সামূহিক প্ৰচেষ্টাই বহনক্ষম ফলাফলৰ সূচনা কৰিব পাৰে, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অৰ্থনৈতিক বিচক্ষণতা দুয়োটাকে প্ৰসাৰিত কৰিব পাৰে : প্ৰধানমন্ত্ৰী
November 10th, 01:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ এই ধৰণৰ সৰ্ববৃহৎ পদক্ষেপ বিশেষ অভিযানক ইয়াৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে প্ৰশংসা কৰে। ২০২১ চনৰ পৰা এই অভিযানে স্ক্ৰেপ নিষ্কাশনৰ জৰিয়তে ৰাজ্যৰ ৰাজকোষৰ বাবে ২,৩৬৪ কোটি টকা উপাৰ্জন কৰিছে। তেওঁ জোৰ দি কয় যে সামূহিক প্ৰচেষ্টাই বহনক্ষম ফলাফলৰ সূচনা কৰিব পাৰে, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অৰ্থনৈতিক দক্ষতা দুয়োটাকে লাভান্বিত কৰিব পাৰে।১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধাসমূহ স্বীকাৰ কৰে
May 09th, 11:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্থানৰ উন্নত ব্যৱহাৰৰ সুবিধাসমূহৰ কথা স্বীকাৰ কৰে।প্ৰধানমন্ত্ৰীয়ে দিউৰ বিশেষ সন্দৰ্ভত, উপকূলীয় স্বচ্ছতা আৰু বিকাশৰ ওপৰত এটা উল্লেখযোগ্য টুইট থ্ৰেড শ্বেয়াৰ কৰে
April 07th, 11:17 am
দমন আৰু দিউৰ সংসদ সদস্য শ্ৰী লালুভাই পেটেলৰ ব্লু ফ্লেগ সমুদ্ৰ-তীৰৰ বিষয়ে এটা টুইট থ্ৰেড শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:‘ওৱান অচেন শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা অভিমত
February 11th, 07:06 pm
তিনিলাখ যুৱ-যুৱতীয়ে প্ৰায় ১৩টন পৰিমাণৰ আৱৰ্জনা সংগ্ৰহ কৰিছে। সাগৰসমূহৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ১০০টা ‘জাহাজ-দিৱস’ আগবঢ়োৱাৰ বাবে মই ইতিমধ্যে আমাৰ নৌসেনা বাহিনীক নিৰ্দেশ দিছো। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে ফ্ৰান্সে আৰম্ভ কৰা গোলকীয় উদ্যোগত অংশগ্ৰহণ কৰিবলৈ পালে ভাৰত নিশ্চয় আনন্দিত হ’ব।ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ ৰেৱাৰী-মাডাৰ ছেকশ্যন জাতিৰ উদ্দেশ্যে উৎসৰ্গ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণ
January 07th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’টো ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। একেটা অনুষ্ঠানতে তেওঁ এইটো পথেৰে চলিব লগা ‘ডাবল ষ্টেক লং হাউল কণ্টেইনাৰ ৰেলগাড়ী’খনৰ যাত্ৰাৰো পাতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়াণাৰ ৰাজ্যপালদ্বয়, ৰাজস্থান আৰু হাৰিয়াণাৰ মুখ্য মন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী অৰ্জুন ৰাম মেঘাৱাল, শ্ৰী কৈলাস চৌধুৰী, শ্ৰী ৰাও ইন্দ্ৰজিত্ সিং, শ্ৰী ৰতন লাল কাটাৰীয়া, শ্ৰী কৃষণ পাল গুজৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 07th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’টো ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। একেটা অনুষ্ঠানতে তেওঁ এইটো পথেৰে চলিব লগা ‘ডাবল ষ্টেক লং হাউল কণ্টেইনাৰ ৰেলগাড়ী’খনৰ যাত্ৰাৰো পাতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়াণাৰ ৰাজ্যপালদ্বয়, ৰাজস্থান আৰু হাৰিয়াণাৰ মুখ্য মন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী অৰ্জুন ৰাম মেঘাৱাল, শ্ৰী কৈলাস চৌধুৰী, শ্ৰী ৰাও ইন্দ্ৰজিত্ সিং, শ্ৰী ৰতন লাল কাটাৰীয়া, শ্ৰী কৃষণ পাল গুজৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।কৃষি বিধেয়কে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক অতিশয় লাভান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:10 am
দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২১শ শতিকাত ভাৰতক বিশ্ব নেতাৰ আসনত অধিষ্ঠিত কৰিবলৈ আজি যিখিনি অগ্ৰগতি লাভ কৰা হৈছে, তাত পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ এটা প্ৰধান অৱদান আছে।” তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নতুন কৃষি বিধেয়কসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছে।পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
September 25th, 11:09 am
দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২১শ শতিকাত ভাৰতক বিশ্ব নেতাৰ আসনত অধিষ্ঠিত কৰিবলৈ আজি যিখিনি অগ্ৰগতি লাভ কৰা হৈছে, তাত পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ এটা প্ৰধান অৱদান আছে।” তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নতুন কৃষি বিধেয়কসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছে।During Kargil War, Indian Army showed its might to the world: PM Modi during Mann Ki Baat
July 26th, 11:30 am
During Mann Ki Baat, PM Modi paid rich tributes to the martyrs of the Kargil War, spoke at length about India’s fight against the Coronavirus and shared several inspiring stories of self-reliant India. The Prime Minister also shared his conversation with youngsters who have performed well during the board exams this year.গ্ল’ৱেল গ’লকীপাৰ গ’লছ বঁটা-২০১৯ৰে সন্মানিত কৰাৰ বাবে বিল আৰু মেলিণ্ডা গেটছক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
September 20th, 07:54 pm
গ্ল’ৱেল গ’লকীপাৰ গ’লছ বঁটা-২০১৯ৰে সন্মানিত কৰাৰ বাবে বিল আৰু মেলিণ্ডা গেটছক ধন্যবাদ জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তেওঁ লগতে কয় যে বিগত পাঁচ বছৰত ভাৰতে গান্ধীজীৰ স্বচ্ছ ভাৰতৰ সপোন পুৰন কৰাৰ বাবে পৰিস্কাৰ-পৰিচ্ছন্নতা তথা অনাময় ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷১৫ ছেপ্টেম্বৰত স্বচ্ছতা হী সেৱা আন্দোলনৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 14th, 04:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ ছেপ্টেম্বৰত স্বচ্ছতা হী সেৱা আন্দোলনৰ শুভাৰম্ভ কৰিব।বিশ্ব পৰিৱেশ দিৱস ২০১৮ উপলক্ষে বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ (৫ জুন ২০১৮)
June 05th, 05:00 pm
ভাৰতৰ তিনি বিলিয়ন জনসংখ্যাৰ তৰফৰ পৰা আপোনালোক সকলোকে নতুন দিল্লীত স্বাগতম জনাই মই বৰ সন্তোষ লাভ কৰিছোঁ৷ মই আশা কৰিছোঁ যে বিদেশৰ পৰা অহা প্ৰতিনিধিসকলৰ ওচৰত দিল্লীৰ ইতিসাহ আৰু গৌৰৱ প্ৰদৰ্শন কৰিবলৈ কিছু সময় প্ৰাপ্ত হ’ব৷ আমি বিশ্ব পৰিৱেশ দিৱস ২০১৮ৰ বৈশ্বিক আয়োজক হোৱাৰ গৰ্ব অনুভৱ কৰিছোঁ৷ মোৰ মন্ত্ৰী পৰিষদৰ সহযোগী ডাঃ হৰ্ষবৰ্ধন, ডাঃ মহেশ শৰ্মা, শ্ৰী মনোজ সিনহা কাৰ্যকৰী নিৰ্দেশক, সংযুক্ত ৰাষ্ট্ৰ পৰিৱেশ কাৰ্যক্ৰম সচিব, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় ভাৰত আৰু বিদেশৰ পৰা প্ৰতিষ্ঠিত অতিথিগণ ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল ভাৰতৰ তিনি বিলিয়ন জনসংখ্যাৰ তৰফৰ পৰা আপোনালোক সকলোকে নতুন দিল্লীত স্বাগতম জনাই মই বৰ সন্তোষ লাভ কৰিছোঁ৷ মই আশা কৰিছোঁ যে বিদেশৰ পৰা অহা প্ৰতিনিধিসকলৰ ওচৰত দিল্লীৰ ইতিসাহ আৰু গৌৰৱ প্ৰদৰ্শন কৰিবলৈ কিছু সময় প্ৰাপ্ত হ’ব৷ আমি বিশ্ব পৰিৱেশ দিৱস ২০১৮ৰ বৈশ্বিক আয়োজক হোৱাৰ গৰ্ব অনুভৱ কৰিছোঁ৷PM's remarks at opening session of Governors' Conference
October 12th, 03:00 pm
The Prime Minister, Shri Narendra Modi, today spoke at the opening session of the Conference of Governors at Rashtrapati Bhawan.Development of Northeast is a priority for us: PM Modi
May 07th, 01:15 pm
PM Narendra Modi addressed centenary celebrations of Bharat Sevashram Sangha in Shillong, via video conferencing. Recalling the contributions of Swami Pranavananda, Shri Modi said, “Swami Pranavananda connected his disciples to service and spirituality. Societal development through 'Bhakti', 'Shakti' and 'Jan Shakti' was achieved by Swami Pranavananda.” The PM urged people to work towards cleanliness in Northeast. He also said that development of Northeast was a priority for the Centre.Social Media Corner 4 May 2017
May 04th, 08:43 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Social Media Corner 10 April 2017
April 10th, 08:29 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Aim of Satyagraha was independence and aim of Swachhagraha is to create a clean India: PM Modi
April 10th, 06:21 pm
PM Narendra Modi addressed a select gathering after inaugurating an exhibition entitled ‘Swachchhagrah – Bapu Ko Karyanjali’ - to mark the 100 years of Mahatma Gandhi’s Champaran Satyagraha. He also launched an online interactive quiz. “The aim of Satyagraha was independence and the aim of Swachhagraha is to create a clean India. A clean India helps the poor the most”, the PM said.100 years of Champaran Satyagraha: PM to inaugurate Swachhagraha exhibition
April 09th, 08:07 pm
PM Narendra Modi, on April 10th inaugurate a special digital exhibition marking centenary year of Mahatma Gandhi’s Champaran Satyagraha. The exhibition - ‘Swachhagraha – Bapu Ko Karyanjali’, will connect essential principles of Satyagraha with Swachhagraha.Social Media Corner 26th February 2017
February 26th, 07:27 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!