৰ ভিন-ভিন initiativeৰ সৈতে জড়িত সকলো মোৰ বন্ধু, ভাই আৰু ভনীসকল! Digital India অভিযানৰ ৬টা বছৰ সম্পূৰ্ণ হোৱাত আপোনালোক সকলোকে বহুত-বহুত শুভকামনা!‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 01st, 11:00 am
আজি ‘ডিজিটেল ইণ্ডিয়া’ ৰ শুভাৰম্ভৰ ছয় বছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘ডিজিটেল ইণ্ডিয়া’ ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু আইটি দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদ আৰু শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শমৰাও ধোত্রেও উপস্থিত থাকে।ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
May 18th, 11:40 am
Prime Minister Modi through video conference interacted with field officials from States and Districts regarding their experience in handling the Covid-19 pandemic. During the interaction, the officials thanked the Prime Minister for leading the fight against the second wave of Covid from the front.দেশৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে আলোচনা প্রধানমন্ত্রী
May 18th, 11:39 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে এদল চিকিৎসকৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলে প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰক অভিনন্দন জনাইছ
January 18th, 05:38 pm
ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছে।কোভিড-১৯ টীকাকৰণ অভিযানৰ সৰ্ব-ভাৰতীয় শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
January 16th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।সমগ্ৰ দেশতে ক’ৰোনা টীকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 16th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।১৬ জানুৱাৰীত সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ টিকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 14th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ জানুৱাৰী, ২০২১ ৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ টিকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এয়া হ’ব বিশ্বখনৰ সৰ্ববৃহৎ টিকাদান কাৰ্যক্ৰম যিয়ে দেশখনৰ ইমূৰৰপৰা সিমূৰলৈ সামৰি ল’ব। শুভাৰম্ভণিৰ সময়ছোৱাত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৩০০৬ ছেচন ছাইট ভাৰ্চুৱেলী সংযোজিত হ’ব। শুভাৰম্ভণিৰ দিনটোত প্ৰতিটো ছেচন ছাইটতে প্ৰায় ১০০ হিতাধিকাৰীক টিকাদান কৰা হ’ব।প্ৰধানমন্ত্ৰীয়ে কোভিড-১৯ৰ স্থিতি আৰু কোভিড-১৯ টীকাকৰণৰ বাবে প্ৰস্তুতিৰ সমীক্ষা কৰে
January 09th, 05:42 pm
প্ৰধানমন্ত্ৰীয়ে কোভিড টীকাকৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰস্তুতিৰ সৈতে দেশত কোভিড-১৯ৰ স্থিতিৰ সমীক্ষা কৰিবৰ বাবে আজি এখন উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত, কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু অন্য সংশ্লিষ্ট জ্যেষ্ঠ বিষয়াই ভাগ লয়।