নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৬তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 21st, 11:30 am

এই বছৰৰ অসামৰিক সেৱা দিৱস অতি গুৰুত্বপূৰ্ণ। এইটো এনে এটা সময় য’ত দেশখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। এনে এটা সময় আহি আছে যি সময়ত দেশখনে পৰৱৰ্তী ২৫ বছৰৰ বিশাল লক্ষ্য প্ৰাপ্ত কৰিবলৈ দ্ৰুতগতিত আগবাঢ়িবলৈ আৰম্ভ কৰিছে। ১৫-২০-২৫ বছৰ আগতে এই সেৱাত যোগদান কৰা বিষয়াসকলে দেশখনক স্বাধীনতাৰ এই অমৃত লৈ অনাত এক হৃহৎ ভূমিকা পালন কৰিছে। এতিয়া স্বাধীনতাৰ এই অমৃতত, সেই যুৱ বিষয়াসকলৰ ভূমিকা আটাইতকৈ ডাঙৰ, যিসকলে পৰৱৰ্তী ১৫-২০-২৫ বছৰৰ বাবে এই সেৱাত থাকিব। সেয়েহে, মই আজি ভাৰতৰ প্ৰতিজন অসামৰিক সেৱাৰ বিষয়াক এই কথা ক'ম যে আপুনি বহুত ভাগ্যৱান। মই নিশ্চিত যে আপুনি মোৰ কথাত সম্পূৰ্ণ বিশ্বাস ৰাখিব। কিছুমান মানুহে আনকি বিশ্বাস নকৰিবও পাৰে যে তেওঁলোক ভাগ্যৱান নহয়। সকলোকে তেওঁলোকৰ নিজৰ চিন্তাৰে অভিনন্দন।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৬ সংখ্যক অসামৰিক সেৱা দিৱসৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

April 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৬ সংখ্যক অসামৰিক সেৱা দিৱস, ২০২৩ উপলক্ষে চিভিল সেৱকসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা প্ৰশাসনত প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা প্ৰদানৰ লগতে ‘বিকশিত ভাৰত – এমপাৱাৰিং চিটিজেনছ এণ্ড ৰিচিং দ্য লাষ্ট মাইল ভলিউম I আৰু II’ শীৰ্ষক ই-বুক উন্মোচন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২১ এপ্ৰিলত অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক সম্বোধন কৰিব

April 18th, 07:26 pm

অসামৰিক সেৱা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২১ এপ্ৰিলত পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক সম্বোধন কৰিব।

Our decisions should always reflect the notion of 'Nation First': PM Modi

April 21st, 10:56 pm

On the occasion of Civil Services Day, PM Modi conferred the Prime Minister’s Awards for Excellence in Public Administration at Vigyan Bhawan, New Delhi. In his remarks, the PM said, “It is the duty of the government system to nurture, unleash and support the capability of the society.”

প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱসত ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা প্ৰদান কৰে

April 21st, 10:31 am

অসামৰিক সেৱা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত জন প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী বঁটা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী পি কে মিশ্ৰ, কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবা অনুষ্ঠানটোত উপস্থিত আছিল।

অসামৰিক সেৱা দিৱসত জনপ্রশাসনৰ উৎকর্ষৰ বাবে প্রধানমন্ত্রীৰ পুৰস্কাৰ প্রদান কৰিব প্ৰধানমন্ত্ৰীয়ে

April 20th, 10:09 am

অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২১ এপ্রিল, ২০২২ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত জনপ্রশাসনৰ উৎকর্ষৰ বাবে প্রধানমন্ত্রীৰ পুৰস্কাৰ প্রদান কৰিব। এই উপলক্ষে অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণো প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে৷

অসামৰিক সেৱা দিৱস উপলক্ষে চিভিল সেৱকসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

April 21st, 09:58 am

অসামৰিক সেৱা দিৱস উপলক্ষে চিভিল সেৱকসকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

অসামৰিক সেৱা দিৱস উপলক্ষে চৰ্দাৰ পেটেললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

April 21st, 11:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসামৰিক সেৱা দিৱস উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অসামৰিক সেৱাৰ সৈতে জড়িত লোক তথা তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনায়৷

Democracy is not any agreement, it is about participation: PM Modi

April 21st, 11:01 pm

Democracy is not any agreement, it is about participation: PM Modi

অসামৰিক সেৱা দিৱস উপলক্ষে অসমাৰিক সেৱাৰ কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

April 21st, 05:45 pm

অসামৰিক সেৱা দিৱস উপলক্ষে অসমাৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। তেওঁ কয় যে প্ৰশংসা, মুল্যায়ন আৰু অন্তৰ্দৰ্শন কৰাৰ বাবেই এনে দিৱস পালন কৰা হয়। অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান কৰি বঁটা বিজয়ীসকলক প্ৰণোদিত আৰু অভিনন্দন জনোৱা হয় বুলি তেওঁ বৰ্ণনা কৰে। তেওঁ কয় যে এনে বঁটাসমূহে চৰকাৰৰ অগ্ৰাধিকাৰকে সূচায়।

প্ৰধানমন্ত্ৰীয়ে কাইলৈ আগবঢ়াব জন প্ৰশাসনৰ উৎকৰ্ষ বঁটা আৰু সম্বোধন কৰিব অসামৰিক সেৱাৰ কৰ্মচাৰীসকলক

April 20th, 03:07 pm

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ(২১ এপ্ৰিলত)অগ্ৰাধিকাৰমুলক চৰকাৰী আঁচনি আৰু উদ্ভাৱনী প্ৰচেষ্টাৰ কাৰ্যকৰীকৰণত যিবোৰ জিলা/কাৰ্যকৰী গোট আৰু কেন্দ্ৰীয়/ ৰাজ্য চৰকাৰৰ সংস্থাই বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে, সেইবোৰক উৎকৰ্ষ বঁটা প্ৰদান কৰিব। এই উপলক্ষে তেওঁ একাংশ অসামৰিক সেৱাৰ কৰ্মচাৰীক উদ্দেশ্যি ভাষণো আগবঢ়াব।

Social Media Corner 21 April 2017

April 21st, 08:07 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

Government should come out of the role of a regulator and act as an enabling entity: PM

April 21st, 12:44 pm

Addressing the civil servants on 11th Civil Services Day, PM Narendra Modi said, “The push for reform comes from political leadership but the perform angle is determined by officers and Jan Bhagidari transforms. He added that competition can play an important role in bringing qualitative change.

PM presents awards, addresses civil servants on Civil Services Day

April 21st, 12:40 pm

Speaking at an event to mark Civil Services Day, PM Narendra Modi today said, “The push for reform comes from political leadership but the perform angle is determined by officers and Jan Bhagidari transforms”, said the PM. He said that every policy must be outcome centric.

Redefine your role, move beyond controlling, regulating & managerial capabilities: PM Modi to Civil Servants

April 21st, 11:55 am



PM exhorts civil servants to become “agents of change”; calls upon Government officers to engage with people

April 21st, 11:54 am