স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উপলক্ষে অহা ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস ২০২৪ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 30th, 08:59 pm
স্বচ্ছ ভাৰত অভিযানৰ অন্যতম প্ৰভাৱশালী স্বচ্ছ আন্দোলন স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫৫ সংখ্যক গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত দিৱস ২০২৪ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অহা ২ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা বৈজ্ঞানিক প্ৰতিবেদন শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 05th, 04:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰচেষ্টাৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি বৈজ্ঞানিক প্ৰতিবেদন শ্বেয়াৰ কৰে।স্বচ্ছ ভাৰত অভিযানৰ (গ্ৰামীণ) দ্বিতীয় পৰ্যায়ৰ অধীনত উত্তৰ প্ৰদেশৰ সকলো গাঁৱৰ বাবে অ’ডিএফ প্লাছৰ মৰ্যাদাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
September 29th, 10:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ(গ্ৰামীণ)দ্বিতীয় পৰ্যায়ৰ অধীনত উত্তৰ প্ৰদেশৰ এশ শতাংশ গাঁৱত অৰ্জন কৰা অ'ডিএফ (মুকলি শৌচ মুক্ত) প্লাছ মৰ্যাদাৰ প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ১ অক্টোবৰ, ২০২৩ ত শ্ৰমদানত যোগদান কৰিবলৈ আহ্বান জনায়
September 29th, 10:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১ অক্টোবৰৰ পুৱা ১০ বজাত স্বচ্ছ ভাৰতৰ অংশ হিচাপে শ্ৰমদান কাৰ্যসূচীত যোগদান কৰিবলৈ দেশৰ সকলো নাগৰিককে আহ্বান জনাইছে।Rotarians are a true mix of success and service: PM Modi
June 05th, 09:46 pm
The Prime Minister, Shri Narendra Modi addressed the Rotary International World Convention via a video message today. Calling the Rotarians a ‘true mix of success and service’, the Prime Minister said that “every Rotary gathering of this scale is like a mini-global assembly. There is persity and vibrancy. “ৰ’টাৰী আন্তঃৰাষ্ট্ৰীয় বিশ্ব সন্মিলনত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
June 05th, 09:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰ’টাৰী আন্তঃৰাষ্ট্ৰীয় বিশ্ব সন্মিলনত ভাষণ আগবঢ়ায়৷ ৰ’টাৰিয়ানসকলক ‘সফলতা আৰু সেৱাৰ প্ৰকৃত মিশ্ৰণ’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “এই মাত্ৰাৰ প্ৰতিটো ৰ’টাৰীৰ সমাৱেশ এটা ক্ষুদ্ৰ বিশ্ব সন্মিলনৰ দৰে। ইয়াৰ বৈচিত্ৰ্য আৰু স্পন্দনশীলতা আছে। “PM praises devotees' spirit of keeping places of pilgrimage clean
May 30th, 08:30 pm
The Prime Minister has appreciated the growing spirit among the pilgrims to keep the places of worship clean.Start-ups are reflecting the spirit of New India: PM Modi during Mann Ki Baat
May 29th, 11:30 am
During Mann Ki Baat, Prime Minister Narendra Modi expressed his joy over India creating 100 unicorns. PM Modi said that start-ups were reflecting the spirit of New India and he applauded the mentors who had dedicated themselves to promote start-ups. PM Modi also shared thoughts on Yoga Day, his recent Japan visit and cleanliness.১৯ মে’ত শ্ৰী স্বামীনাৰায়ণ মন্দিৰৰ দ্বাৰা আয়োজিত ‘যুৱ শিৱিৰ’ত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
May 18th, 07:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ মে’, ২০২২ৰ পুৱা ১০.৩০বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে বদোদৰাৰ কাৰেলিবাগত আয়োজিত ‘যুৱ শিৱিৰ’ত ভাষণ আগবঢ়াব৷ কুণ্ডলধামৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰ আৰু বদোদৰাৰ কাৰেলিবাগৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰে এই শিৱিৰৰ আয়োজন কৰিছে৷ইন্দোৰত পৌৰ নিগমৰ কঠিন আৱৰ্জনা-আধাৰিত গোবৰ-ধন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া পাঠ
February 19th, 04:27 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ইন্দোৰত ‘গোবৰ-ধন (জৈৱ-চিএনজি) কেন্দ্রৰ উদ্বোধন কৰিছে। অনুষ্ঠানত মধ্যপ্রদেশৰ ৰাজ্যপাল মাঙ্গুভাই চি প্যালেট, মুখ্যমন্ত্রী শ্রী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় মন্ত্রী শ্রী হৰদীপ সিং পুৰি সহ অন্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।প্রধানমন্ত্রীয়ে ইন্দোৰত পৌৰসভাৰ কঠিন বর্জ্য ভিত্তিক গোবৰ-ধন কেন্দ্রৰ উদ্বোধন কৰে
February 19th, 01:02 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ইন্দোৰত ‘গোবৰ-ধন (জৈৱ-চিএনজি) কেন্দ্রৰ উদ্বোধন কৰিছে। অনুষ্ঠানত মধ্যপ্রদেশৰ ৰাজ্যপাল মাঙ্গুভাই চি প্যালেট, মুখ্যমন্ত্রী শ্রী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় মন্ত্রী শ্রী হৰদীপ সিং পুৰি সহ অন্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।UP plus Yogi, bahut hai UPYOGI, says PM Modi
December 18th, 06:20 pm
Prime Minister Shri Narendra Modi laid the foundation stone of Ganga Expressway in Shahjahanpur, Uttar Pradesh. Chief Minister of Uttar Pradesh Shri Yogi Adityanath, Union Minister Shri B L Varma were among those present on the occasion.PM Modi lays foundation stone of Ganga Expressway in Shahjahanpur
December 18th, 01:03 pm
PM Narendra Modi laid the foundation stone of Ganga Expressway in Shahjahanpur, Uttar Pradesh. The Prime Minister remarked that Maa Ganga is the source of all auspiciousness and all progress. Maa Ganga gives all the happiness, and takes away all the pain. Similarly, Ganga Expressway will also open new doors of progress for UP.ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী
August 29th, 11:30 am
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।Lotus is blooming in Bengal because TMC spawned muck in the state: PM Modi at Brigade Ground rally
March 07th, 02:01 pm
Ahead of upcoming assembly elections, PM Modi attacked the ruling Trinamool Congress saying that it has disrupted West Bengal's progress. Addressing the Brigade Cholo Rally in Kolkata, PM Modi said people of Bengal want 'Shanti', 'Sonar Bangla', 'Pragatisheel Bangla'. He promised “Ashol Poribortan” in West Bengal ahead of the assembly elections.PM Modi addresses public meeting at Brigade Parade Ground in Kolkata
March 07th, 02:00 pm
Ahead of upcoming assembly elections, PM Modi attacked the ruling Trinamool Congress saying that it has disrupted West Bengal's progress. Addressing the Brigade Cholo Rally in Kolkata, PM Modi said people of Bengal want 'Shanti', 'Sonar Bangla', 'Pragatisheel Bangla'. He promised “Ashol Poribortan” in West Bengal ahead of the assembly elections.লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ পাঠ
February 10th, 04:22 pm
শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ
February 10th, 04:21 pm
শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।২৭.১২.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
December 27th, 11:30 am
বন্ধুসকল, আমি এই ভাৱনা বৰ্তাই ৰাখিব লাগিব আৰু বঢ়াব লাগিব৷ মই পূৰ্বেও কৈছো আৰু পুনৰবাৰ দেশবাসীক আহ্বান জনাম৷ আপোনালোকেও এখন তালিকা প্ৰস্তুত কৰক৷ দিনটোত আমি যি সামগ্ৰী ব্যৱহাৰ কৰো, সেই সামগ্ৰীসমূহ বিবেচনা কৰি চাওক যে অজানিতে আমাৰ জীৱনত কোনবোৰ বিদেশী সামগ্ৰীয়ে প্ৰৱেশ কৰিছে৷ আমাক এক প্ৰকাৰে বন্দী কৰি তুলিছে৷ ইয়াৰ ভাৰতীয় বিকল্পসমূহ সন্ধান কৰক আৰু নিশ্চিত কৰক যে আগলৈ ভাৰতত নিৰ্মিত, ভাৰতৰ জনসাধাৰণৰ পৰিশ্ৰম তথা ঘামেৰে উৎপাদিত সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰিম৷ আপোনালোকে প্ৰতিবছৰে নৱবৰ্ষৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে, এইবাৰ এনে এক প্ৰতিজ্ঞা দেশৰ বাবে গ্ৰহণ কৰক৷বিশ্ব টয়লেট দিৱসত ভাৰতে ইয়াৰ সকলোৰে বাবে টয়লেট সংকল্পক সুদৃঢ় কৰিছেঃ প্ৰধানমন্ত্ৰ
November 19th, 01:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি বিশ্ব টয়লেট দিৱসত ৰাষ্ট্ৰখনে ইয়াৰ সকলোৰে বাবে টয়লেট সংকল্পক সুদৃঢ় কৰিছে।